• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Sports > ভাৰোত্তোলন বিশ্ব চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ মিৰাবাই চানুৰ
Sports

ভাৰোত্তোলন বিশ্ব চেম্পিয়নশ্বিপত ৰূপৰ পদক লাভ মিৰাবাই চানুৰ

CliQ INDIA
Last updated: October 3, 2025 3:15 pm
CliQ INDIA
Share
2 Min Read
SHARE

ফৰ্ডে (নৰ্ৱে), ০৩ অক্টোবৰ (হি.স.)। ভাৰতৰ তাৰকা ভাৰোত্তোলক মিৰাবাই চানুৱে ভাৰোত্তোলন বিশ্ব চেম্পিয়নশ্বিপ ২০২৫ত মহিলাৰ ৪৮ কেজি শাখাত ৰূপৰ পদক লাভ কৰি তিনি বছৰৰ পাছত এই ইভেণ্টত দেশখনক প্ৰথমটো পদক প্ৰদান কৰে।

চানুৱে মুঠ ১৯৯ কিলোগ্ৰাম (৮৪ কিলোগ্ৰাম স্নেচ + ১১৫ কিলোগ্ৰাম ক্লিন এণ্ড জাৰ্ক) তুলি দ্বিতীয় স্থান দখল কৰে। ২০২২ চনৰ পিছত এইখন তেওঁৰ প্ৰথম বিশ্ব চেম্পিয়নশ্বিপ আৰু ২০২৪ চনৰ পেৰিছ অলিম্পিকত চতুৰ্থ স্থান দখল কৰাৰ পিছত তেওঁৰ দ্বিতীয়টো বৃহৎ আন্তঃৰাষ্ট্ৰীয় ইভেণ্ট।

স্নেচত ৮৪ কেজিৰে আৰম্ভণি কৰিছিল চানুৱে ব্ৰঞ্জৰ পদকৰ আশ্বাস লাভ কৰিছিল যদিও ৮৭ কেজিত দুবাৰকৈ বিফল হৈছিল। ক্লিন এণ্ড জাৰ্কত ক্ৰমে ১০৯ কিলোগ্ৰাম আৰু ১১২ কিলোগ্ৰাম ওজন সফলতাৰে তুলি লোৱাৰ পূৰ্বে ১১৫ কিলোগ্ৰাম ওজন তুলি ৰূপৰ পদক লাভ কৰে।

এই ইভেণ্টত উত্তৰ কোৰিয়াৰ বর্তমানৰ চেম্পিয়ন ৰি ছং-গামে মুঠ ২১৩ কেজি (৯১ কেজি স্নেচ + ১২২ কেজি ক্লিন এণ্ড জার্ক) ওজনেৰে সোণৰ পদক লাভ কৰে, য’ত বিশ্ব অভিলেখ গঢ়ি ক্লীন এণ্ড জার্কও আছিল৷ থাইলেণ্ডৰ থানিয়াথন সুকচাৰোয়েনে ১৯৮ কেজি (৮৮ কেজি + ১১০ কিলোগ্ৰাম) ওজন তুলি ব্ৰঞ্জৰ পদক লাভ কৰে।

বিশ্ব চেম্পিয়নশ্বিপৰ তাৰকাময় কেৰিয়াৰ গঢ়ি তুলিছে মিৰাবাই চানুৱে। ২০১৭ চনত আনাহাইমত ১৯৪ কেজি ওজন তুলি সোণৰ পদক লাভ কৰি কৰ্ণম মলেশ্বৰী (১৯৯৫)ৰ পিছত ভাৰতৰ প্ৰথমখন বিশ্ব চেম্পিয়ন হিচাপে পৰিগণিত হয়। ২০২২ চনত ৰূপৰ পদক লাভ কৰাৰ বিপৰীতে ২০২৩ চনত আঘাতৰ বাবে প্ৰতিযোগিতাৰ পৰা আঁতৰি যায়।

এই ৰূপৰ পদকৰ সৈতে ভাৰোত্তোলন বিশ্ব চেম্পিয়নশ্বিপত ভাৰতৰ মুঠ পদকৰ সংখ্যা ১৮টা হৈছে, য’ত সকলো পদক মহিলাই লাভ কৰিছে । ভাৰতে ৩টা সোণ, ১০টা ৰূপ, আৰু ৫টা ব্ৰঞ্জৰ পদক লাভ কৰিছে ।

মীৰাবাই চানুৱে যোৱা মাহত আহমেদাবাদত অনুষ্ঠিত হোৱা কমনৱেলথ চেম্পিয়নশ্বিপত ১৯৩ কেজি ওজন তুলি স্বৰ্ণ পদক লাভ কৰাৰ লগতে ২০২৬ চনৰ গ্লাছগো কমনৱেলথ গেমছৰ বাবেও প্ৰত্যক্ষ অৰ্হতা নিশ্চিত কৰিছিল।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

ডেভিছ কাপৰ খেলৰ বাবে ঘোষিত ৮ জনীয়া দল, দুবছৰৰ পিছত পুনৰ দললৈ উভতি আহিছে নাগাল
এছিয়া কাপ ২০২৫: ইউ এ ইৰ সংঘৰ্ষৰ পূৰ্বে পাকিস্তানে বাতিল কৰিলে সংবাদমেল
জে এল এন ষ্টেডিয়ামত ভাৰতৰ প্ৰথমটো মণ্ডো ট্ৰেক উদ্বোধন কৰে ক্ৰীড়া মন্ত্ৰী মাণ্ডবিয়াই
ভাৰতীয় স্কোয়াছ খেলুৱৈ ৰমিত টেণ্ডনৰ জে এছ ডব্লিউ স্প’ৰ্টছৰ সৈতে চুক্তিবদ্ধ | BulletsIn
মহছিন নকৱীৰ পৰা এছিয়া কাপৰ ট্ৰফী গ্ৰহণ কৰিবলৈ অস্বীকাৰ ভাৰতৰ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article বৰপেটাৰ বহৰিত ৮৩ ফুট উচ্চতাৰ ৰাৱণৰ প্ৰতিমূৰ্তি দাহ
Next Article আৰম্ভণিৰ ব্যৱসায়ত শ্বেযাৰ বজাৰত চাপ, চেন্সেক্স আৰু নিফটিৰ পতন
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?