• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Sports > চাৰিখন ৰেড বলৰ মেচৰ বাবে দলত নিৰ্বাচিত হোৱা তিলক বৰ্মাৰ চুক্তি নিশ্চিত কৰিছে হেম্পশ্বায়াৰ কাউন্টি ক্লাব
Sports

চাৰিখন ৰেড বলৰ মেচৰ বাবে দলত নিৰ্বাচিত হোৱা তিলক বৰ্মাৰ চুক্তি নিশ্চিত কৰিছে হেম্পশ্বায়াৰ কাউন্টি ক্লাব

CliQ INDIA
Last updated: June 19, 2025 5:51 pm
CliQ INDIA
Share
2 Min Read
SHARE

নতুন দিল্লী, ১৯ জুন (হি.স.)। ভাৰতীয় যুৱ বেটছমেন তিলক বৰ্মাৰ সৈতে চুক্তি হোৱাৰ কথা নিশ্চিত কৰিছে হেম্পশ্বায়াৰ কাউন্টি ক্ৰিকেট ক্লাবে। ৰেডবল ক্ৰিকেটৰ বাবে দলত যোগদান কৰিব তিলক আৰু কাউন্টি চেম্পিয়নশ্বিপৰ পৰৱৰ্তী চাৰিখন মেচত নিৰ্বাচনৰ বাবে উপলব্ধ হ’ব। তেওঁৰ প্ৰথমখন মেচ ২২ৰ পৰা ২৫ জুনলৈ চেলমছফৰ্ডত এচেক্সৰ বিৰুদ্ধে হ’ব।

ভাৰতীয় দলৰ হৈ ২৯খন আন্তঃৰাষ্ট্ৰীয় মেচ খেলা তিলক বৰ্মাই এই পৰ্যন্ত ২৫ খন টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত ৭৪৯ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ ভিতৰত আছে দুটা শতক, যিটো ২০২৪ চনৰ নৱেম্বৰ মাহত দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে একেৰাহে ইনিংছত আহিছিল।ইয়াৰ উপৰিও তেওঁ তিনিটা অৰ্ধশতকও কৰিছে, য’ত বছৰৰ আৰম্ভণিতে ইংলেণ্ডৰ বিৰুদ্ধে খেলা ৭২ * ৰানৰ ইনিংছও আছে।

টি-২০ আৰু বিশেষকৈ আই পি এলত প্ৰদৰ্শনৰ বাবে পৰিচিত তিলক ২০১৯ চনত চুটি ফৰ্মেটত অভিষেক ঘটায়। ২০২২ চনত মুম্বাই ইণ্ডিয়ানছে তেওঁক নিজৰ দলত যোগ দিয়ে আৰু তেতিয়াৰ পৰাই তেওঁ ফ্ৰেঞ্চাইজিৰ হৈ ৫৪খন মেচত প্ৰায় ১৫০০ ৰান সংগ্ৰহ কৰে। তেওঁৰ গড় ৩৭.৪৭ আৰু ষ্ট্ৰাইক ৰেট ১৪৪.৪১। ২০২৫ চনৰ জুন মাহলৈকে তিলক ভাৰ্মাই যিকোনো সম্পূৰ্ণ সদস্য দেশৰ বেটছমেনৰ ভিতৰত সৰ্বাধিক গড় (৪৯.৯৩) লাভ কৰি টি-২০ আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত শীৰ্ষস্থান দখল কৰিছে।

হেম্পশ্বাৰৰ ক্ৰিকেট সঞ্চালক গিলছ হোৱাইটে এক বিবৃতিত কয় যে, অহা চাৰিখন মেচৰ বাবে তিলকৰ দৰে প্ৰতিভাৱান খেলুৱৈক দলত থকাৰ বাবে আমি অতিশয় উৎসাহিত। তেওঁ আন্তঃৰাষ্ট্ৰীয় মঞ্চ আৰু আই পি এলত নিজৰ যোগ্যতা প্ৰমাণ কৰিছে, আৰু এতিয়া আমি তেওঁক হেম্পশ্বাৰৰ হৈ খেলা দেখিবলৈ আগ্ৰহী।

ৰেডবল ক্ৰিকেটতো তিলক বৰ্মাৰ অভিলেখ আকৰ্ষণীয়। দুলীপ ট্ৰফীত ইণ্ডিয়া এৰ হৈ আৰু ইংলেণ্ড লায়ন্সৰ বিৰুদ্ধে দুখন মেচকে ধৰি এই পৰ্যন্ত ১৮খন প্ৰথম শ্ৰেণীৰ মেচ খেলিছে। পাঁচটা শতক আৰু চাৰিটা অৰ্ধশতককে ধৰি গড়ে ৫০.১৬ ৰানত ১২০০ৰো অধিক ৰান সংগ্ৰহ কৰিছে।

বৰ্তমান কাউন্টি চেম্পিয়নশ্বিপ ডিভিজন ৱানত সপ্তম স্থানত আছে হেম্পশ্বায়াৰ। যোৱা ছিজনত ক্লাবটোৱে ৰানাৰ্ছ আপৰ স্থান দখল কৰিছিল, যিটো ২০০৫ চনৰ পিছত তেওঁলোকৰ সৰ্বোত্তম প্ৰদৰ্শন আছিল।

ঘৰুৱা খেলপথাৰত তিলক বৰ্মাৰ প্ৰথম খেল ২৯ জুনৰ পৰা ২ জুলাইৰ ভিতৰত ৱৰ্চেষ্টাৰশ্বায়াৰৰ বিৰুদ্ধে হ’ব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

You Might Also Like

চিনচিনাটি অ’পেনৰ প্ৰথম ৰাউণ্ডতে পৰাস্ত প্ৰাক্তন ১ নম্বৰ টেনিছ তাৰকা ভেনাছ উইলিয়ামছ
বাংলাদেশ ক্ৰিকেট ব’ৰ্ডৰ প্ৰাক্তন অধিনায়ক জাহানাৰা আলমৰ যৌন নিৰ্যাতনৰ অভিযোগৰ তদন্ত আৰম্ভ
আই জি ইউৰ এজিএমৰ পিছত সভাপতি ব্রিজিন্দৰ সিঙে কয়- উত্তৰ-পূবত গ’ল্ফৰ উন্নয়ন পৰৱৰ্তী অগ্ৰাধিকাৰ
ডাফীৰ পাঁচ উইকেটৰ বিনিময়ত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে নিউজিলেণ্ডৰ ডব্লিউ টি চি চক্ৰৰ প্ৰথমটো জয়
মেজৰ লীগ ছকাৰঃ মেছিৰ দুটা গ’লৰ সহায়ত ইণ্টাৰ মিয়ামীৰ নিউয়ৰ্ক চিটি এফ চিক ৪-০ গ’লত পৰাস্ত

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article পশ্চিম কাৰ্বি আংলং জিলাৰ তৰা মইনা পাৰিজাতৰ উদ্যোগত ৰাভা দিৱসৰ আয়োজন
Next Article এছা দেওলৰ সৈতে সম্পৰ্কৰ উৰাবাতৰি সন্দৰ্ভত জায়েদ খানৰ মৌনতা ভংগ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?