মহাসাগৰৰ বুকুত অসমবাসীক পুনৰ গৌৰৱান্বিত কৰি তুলিলে সৰুপথাৰৰ দুঃসাহসী যুৱতী নিশামণি৷ চেন্নাইৰ ভাৰত মহাসাগৰৰ বুকুত ৫ জুনৰ পৰা ৯ জুনলৈকে অনুষ্ঠিত হোৱা অল ইণ্ডিয়া উইনচাৰ্ফিং চেম্পিয়নশ্বীপত আকৌ এবাৰ নিজৰ প্ৰতিভাক প্ৰতিপণ্ণ কৰিবলৈ স
BulletsIn
- চেন্নাইৰ ভাৰত মহাসাগৰৰ বুকুত ৫ জুনৰ পৰা ৯ জুনলৈকে অনুষ্ঠিত হ’ল অল ইণ্ডিয়া উইনচাৰ্ফিং চেম্পিয়নশ্বীপ।
- অসমৰ সাহসী যুৱতী গোলাঘাট জিলাৰ সৰুপথাৰৰ নিশামণি বৰাই চেন্নাইৰ পৰা সোণ কঢ়িয়াবলৈ সক্ষম হৈছে।
- তামিলনাডু চেইলিং এচ’চিয়েচনে দেশৰ সৰ্বমুঠ ১৮ ক্লাৱে অংশগ্ৰহণ কৰিছিল।
- অসমৰ সাহসী যুৱতীয়ে চেন্নাইৰ পৰাই অসমবাসীক ধন্যবাদ জনাই ভৱিষ্যতৰ দিনত অসম চৰকাৰৰ সহযোগিতা বিচাৰিলে।
- নিশামণিৰ প্ৰতিটো খোজত সাহস হৈ থিয় সৰুপথাৰ বিধায়ক বিশ্বজিৎ ফুকনে শুভেচ্ছা জনালে।
- উদ্যমী আৰু অত্যন্ত সাহসী নিশামণিৰ সফলতাত গৌৰৱান্বিত সৰুপথাৰবাসী।
- নিশামণিয়ে নৰ্থ ইষ্ট চেইলিং ট্ৰেইনিং, অসম নামেৰে এটি ক্লাৱ গঠন কৰি উক্ত ক্লাৱটোৰ জড়িয়তেই অসমৰ অংশগ্ৰহণ কৰিছিল।
- প্ৰতিযোগিতাত ৭ গৰাকী প্ৰতিদণ্ডীক প্ৰতিহত কৰি অসমলৈ সোণ কঢ়িয়াবলৈ সক্ষম হৈছে।
- অসমৰ সাহসী যুৱতী গোলাঘাট জিলাৰ সৰুপথাৰৰ নিশামণি বৰাই চেন্নাইৰ পৰা সোণ কঢ়িয়াবলৈ সক্ষম হৈছে।
- নিশামণিৰ প্ৰতিটো খোজত সাহস হৈ থিয় দিয়া সৰুপথাৰ বিধায়ক বিশ্বজিৎ ফুকনে সামাজিক মাধ্যমৰ যোগেদি জনালে শুভেচ্ছা।
