• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Sports > ইজৰাইলী জিমনাষ্টক ভিছা প্ৰদান নকৰাৰ বাবে ইণ্ডোনেছিয়াক আই অ’ চিৰ ভৎৰ্সনা
Sports

ইজৰাইলী জিমনাষ্টক ভিছা প্ৰদান নকৰাৰ বাবে ইণ্ডোনেছিয়াক আই অ’ চিৰ ভৎৰ্সনা

CliQ INDIA
Last updated: October 23, 2025 12:15 pm
CliQ INDIA
Share
2 Min Read
SHARE

ল’জান, ২৩ অক্টোবৰ (হি. স.)। আন্তঃৰাষ্ট্ৰীয় অলিম্পিক কমিটী (আই অ’ চি)য়ে বুধবাৰে ইণ্ডোনেছিয়াক ভৎৰ্সনা কৰি কয় যে ইজৰাইলী খেলুৱৈসকলক ভিছা প্ৰদান নকৰাৰ বাবে ইণ্ডোনেছিয়াক আৰু ভৱিষ্যতে অলিম্পিক গেমছ বা আনুষংগিক অনুষ্ঠান আয়োজনৰ বাবে বিবেচনা কৰা নহ’ব।

আচলতে ইজৰাইলী খেলুৱৈসকলক জাকাৰ্টাত চলি থকা বিশ্ব কলা জিমনাষ্টিক চেম্পিয়নশ্বিপত (১৯-২৫ অক্টোবৰ) অংশগ্ৰহণৰ বাবে ভিছাৰ পৰা বঞ্চিত কৰা হৈছিল। ইজৰাইল জিমনাষ্টিক ফেডাৰেচনে ক’ৰ্ট অৱ আৰ্বিট্ৰেচন ফৰ স্প’ৰ্টছ (চিএএছ)ৰ ওচৰত আবেদন জনায় যদিও চিএএছে এই আবেদন নাকচ কৰি ইজৰাইলী খেলুৱৈসকলে অংশগ্ৰহণ কৰাত বাধা দিয়ে।

আই অ’ চিৰ কাৰ্যবাহী ব’ৰ্ডে কয় যে, “সকলো যোগ্য খেলুৱৈ, দল, আৰু ক্ৰীড়া বিষয়াই যাতে বৈষম্যহীনভাৱে আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব পাৰে, সেয়া নিশ্চিত কৰাটো আয়োজক দেশখনৰ দায়িত্ব।”

এক আনুষ্ঠানিক বিবৃতিত আই অ’ চিয়ে ভৱিষ্যতে এনে ঘটনাৰ পৰা হাত সাৰিবলৈ এক বৃহৎ পদক্ষেপ গ্ৰহণ কৰি ঘোষণা কৰে যে “অলিম্পিক গেমছ, যুৱ অলিম্পিক, বা ভৱিষ্যতে কোনো অলিম্পিক অনুষ্ঠান বা সন্মিলন আয়োজনৰ সন্দৰ্ভত ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰীয় অলিম্পিক কমিটীৰ সৈতে কোনো আলোচনা নহ’ব যদিহে ইণ্ডোনেছিয়া চৰকাৰে নিশ্চিত নকৰে যে সকলো দেশৰ খেলুৱৈ আৰু বিষয়াক প্ৰৱেশৰ অনুমতি দিব।”

চৰকাৰে প্ৰয়োজনীয় নিশ্চয়তা প্ৰদান নকৰালৈকে সকলো আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেচনে ইণ্ডোনেছিয়াত কোনো ধৰণৰ ক্ৰীড়া অনুষ্ঠান বা বৈঠক আয়োজন কৰাৰ পৰা বিৰত থাকিবলৈও পৰামৰ্শ দিয়ে।

ইণ্ডোনেছিয়াৰ এন অ’ চি আৰু আন্তঃৰাষ্ট্ৰীয় জিমনাষ্টিক ফেডাৰেচনকো ল’জানত থকা মুখ্য কাৰ্যালয়লৈ মাতি আনি এই বিষয়ে চৰ্চা কৰিছে।

ইজৰাইলৰ সৈতে জড়িত অনুষ্ঠানসমূহত পূৰ্বৰ প্ৰতিবাদ

ইণ্ডোনেছিয়া চৰকাৰে পেলেষ্টাইনৰ সমৰ্থনত ইজৰাইলী জিমনাষ্টক ভিছা প্ৰদানৰ পৰা বঞ্চিত কৰা বুলি উল্লেখ কৰিছে।

২০২৩ চনৰ জুলাই মাহত ইজৰাইলৰ অংশগ্ৰহণক লৈ বিতৰ্কৰ বাবে ইণ্ডোনেছিয়াই বিশ্ব বিচ গেমছ আয়োজনৰ পৰা আঁতৰি যায়।

২০২৩ চনৰ মাৰ্চ মাহত দুজন প্ৰাদেশিক গৱৰ্ণৰৰ প্ৰতিবাদৰ পিছত ইণ্ডোনেছিয়াইৰ পৰা ফিফা ২০ বছৰ অনুৰ্ধ বিশ্বকাপৰ আয়োজনৰ অধিকাৰ কাঢ়ি লোৱা হৈছিল।

এই দুয়োটা কাণ্ড গাজাত ইজৰাইল আৰু হামাছৰ মাজত যুদ্ধ আৰম্ভ হোৱাৰ আগতেই সংঘটিত হৈছিল। বৰ্তমান তাত যুদ্ধবিৰতিৰ ব্যৱস্থা কৰা হৈছে।

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

ছিনিয়ৰ মহিলা আন্তঃবিভাগীয় ৰাষ্ট্ৰীয় চেম্পিয়নশ্বিপত ৰেলৱে ক্ৰীড়া প্ৰচাৰ ব’ৰ্ডৰ জয়লাভ
T20 বিশ্বকাপ ২০২৬ ছেমিফাইনেল: ভাৰত-ইংলেণ্ডৰ মহাৰণৰ পূৰ্বে ৱাংখেড়েৰ দৰ্শকক নীৰৱ কৰাৰ শপত ছেম কাৰানৰ
ফ্ৰীষ্টাইল দবা গ্ৰেণ্ড শ্লেম: প্ৰজ্ঞানানন্দা আৰু এৰিগাছি কোৱাৰ্টাৰ ফাইনেলত, কাৰ্লচেন খিতাপৰ দৌৰৰ পৰা বাহিৰ
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
নাপোলিৰ ব’ল’গনাক ২-০ গ’লত পৰাস্ত কৰি ইটালীৰ ছুপাৰ কাপ জয়

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article মিঞাই সোনাপুৰৰ জুবিন ক্ষেত্ৰক চৰকাৰৰ বিৰুদ্ধে আন্দোলনস্থলী হিচাবে ব্যৱহাৰ কৰিছে-বিজেপি
Next Article নগাঁও জিলাৰ কঠীয়াতলীৰ বুকলুঙত গৰু চুৰিৰ ঘটনা
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
কৃত্ৰিম বুদ্ধিমত্তা, দক্ষতা আৰু অৰ্থনৈতিক বিকাশ প্ৰদৰ্শনৰ বাবে পাটনাত বিহাৰ এআই সন্মিলন ২০২৬
Uncategorized
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?