• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Sports > অ’ভেলত ভাৰতৰ বিৰুদ্ধে পঞ্চমখন টেষ্টত ইংলেণ্ড দলত অন্তৰ্ভুক্ত জেমী অভাৰটন
Sports

অ’ভেলত ভাৰতৰ বিৰুদ্ধে পঞ্চমখন টেষ্টত ইংলেণ্ড দলত অন্তৰ্ভুক্ত জেমী অভাৰটন

CliQ INDIA
Last updated: July 29, 2025 4:50 am
CliQ INDIA
Share
1 Min Read
SHARE

লণ্ডন, ২৮ জুলাই (হি.স.)। বৃহস্পতিবাৰৰ পৰা অ’ভেলত আৰম্ভ হ’বলগীয়া ভাৰতৰ বিৰুদ্ধে পঞ্চম আৰু অন্তিমখন টেষ্টৰ বাবে ১৫ জনীয়া ইংলেণ্ড দললৈ পুনৰ আমন্ত্ৰণ জনোৱা হৈছে অল ৰাউণ্ডাৰ জেমী অভাৰটনক। ২০২২ চনত তেওঁৰ কেৰিয়াৰৰ একমাত্ৰ টেষ্ট মেচখন খেলিছিল।

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (আই পি এল)ৰ অন্তিম সংস্কৰণত চেন্নাই ছুপাৰ কিংছৰ হৈ তিনিখন মেচ খেলিছিল ছাৰেৰ ৩১ বছৰীয়া অল ৰাউণ্ডাৰগৰাকীয়ে। ২০২২ চনত লিডছত নিউজিলেণ্ডৰ বিৰুদ্ধে তেওঁ দুটা উইকেট দখল কৰি ৯৭ ৰান সংগ্ৰহ কৰিছিল। অভাৰটনৰ বাহিৰে শেষৰখন মেচত নিৰ্বাচিত হোৱা ১৪ গৰাকী খেলুৱৈক দলত ৰখা হৈছে।

ভাৰতৰ বিৰুদ্ধে পঞ্চম টেষ্টৰ বাবে ইংলেণ্ড দল

বেন ষ্ট’কছ (অধিনায়ক), জোফ্ৰা আৰ্চাৰ, গাছ এটকিনছন, জেকব বেথেল, হেৰী ব্ৰুক, ব্ৰাইডন কাৰ্ছ, জেক ক্ৰ’লি, লিয়াম ড’ছন, বেন ডাকেট, জেমী অভাৰটন, অলি পোপ, জো ৰুট, জেমী স্মিথ, জোছ টংগু, ক্ৰীছ ৱ’কেছ।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

জোছ বাটলাৰৰ অধিনায়কত্বৰ সংকটঃ ইংলেণ্ডে চেম্পিয়নছ ট্ৰফীৰ পৰা বাহিৰ হোৱাৰ পিছত প্ৰশ্ন উত্থাপন হৈছে | BulletsIn
ফিফাৰ ২০৩০, ২০৩৪ বিশ্বকাপৰ নিবিদা মূল্যায়ন প্ৰতিবেদন প্ৰকাশ | BulletsIn
মহিলা ক্ৰিকেটঃ তৃতীয় টি-২০ত ইংলেণ্ডৰ শেষ বলত জয়লাভ, ভাৰতক শৃংখলা জয় কৰাত বাধা
গোলাঘাটত জি ডি এছ এ কাপ আমন্ত্ৰণমূলক ফুটবল প্ৰতিযোগিতা উদ্বোধনী অনুষ্ঠান
গ্ৰেণ্ড চেছ ট্যুৰ, পোলেণ্ড ব্লিটজ ২০২৫: দ্বিতীয় স্থানত প্ৰজ্ঞানানন্দ, ফেডোছেভ শীৰ্ষত | BulletsIn

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article মালিগাঁও জামা মছজিদৰ চাদত অগ্নিকাণ্ড, অস্থায়ী গৃহ জ্বলি ভষ্মিভূত
Next Article বৰুণ ধৱনৰ নতুন নায়িকা হৈ পৰিল মেধা ৰাণা, দেখা যাব ‘বৰ্ডাৰ ২’ত
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?