ওদালগুৰি, ০৫ ছেপ্টেম্বৰ (হি.স.)। ওদালগুৰি ভালূকমাৰীত অঘটন। বিদ্যালয়ত পিতা পুত্ৰ চাইকেলেৰে গৈ থকা অবস্থাত ৰাজপথত মেজিক এচি ভানে মহতিয়াই থৈ যায়। থিতাতে মৃত্যু হয় জয়প্ৰকাছ চৌহানৰ পুত্ৰ ৰিতম চৌহান। সংকট জনক অৱস্থাত পিতৃ জয়প্ৰকাশক জিএমচিলৈ প্ৰেৰণ কৰে ।
ৰাজপথত এএছ ০১ পিচি ১৩১০ নং মেজিক এচি ভান খনৰ চালক জীয়াউৰ হকে মহতিয়াই লৈ যায়। ঘটনাক কেন্দ্ৰ কৰি উতপ্ত হৈ পৰে ওদালগুৰি আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিয়য়াৰ ওপৰত ।
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা
