• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > ইতিহাসৰ পাতত ৫ ডিচেম্বৰ: বৰ্ষ ২০১৬ত তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জয়ললিতাৰ মৃত্যু
National

ইতিহাসৰ পাতত ৫ ডিচেম্বৰ: বৰ্ষ ২০১৬ত তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জয়ললিতাৰ মৃত্যু

CliQ INDIA
Last updated: December 4, 2025 4:05 pm
CliQ INDIA
Share
4 Min Read
SHARE

তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা এআইএডিএমকে নেতা জে জয়ললিতাৰ ২০১৬ চনৰ ৫ ডিচেম্বৰত মৃত্যু হয়। দীৰ্ঘদিনীয়া অসুস্থতাৰ অন্তত ৬৮ বছৰ বয়সত এপ’ল’ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে।

চাৰি দশকৰো অধিক সময় তামিলনাডুৰ ৰাজনীতিত প্ৰভাৱশালী ভূমিকা পালন কৰা জয়ললিতাক ৰাজ্যবাসীয়ে মৰমেৰে আম্মা বুলি অভিহিত কৰিছিল। ছয়বাৰ তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি ৰাজ্যখনৰ অন্যতম জনপ্ৰিয় নেতা হিচাপে গণ্য কৰা হৈছিল। তেওঁৰ মৃত্যুৰ খবৰে সমগ্ৰ তামিলনাডুত জোকাৰণিৰ সৃষ্টি কৰিছিল, লাখ লাখ সমৰ্থকে তেওঁক চূড়ান্ত বিদায় দিবলৈ ভিৰ কৰিছিল। জয়ললিতাৰ মৃত্যুত তামিলনাডুৰ ৰাজনীতিত এক বৃহৎ পৰিৱৰ্তন ঘটিছিল, যাৰ ফলত এআইএডিএমকেৰ ভিতৰত নেতৃত্বৰ টনা-আজোৰাৰ সূচনা হৈছিল।

গুৰুত্বপূৰ্ণ পৰিঘটনা

১৬৫৭ – শ্বাহজাহানৰ কনিষ্ঠ পুত্ৰ মুৰাদে নিজকে সম্ৰাট ঘোষণা কৰে।

১৯১৭ – ৰাছিয়াত নতুন বিপ্লৱী চৰকাৰ গঠন হয় আৰু ৰাছিয়া আৰু জাৰ্মানীৰ মাজত যুদ্ধবিৰতি ঘোষণা কৰা হয়।

১৯৪৩ – জাপানৰ এখন বিমানে কলকাতাত বোমা পেলায়।

১৯৪৬ – ভাৰতত হোম গাৰ্ড প্ৰতিষ্ঠা হয়।

১৯৫০ – আজিৰ দিনটোতে ছিকিম ভাৰতৰ সংৰক্ষিত ৰাজ্য হিচাপে পৰিগণিত হয়।

১৯৯৩ – মুলায়ম সিং যাদৱ পুনৰ মুখ্যমন্ত্ৰী হয়।

১৯৯৭ – ভগৱান বুদ্ধৰ জন্মস্থান লুম্বিনি, ইটালীৰ পম্পেই আৰু হাৰকুলেনিয়াম স্থান, শ্বেৰ শ্বাহ ছুৰীয়ে নিৰ্মাণ কৰা ৰোহতাছ দুৰ্গ, বাংলাদেশৰ সুন্দৰবন আদি ইউনেস্কোৰ বিশ্ব ঐতিহ্য তালিকাত অন্তৰ্ভুক্ত হয়।

১৯৯৮ – ৰাছিয়াই ২০০২ চনত ভাৰতীয় নৌসেনাক ক্ৰীভাক শ্ৰেণীৰ বহুমুখী যুদ্ধজাহাজ প্ৰদান কৰিবলৈ সন্মত হয়।

১৯৯৯ – ৰাছিয়াই চেচেনিয়াত অস্থায়ীভাৱে সৈন্য নিয়োগ কৰাৰ কথা ঘোষণা কৰে।

১৯৯৯ – ভাৰতীয় সৌন্দৰ্য্য যুক্তা মূখেইক মিছ ৱৰ্ল্ডৰ মুকুট পিন্ধোৱা হয়।

১৯৯৯ – ৰাছিয়াই চেচেনিয়াত অস্থায়ীভাৱে সৈন্য নিয়োগ কৰাৰ কথা ঘোষণা কৰে।

১৯৯৯ – ভাৰতীয় সৌন্দৰ্য্য যুক্তা মূখেইক মিছ ৱৰ্ল্ডৰ মুকুট পিন্ধোৱা হয়।

২০০০ – আমেৰিকাৰ উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰপতি নিৰ্বাচনত জৰ্জ বুছৰ সপক্ষে ৰায় দিয়ে।

২০০১ – হামিদ কাৰ্জাইৰ নেতৃত্বত আফগানিস্তানত অন্তৱৰ্তীকালীন চৰকাৰ গঠন কৰিবলৈ চাৰিওটা ফৈদ সন্মত হয়।

২০০৩ – চেচেনিয়াত এখন ৰেলত আত্মঘাতী আক্ৰমণত ৪২ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১৬০ জন আহত হয়।

২০০৩ – আবুজাত কমনৱেলথ চৰকাৰৰ মুৰব্বীসকলৰ চাৰিদিনীয়া শীৰ্ষ সন্মিলন আৰম্ভ হয়।

২০০৫ – ব্ৰিটেইনত সমকামী পুৰুষ আৰু সমকামী মহিলাৰ মাজত আইনী সম্পৰ্কক স্বীকৃতি দিয়া হয়।

২০০৭ – আমেৰিকাত এফ-১৬ যুদ্ধ বিমানত এণ্টি মিছাইল ব্যৱস্থাৰে সজ্জিত হয়।

২০০৭ – পাকিস্তানৰ উচ্চতম ন্যায়ালয়ে জৰুৰীকালীন অৱস্থাত জাৰি কৰা সংবাদ মাধ্যমৰ নিষেধাজ্ঞাক প্ৰত্যাহ্বান জনাই এখন আবেদন খাৰিজ কৰে।

২০০৮ – ৰাছিয়াৰ ৰাষ্ট্ৰপতি দিমিত্ৰী মেডভেডেভে ভাৰতৰ সৈতে যৌথভাৱে পৰৱৰ্তী প্ৰজন্মৰ পাৰমাণৱিক প্ৰযুক্তি বিকশিত কৰাৰ প্ৰস্তাৱ আগবঢ়ায়।

২০০৮ – কংগ্ৰেছে অশোক চাৱনক মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হিচাপে ঘোষণা কৰে।

২০১৩ – য়েমেনৰ ৰাজধানী ছানাত প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ কমপ্লেক্সত সন্ত্ৰাসবাদী আক্ৰমণত ৫২ জন লোক নিহত হয়।

জন্ম

১৮৭২ – আজিৰ দিনটোতে ভাই বীৰ সিং – আধুনিক পাঞ্জাবী কবিতা আৰু গদ্যৰ সৃষ্টিকৰ্তা হিচাপে বিখ্যাত কবি।

১৮৯৪ – এইচ.চি. দাসপ্পা – ভাৰতৰ অন্যতম বিপ্লৱী।

১৮৯৮ চনৰ আজিৰ দিনটোতে জোছ মালিহাবাদী – বিখ্যাত কবি।

১৯০৫ – শ্বেখ মহম্মদ আব্দুল্লা – জম্মু-কাশ্মীৰৰ প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী।

১৯৩২ – নাদিৰা – বিখ্যাত হিন্দী চলচ্চিত্ৰ অভিনেত্ৰী।

১৯৩২ – ৰমাকান্ত আচৰেকাৰ – ভাৰতীয় ক্ৰিকেট প্ৰশিক্ষক।

১৯৩৫ – ৰামানুজ প্ৰসাদ সিং – বিখ্যাত সৰ্বভাৰতীয় ৰেডিঅ’ৰ বাতৰি পৰিবেশক।

১৯৩৮ – ৰঘুবীৰ চৌধুৰী – গুজৰাটী সাহিত্যিক।

১৯৬৯ – অঞ্জলি ভাগৱত – বিখ্যাত ভাৰতীয় মহিলা শ্বুটাৰ।

মৃত্যু

১৯২৪ – এছ সুব্ৰমণিয়া আয়েৰ – স্বাধীনতা সংগ্ৰামী, শিক্ষাবিদ, আৰু সমাজকৰ্মী।

১৯৪১ – অমৃতা শ্বেৰগিল – বিখ্যাত ভাৰতীয় মহিলা চিত্ৰশিল্পী।

১৯৫০ – অৰবিন্দো ঘোষ – ভাৰতীয় সাহিত্যিক।

১৯৫১ চনত অবনীন্দ্ৰনাথ ঠাকুৰ – প্ৰখ্যাত শিল্পী আৰু সাহিত্যিক।

১৯৫৫ – মাজাজ – বিখ্যাত কবি।

১৯৫৭ – হুছেইন আহমেদ মাদানী – প্ৰখ্যাত ইছলামিক পণ্ডিত আৰু স্বাধীনতা সংগ্ৰামী।

১৯৬১ – গুৰবচন সিং ছালাৰিয়া – পৰমবীৰ চক্ৰৰে সন্মানিত।

২০১৩ – নেলছন মেণ্ডেলা – দক্ষিণ আফ্ৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা ভাৰতৰত্ন বঁটা বিজয়ী।

২০১৬ – জয়ললিতা – তামিলনাডুৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা সৰ্বভাৰতীয় আন্না দ্ৰাবিদা মুনেত্ৰ কাঝাগাম (এআইএডিএমকে) দলৰ এগৰাকী বিশিষ্ট নেতা।

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

চাইবাৰ সুৰক্ষা অবিহনে ৰাষ্ট্ৰৰ বিকাশ অসম্ভৱঃ অমিত শ্বাহ | BulletsIn
প্ৰধানমন্ত্ৰী মোদীৰ ৰাইজলৈ ঈদ-উল-ফিতৰৰ শুভেচ্ছা | BulletsIn
নিষিদ্ধ সংগঠনৰ বিৰুদ্ধে বৃহৎ অভিযান, কুলগামৰ ২০০ৰো অধিক স্থানত তালাচী
আজি পাটনাত শক্তি খণ্ডৰ ক্ষেত্ৰিয় সন্মিলন
নেপাল সীমান্তৰে ভাৰতত অনুপ্ৰৱেশ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ চীনৰ নাগৰিক

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article তিনিচুকীয়াৰ গেলাপুখুৰী বাইপাছত ভয়ংকৰ পথ দুৰ্ঘটনা
Next Article বিজনীত বিটিচিৰ কাৰ্যাবাহী সদস্য বেগম আখতাৰা আহমেদৰ পুত্তলিকা দাহন
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?