• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > ৰাষ্ট্ৰপতি মুৰ্মুৰ ২ নৱেম্বৰৰ পৰা ৪ নৱেম্বৰলৈ উত্তৰাখণ্ড ভ্ৰমণ; পতঞ্জলি বিশ্ববিদ্যালয় আৰু কুমাওন বিশ্ববিদ্যালয়ত সমাৱৰ্তনত অংশগ্ৰহণ
National

ৰাষ্ট্ৰপতি মুৰ্মুৰ ২ নৱেম্বৰৰ পৰা ৪ নৱেম্বৰলৈ উত্তৰাখণ্ড ভ্ৰমণ; পতঞ্জলি বিশ্ববিদ্যালয় আৰু কুমাওন বিশ্ববিদ্যালয়ত সমাৱৰ্তনত অংশগ্ৰহণ

CliQ INDIA
Last updated: October 26, 2025 8:42 am
CliQ INDIA
Share
1 Min Read
SHARE

ডেৰাডুন, ২৫ অক্টোবৰ (হি.স.)। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ আগন্তুক উত্তৰাখণ্ড ভ্ৰমণৰ বিশদ ভ্ৰমণসূচী প্ৰকাশ কৰিছে ৰাষ্ট্ৰপতি কাৰ্যালয়ে। ভ্ৰমণসূচী অনুসৰি অহা ২ নৱেম্বৰত ৰাষ্ট্ৰপতি ডেৰাডুনত উপস্থিত হ’ব। আহি পোৱাৰ লগে লগে হৰিদ্বাৰৰ পতঞ্জলি বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব।

সন্ধিয়া ডেৰাডুনৰ ৰাজপুৰ পথৰ ৰাষ্ট্ৰপতি নিকেতনত নিকেতনত থাকিব ৰাষ্ট্ৰপতি। পিছদিনা অৰ্থাৎ ৩ নৱেম্বৰত ৰাষ্ট্ৰপতিয়ে উত্তৰাখণ্ড বিধানসভাৰ বিশেষ অধিৱেশনত ভাষণ দিব। সেইদিনা সন্ধিয়া তেওঁ নৈনীতাললৈ ৰাওনা হ’ব আৰু নিশাটো নৈনীতালৰ ৰাজ ভৱনত থাকিব।

ইফালে ৪ নৱেম্বৰত ৰাষ্ট্ৰপতিগৰাকীয়ে কাইঞ্চি ধাম ভ্ৰমণ কৰিব আৰু তাৰ পিছত কুমাওন বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰিব। অনুষ্ঠানত ছাত্র-ছাত্রীকো সন্মানিত কৰিব তেওঁ। এই ভ্ৰমণৰ সামৰণিৰ পিছত ৪ নৱেম্বৰৰ বিয়লি ৰাষ্ট্ৰপতি পুনৰ নতুন দিল্লীলৈ উভতি যাব।

ৰাষ্ট্ৰপতি মুৰ্মুৰ এই তিনিদিনীয়া ভ্ৰমণ উত্তৰাখণ্ডৰ কুমাওন আৰু গড়ৱাল দুয়োটা অঞ্চলৰ বাবে গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

বৰ্ধিত প্ৰদূষণ সন্দৰ্ভত ডিজিএইচএছৰ সকলো ৰাজ্যলৈ পত্ৰ, সজাগতাৰ ওপৰত গুৰুত্ব আৰোপ | BulletsIn
বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি পুনৰীক্ষণৰ বাবে দুদিনীয়া ভ্ৰমণৰ বাবে পাটনাত উপস্থিত নিৰ্বাচন আয়োগৰ দল
কেন্দ্ৰীয় মন্ত্ৰী জিতেন্দ্ৰ সিঙে উদ্বোধন কৰিলে আইআইএছএফ ২০২৪ | BulletsIn
ইতিহাসৰ পাতত ৫ জানুৱাৰীঃ ২০২০ চনত লিঅ’ কাৰ্টাৰৰ ঐতিহাসিক কৃতিত্ব, ক্ৰিকেট ইতিহাসৰ এক সোণালী অধ্যায়
ভাৰতত নতুনকৈ কৰোনা আক্ৰান্ত ১৪৮ জন

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article চীন আৰু ৰাছিয়াৰ মহিলা চোৰাংচোৱাৰ লক্ষ্য চিলিকন ভেলী
Next Article নামনি সোঁৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ বিৰুদ্ধে গোগামুখত এজেৱাইচিপিৰ প্ৰতিবাদ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?