• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > ১৭ সংখ্যক ব্ৰিকছ শীৰ্ষ সন্মিলনৰ বাবে ৰিঅ' ডি জেনেইৰ'ত উপস্থিত প্ৰধানমন্ত্ৰী মোডী
National

১৭ সংখ্যক ব্ৰিকছ শীৰ্ষ সন্মিলনৰ বাবে ৰিঅ' ডি জেনেইৰ'ত উপস্থিত প্ৰধানমন্ত্ৰী মোডী

CliQ INDIA
Last updated: July 6, 2025 2:50 pm
CliQ INDIA
Share
2 Min Read
SHARE
ৰিঅ' ডি জেনেইৰ'ত উপস্থিত প্ৰধানমন্ত্ৰী মোডী–উৎস বৈদেশিক মন্ত্ৰালয়

দিল্লী, ০৬ জুলাই (হি.স.): আৰ্জেণ্টিনাৰ সাৰ্থক ভ্ৰমণৰ সামৰণি মাৰি ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাছিঅ’ লুলা দা চিলভাৰ আমন্ত্ৰণত ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ত ১৭ সংখ্যক ব্ৰিকছ সন্মিলনত অংশগ্ৰহণৰ বাবে উপস্থিত হৈছে প্ৰধানমন্ত্ৰী মোডী। ব্ৰাজিলৰ সৈতে সম্পৰ্ক শক্তিশালী আৰু বিশ্বৰ নেতাসকলৰ সৈতে জড়িত হোৱাৰ বাবে দুটা খণ্ডৰ ভ্ৰমণৰ আৰম্ভণিতে তেওঁ গালিয়াও আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত অৱতৰণ কৰে।

এক্সত প্ৰধানমন্ত্ৰী মোদীয়ে পোষ্ট কৰিছিল: “ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ত অৱতৰণ কৰিলোঁ, য’ত মই ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিম আৰু তাৰ পিছত ৰাষ্ট্ৰপতি লুলাৰ আমন্ত্ৰণত ৰাজ্যিক ভ্ৰমণৰ বাবে ইয়াৰ ৰাজধানী ব্ৰাজিলিয়ালৈ যাম। এই ভ্ৰমণৰ সময়ত বৈঠক আৰু পাৰস্পৰিক ক্ৰিয়াৰ এক উৎপাদনশীল পৰিক্ৰমাৰ বাবে আগ্ৰহী।”

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে এক্সৰ ওপৰত কৰা এক পোষ্টত কয় যে, ব্ৰিকছৰ অংশীদাৰিত্বৰ প্ৰতি প্ৰতিশ্ৰুতিবদ্ধ! ১৭ সংখ্যক ব্ৰিকছ শীৰ্ষ সন্মিলনৰ বাবে ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ত অৱতৰণ কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ( @narendramodi। #BRICS2025)।

১৭ সংখ্যক ব্ৰিকছ নেতা সন্মিলনত তেওঁ শান্তি, নিৰাপত্তা, বহুপক্ষীয়তাবাদ, কৃত্ৰিম বুদ্ধিমত্তা, জলবায়ু কাৰ্য্য, স্বাস্থ্য, আৰু অৰ্থনৈতিক বিষয়ৰ দৰে জটিল বিশ্বজনীন বিষয়সমূহৰ ওপৰত চৰ্চা কৰিব। ইয়াৰ উপৰিও শীৰ্ষ সন্মিলনৰ সময়ত প্ৰধানমন্ত্ৰী মোদীয়ে দ্বিপাক্ষিক বৈঠকত লিপ্ত হোৱাৰ সম্ভাৱনা আছে। ব্ৰাজিলিয়াত তেওঁ ৰাষ্ট্ৰপতি লুলাৰ সৈতে কৌশলগত অংশীদাৰিত্ব সম্প্ৰসাৰণৰ বিষয়ে আলোচনা কৰিব, বাণিজ্য, প্ৰতিৰক্ষা, শক্তি, মহাকাশ, প্ৰযুক্তি, কৃষি, স্বাস্থ্য, আৰু মানুহৰ মাজত সংযোগৰ ওপৰত গুৰুত্ব আৰোপ কৰিব।

এয়া মোডীৰ চতুৰ্থবাৰলৈ ব্ৰাজিল ভ্ৰমণ আৰু ব্ৰিকছ শীৰ্ষ সন্মিলনত ১২ সংখ্যক অংশগ্ৰহণ। তেওঁৰ পূৰ্বৰ উপস্থিতিসমূহৰ ভিতৰত ২০২০ চনৰ অক্টোবৰত ভাৰ্চুৱেল শীৰ্ষ সন্মিলন আৰু ইয়াৰ পূৰ্বে জোহান্সবাৰ্গ আৰু গোৱাৰ দৰে স্থানত অনুষ্ঠিত হোৱা বৈঠকসমূহো অন্তৰ্ভুক্ত। ব্ৰিকছে ১১খন উল্লেখযোগ্য উদীয়মান অৰ্থনীতিক একত্ৰিত কৰিছে, যিয়ে বিশ্বৰ জনসংখ্যাৰ প্ৰায় ৪৯.৫%, বিশ্বৰ জিডিপিৰ প্ৰায় ৪০% আৰু বিশ্ব বাণিজ্যৰ প্ৰায় ২৬% অংশ গ্ৰহণ কৰে। ইয়াৰ পূৰ্বে ভাৰতে ২০২১ চনৰ ছেপ্টেম্বৰ আৰু ২০১৬ চনৰ অক্টোবৰ মাহত ব্ৰিকছৰ অধ্যক্ষতা কৰিছিল, ইয়াৰ সভাপতিত্বৰ সময়ছোৱাত ১৫০টাতকৈও অধিক অনুষ্ঠান আয়োজন কৰিছিল।

ব্ৰাজিলৰ পূৰ্বে,প্ৰধানমন্ত্ৰী মোডীয়ে ঘানা, ট্ৰিনিদাদ এণ্ড ট’বেগো, আৰু আৰ্জেণ্টিনা ভ্ৰমণ কৰিছিল, পিছৰটো আছিল ৫৭ বছৰৰ ভিতৰত ভাৰতৰ প্ৰধানমন্ত্ৰীৰ প্ৰথমটো দ্বিপাক্ষিক ভ্ৰমণ। ব্ৰাজিলৰ পিছত তেওঁৰ পাঁচখন দেশৰ ভ্ৰমণৰ অন্তিম অৱস্থান হ’ব ৯ জুলাইত নামিবিয়া আৰু তাত তেওঁ সংসদত ভাষণ দিব।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

You Might Also Like

আই আই এম শ্বিলঙত ভাৰতৰ প্ৰথম গতি শক্তি গৱেষণা অধ্যক্ষ প্ৰতিষ্ঠা
কুপৱাৰাত সেনাৰ অভিযানত ধৰাশায়ী এটা সন্ত্ৰাসবাদী | BulletsIn
((আপডেট) তামিলনাডুৰ ৰেলীত থেলা হেঁচাত ৩৯ জন লোকৰ মৃত্যু, বিভিন্ন জনৰ শোক প্ৰকাশ
শ্ৰী অমৰনাথ যাত্ৰা আৰম্ভ, তীৰ্থযাত্ৰীসকল বালতাল আৰু নুনৱান বেছ কেম্পৰ পৰা ৰাওনা
সংঘৰ প্ৰকাশনৰ বিৱৰ্তন: মৌখিক প্ৰচাৰৰ পৰা সমগ্ৰ ভাৰতীয় সংবাদ মাধ্যমৰ উপস্থিতিলৈ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ব্ৰাজিলত প্ৰধানমন্ত্ৰী মোডী, প্ৰবাসী ভাৰতীয়ৰ মাজত ব্যাপক উৎসাহ
Next Article গৌৰীপুৰ বেপাৰীপট্টিত ভয়ংকৰ পথ দুৰ্ঘটনা থিতাতে নিহত এজন
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?