• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > লক্ষ্ণৌৰ পথ দুৰ্ঘটনাত ৫জন লোকৰ মৃত্যু, ১৯জন আহত
National

লক্ষ্ণৌৰ পথ দুৰ্ঘটনাত ৫জন লোকৰ মৃত্যু, ১৯জন আহত

CliQ INDIA
Last updated: September 12, 2025 2:57 pm
CliQ INDIA
Share
2 Min Read
SHARE

লক্ষ্ণৌ, ১২ ছেপ্টেম্বৰ (হি.স.)। উত্তৰ প্ৰদেশৰ ৰাজধানী লক্ষ্ণৌৰ কাকোৰী থানা এলেকাত বৃহস্পতিবাৰে গভীৰ নিশা কাইজাৰবাগ ডিপোৰ এখন ৰোডৱেজ বাছে দুৰ্ঘটনাগ্ৰস্ত হয়। এই দুৰ্ঘটনাত বাছখনত যাত্ৰা কৰা ৫ জন যাত্ৰীৰ মৃত্যু হোৱাৰ বিপৰীতে ১৯ জন লোক আহত হয়। ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে সংমণ্ডল আয়ুক্ত ডাঃ ৰোশন জেকব, লক্ষ্ণৌ আৰক্ষী আয়ুক্ত অমৰেন্দ্ৰ কুমাৰ চেংগাৰ, জিলা দণ্ডাধীশ বিশাখ জী আৰু সকলো প্ৰশাসনিক বিষয়াই চিকিৎসালয়ত উপস্থিত হৈ আহতসকলৰ অৱস্থাৰ বিষয়ে বুজ লৈছে।

আৰক্ষী আয়ুক্তগৰাকীয়ে কৈছেৰবাগ ডিপোৰ ইউ পি ৭৮ এল এন ১৩৪০ নম্বৰৰ ৰোডৱেজ বাছখন হৰদয়ৰ পৰা যাত্ৰীসহ লক্ষ্ণৌলৈ আহি থকা বুলি জানিবলৈ দিয়ে। বৃহস্পতিবাৰে নিশা বিটা নলা দলং টিকইটগঞ্জৰ সমীপত নিয়ন্ত্ৰণৰ বাহিৰ হৈ খাৱৈত বাগৰি পৰে। এই তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ আহতসকলক চিকিৎসালয়লৈ লৈ যায় আৰু মৃতদেহকেইটা মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে।

ইয়াত ট্ৰমা চেণ্টাৰত উপস্থিত হৈ আহতসকলৰ অৱস্থাৰ বিষয়ে সোধা-পোছা কৰাৰ পিছত জিলা দণ্ডাধীশ বিশাখ জীয়ে চিকিৎসকসকলক ৰোগীসকলক উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিছে। তেওঁ কয় যে হৰদয়ৰ পৰা লক্ষ্ণৌলৈ আহি আছিল ৰোডৱেজ বাছখন। পথচাৰী এজনক বচাবলৈ চেষ্টা কৰাৰ সময়তে গাড়ীখনে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে। এই দুৰ্ঘটনাত ৫ জন লোকে প্ৰাণ হেৰুৱাইছে আৰু ১৯ জন আহত হৈছে।

নিহত দুজন পিলিভিত জিলাৰ বাবুৰাম, মথুৰাৰ নৰদেৱ, বদৌনৰ সঞ্জীৱ, লক্ষ্ণৌৰ কাকোৰীৰ দিলছাদ বুলি জানিব পৰা গৈছে। এজন অচিনাকি ব্যক্তিক চিনাক্ত কৰা হৈছে।

আহত ইৰছাদ, অনুৰাগ, অৰবিন্দ অৱস্থী, সঞ্জয়, ৰাজেশ মৌৰ্য, বসন্ত দেৱী, সঞ্জীৱ প্ৰকাশ, অৰুণ কুমাৰ, ভাৰত কুমাৰ, দীনেশ, শুভাজিৎ মুখাৰ্জী, সুহাইল আহমেদ, দুৰ্গেশ, ৰাকেশ, অভিৰাল ভাৰ্মা, অনুপ, অনুজৰাজ, চালক অনিল কুমাৰ আৰু পৰিচালক মহম্মদ ৰেহানক প্ৰেৰণ কৰা হৈছে চিকিৎসাৰ বাবে চিকিৎসালয়লৈ লৈ যায়। আহতসকলক প্ৰথমে চি এইচ চি কাকোৰী আৰু মালিহাবাদলৈ প্ৰেৰণ কৰা হয় বুলি জানিবলৈ দিয়ে ডি এম গৰাকীয়ে। গুৰুতৰভাৱে আহত ৮ জন লোকক কেজিএমচি ট্ৰমা চেণ্টাৰলৈ অনা হয়। এজনক বলৰামপুৰ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

ছিকিমৰ পৰা উভতিল দালাই লামা, পশ্চিম বংগৰ ছালুগড়াত ধৰ্মীয় প্ৰচাৰ কাৰ্যসূচীত কৰিব অংশগ্ৰহণ
পশ্চিম এছিয়াৰ যুদ্ধ: প্ৰধানমন্ত্ৰী মোদীৰ মুখ্যমন্ত্ৰীসকলৰ সৈতে বৈঠক, প্ৰস্তুতিৰ ওপৰত গুৰুত্ব
কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মুদিয়া দৰবাৰত মাঞ্জি-মুখীয়াসকলক সাক্ষাৎ কৰি শুনিব তেওঁলোকৰ সমস্যাৰ কথা
প্রধানমন্ত্রী নরেন্দ্র মোদী গঙ্গা এক্সপ্রেসওয়ে উদ্বোধন করেছেন, এটাকে উত্তর প্রদেশের উন্নয়নের নতুন জীবনরেখা বলে অভিহিত করেছেন
আয়ুৰ্বেদিক মহাবিদ্যালয়ত পঞ্চকৰ্মৰ উৎকৃষ্টতা কেন্দ্ৰ আৰু ৰাজ্যিক ফাৰ্মাচীৰ নৱীকৰণৰ শুভ উদ্বোধন সোণোৱালৰ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article জেলৰ পৰা পলায়ন কৰা কয়দীসকলক আত্মসমৰ্পণ কৰিবলৈ আহ্বান নেপাল আৰক্ষীৰ
Next Article গোসাঁইগাঁৱত এপিবিৰ বিশাল গণ সমাৱেশ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?