• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > বৰ্ষাকালীন অধিৱেশনত প্ৰধানমন্ত্ৰীৰ উপস্থিতিৰ দাবী বিৰোধীয়ে, উল্লেখ কৰা অগ্ৰাধিকাৰ
National

বৰ্ষাকালীন অধিৱেশনত প্ৰধানমন্ত্ৰীৰ উপস্থিতিৰ দাবী বিৰোধীয়ে, উল্লেখ কৰা অগ্ৰাধিকাৰ

CliQ INDIA
Last updated: July 23, 2025 12:25 am
CliQ INDIA
Share
1 Min Read
SHARE

নতুন দিল্লী, ২২ জুলাই (হি.স.)। মঙলবাৰে বিৰোধী দলসমূহে সংসদৰ বৰ্ষাকালীন অধিৱেশনৰ বাবে নিজৰ অগ্ৰাধিকাৰ দাঙি ধৰে আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নিজেই সংসদত উত্তৰ দিবলৈ দাবী জনায়। এই বিষয়সমূহৰ ভিতৰত আছে পহলগাম আক্ৰমণ, অপাৰেচন সিন্দুৰ, ড’নাল্ড ট্ৰাম্পৰ বক্তব্য আৰু বিহাৰৰ এছ আই আৰ প্ৰক্ৰিয়া।

মঙলবাৰে কংগ্ৰেছ নেতা কে চি ভেনুগোপালে এই তথ্য ছ’চিয়েল মিডিয়াত শ্বেয়াৰ কৰে। ৰাজ্যসভাত বিৰোধী দলৰ নেতা মল্লিকাৰ্জুন খৰ্গে আৰু লোকসভাত বিৰোধী দলপতি ৰাহুল গান্ধীৰ উপস্থিতিত বিৰোধী নেতাসকলৰ এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত সিদ্ধান্ত লোৱা হৈছিল যে বাৰিষা অধিৱেশনৰ সময়ত বিৰোধীয়ে ডাঙৰ ডাঙৰ বিষয় উত্থাপন কৰিব আৰু এই সময়ত প্ৰধানমন্ত্ৰী উপস্থিত থাকিব লাগে আৰু তেওঁ নিজেই উত্তৰ দিব লাগে।

ভেনুগোপালে কয় যে পহলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণ, অপাৰেচন সিন্দুৰ আৰু ইয়াৰ ওপৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ কথিত বক্তব্য, বিহাৰত চলি থকা এছ আই আৰ প্ৰক্ৰিয়া, দেশত সীমা নিৰ্ধাৰণৰ মৰ্যাদা, দলিত, জনজাতীয়, পিছপৰা শ্ৰেণী আৰু মহিলাৰ ওপৰত বৃদ্ধি পোৱা অত্যাচাৰ, এ আই ১৭১ বিমান দুৰ্ঘটনা আৰু মণিপুৰত চলি থকা নাগৰিক সংঘাত আদি বিষয়ত বিৰোধী দল গুৰুতৰ। তেওঁ স্পষ্ট কৰি দিয়ে যে এই সকলোবোৰ বিষয় সাধাৰণ জনতাৰ সৈতে জড়িত আৰু সংসদৰ মজিয়াত এইবোৰৰ ওপৰত গুৰুত্বসহকাৰে আলোচনা হ’ব লাগে।

हिन्दुस्थान समाचार / আলোক চক্ৰৱৰ্তী

You Might Also Like

বিবেকানন্দ শিলা স্মাৰকত মোডীৰ ধ্যান অব্যাহত, আজি সন্ধিয়া ৪৫ ঘণ্টা সম্পূৰ্ণ হোৱাৰ পিছত সামৰণি পৰিব ধ্যান
গুজৰাটত দেওবাৰৰ পৰা ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ অখিল ভাৰতীয় কাৰ্যকাৰী মণ্ডলীৰ বৈঠক
অমিত শ্বাহ, বিজেপি, কংগ্ৰেছৰ শ্বহীদ-ই-আজম ভগত সিঙক শ্ৰদ্ধাঞ্জলি | BulletsIn
ইম্ফল ইষ্টৰ পৰা গ্ৰেপ্তাৰ ম্যানমাৰত প্ৰশিক্ষিত প্ৰিপাক উগ্ৰপন্থী
পঞ্জাব নেচনেল বেংকৰ এটিএমৰ পৰা ধন উলিওৱাৰ সীমা ৫০% হ্ৰাস পঞ্জাব নেচনেল বেংকে ১ এপ্ৰিল, ২০২৬ তাৰিখৰ পৰা নিৰ্দিষ্ট ডেবিট কাৰ্ডৰ বাবে এটিএমৰ পৰা ধন উলিওৱাৰ সীমা ৫০% হ্ৰাস কৰিছে।

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ট্ৰাম্পে ‘আমেৰিকাক মহান’ কৰিবলৈ ছমাহৰ ভিতৰতে নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰাৰ দাবী হোৱাইট হাউছৰ
Next Article বিজনীৰ উলুবাৰীত সদৌ অসম সূত্ৰধৰ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় অধিৱেশনৰ লাইখুটা স্থাপন
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?