• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > পঞ্জাৱঃ ফিৰোজপুৰত আৰ এছ এছৰ কৰ্মীক গুলীয়াই হত্যা
National

পঞ্জাৱঃ ফিৰোজপুৰত আৰ এছ এছৰ কৰ্মীক গুলীয়াই হত্যা

CliQ INDIA
Last updated: November 16, 2025 11:06 pm
CliQ INDIA
Share
2 Min Read
SHARE

চণ্ডীগড়, ১৬ নৱেম্বৰ (হি.স.)। পঞ্জাৱৰ ফিৰোজপুৰত অজ্ঞাত মুখা পিন্ধা আক্ৰমণকাৰীয়ে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ (আৰ এছ এছ)ৰ এজন কৰ্মীক গুলীয়াই হত্যা কৰে । শনিবাৰে গভীৰ নিশা আৰ এছ এছৰ কৰ্মী নবীন অৰোৰা নিজৰ দোকানৰ পৰা ঘৰলৈ উভতি অহাৰ সময়তে সংঘটিত হয় এই ঘটনা। সংকটজনক অৱস্থাত তেওঁক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় যদিও বচাব পৰা নগ’ল।

পঞ্জাৱৰ সীমান্ত অঞ্চলত দশক দশক ধৰি আৰ এছ এছৰ সৈতে জড়িত বলদেৱ ৰাজ অৰোৰাৰ পুত্ৰ নবীন অৰোৰাৰ ফিৰোজপুৰৰ মূল বজাৰত এখন গেলামালৰ দোকান আছিল। সচৰাচৰৰ দৰে শনিবাৰে নিশা দোকান বন্ধ কৰি ঘৰলৈ উভতি আহোঁতে অচিনাকি যুৱকে তেওঁক এম্বুছ কৰি গুলীয়াই হত্যা কৰে। গুলীটোৱে নবীনৰ মূৰত খুন্দা মাৰিলে। দৰ্শকে তেওঁক ততাতৈয়াকৈ ফিৰোজপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসাৰ সময়ত তেওঁৰ মৃত্যু হয়।

ঘটনা সন্দৰ্ভত তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ ব্যৱস্থা গ্ৰহণ কৰে। আজি পুৱা এছ এছ পি ভূপেন্দ্ৰ সিং আৰু বিধায়ক ৰণবীৰ সিঙেও ঘটনাস্থলীত উপস্থিত হৈ মৃতকৰ পৰিয়ালৰ সৈতে বাৰ্তালাপ কৰে। আৰক্ষীয়ে সমগ্ৰ অঞ্চলটোৰ চিচিটিভিৰ ফুটেজ জব্দ কৰি আক্ৰমণকাৰীক চিনাক্ত কৰি থকা বুলি উল্লেখ কৰে এছএছপিয়ে। শীঘ্ৰে গ্ৰেপ্তাৰ হ’ব অভিযুক্তক। প্ৰাথমিক তদন্তই ইংগিত দিয়ে যে এই গোচৰটো অৰাজকতাক উচটনি দিয়াৰ প্ৰয়াস যেন লাগে। আক্ৰমণকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ একাধিক আৰক্ষীৰ দলে কাম কৰি আছে।

মৃত যুৱকজন নবীন অৰোৰাৰ দাদা প্ৰয়াত দিননাথ অৰোৰা আছিল পঞ্জাৱৰ অন্যতম বিশিষ্ট আৰ এছ এছ কৰ্মী। স্বাধীনতাৰ সময়ত তেওঁ পঞ্জাৱৰ সীমান্ত জিলাসমূহত শখাৰ অভিযান আৰম্ভ কৰিছিল।

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

বেংগল ফাল্টা ৰিপ’ল ২০২৬ঃ নিৰ্বাচনী বিতৰ্কৰ পিছত ব্যাপক নিৰাপত্তা ব্যৱস্থা স্থাপন।
ইতিহাসৰ পাতত ৫ নৱেম্বৰ : ভাৰতৰ ঐতিহাসিক মংগল অভিযান
স্বস্থ ভাৰত, শ্ৰেষ্ঠ ভাৰত শীৰ্ষক আন্তৰ্জাতিক বাণিজ্য মেলাত কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মণ্ডপ উদ্বোধন
গণেশোৎসৱত ভক্তসকলৰ বাবে ৰে’লৱে চলাব ৩৮০খনতকৈও অধিক গণপতি বিশেষ ৰে’ল
ভাৰত-পাকিস্তানৰ পশ্চিম সীমান্তৰ মৰুভূমিত সেনা জোৱানৰ যুদ্ধ অনুশীলন

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article নেপালৰ বাওঁপন্থী নেতাৰ পশ্চিমীয়া হস্তক্ষেপৰ অভিযোগ, ভাৰত আৰু চীনৰ বাবে ভাবুকি আখ্যা
Next Article হাটশিঙিমাৰী মহামায়া নগৰৰ ৰাজীব ভৱনত কংগ্ৰেছ দলৰ বৰ্দ্ধিত কাৰ্য্যনিৰ্বাহক সভা
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?