• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > ঝাৰখণ্ডৰ পশ্চিম সিংভূমত ডিজিপিৰ আগত ১০ নক্সালবাদীৰ আত্মসমৰ্পণ
National

ঝাৰখণ্ডৰ পশ্চিম সিংভূমত ডিজিপিৰ আগত ১০ নক্সালবাদীৰ আত্মসমৰ্পণ

CliQ INDIA
Last updated: September 26, 2025 5:40 am
CliQ INDIA
Share
2 Min Read
SHARE
डीजीपी सहित अन्य
नक्सलियों का स्वागत करते  डीजीपी

পশ্চিম সিংভূম, ২৫ ছেপ্টেম্বৰ (হি.স.)। ঝাৰখণ্ডৰ পশ্চিম সিংভূম (চাইবাছা) জিলাৰ আৰক্ষীয়ে বৃহস্পতিবাৰে এক বৃহৎ সফলতা অৰ্জন কৰে। চিপিআই (মাওবাদী)ৰ দহজন নক্সালবাদীয়ে আৰক্ষী সঞ্চালক প্ৰধান অনুৰাগ গুপ্তাৰ আগত আত্মসমৰ্পণ কৰি মূলসুঁতিলৈ ঘূৰি অহাৰ কথা ঘোষণা কৰে। আত্মসমৰ্পণ কৰা নক্সালসকলৰ ভিতৰত আছিল ৬ জন পুৰুষ আৰু চাৰিগৰাকী মহিলা নক্সাল।

এই উপলক্ষে ঝাৰখণ্ডৰ চি আৰ পি এফ আই জি সাকেট সিং, আই জি অপাৰেচন মাইকেল ৰাজ এছ, আই জি এছ টি এফ, ডি আই জি কলহান, ডি আই জি স্পেচিয়েল ব্ৰাঞ্চ, চাইবাছা এছ পিকে ধৰি কেইবাজনো জ্যেষ্ঠ বিষয়া উপস্থিত থাকে।

আত্মসমৰ্পণ কৰা নক্সালবাদীসকলক মালা পিন্ধাই আদৰণি জনায় ডিজিপি গুপ্তাই। এই আটাইকেইটা নক্সালবাদীয়ে দীৰ্ঘদিন ধৰি কলহান আৰু সাৰন্দা অঞ্চলত সক্ৰিয় হৈ আছিল আৰু কেইবাটাও গোচৰত বিচৰা হৈছিল। ইয়াৰ ভিতৰত আঞ্চলিক সমিতিৰ সদস্য ৰন্দো বয়পাই ওৰফে কান্তি বইপাই আৰু দলৰ সদস্য গাৰ্টী কোডা, জন ওৰফে জোহান পুৰ্তী, নিৰ্সো সিডু ওৰফে আশা, ঘোনোৰ দেৱগাম, গোমেয়া কোডা ওৰফে টাৰ্জান, কাইৰা কোডা, কাৰী কায়াম ওৰফে গুলাঞ্চি, সাবিত্ৰী গোপে ওৰফে মুতুৰি ওৰফে ফুটবল, আৰু প্ৰদীপ সিং মুণ্ডা। এই আটাইকেইজনৰ বিৰুদ্ধে হত্যাৰ অধীনত পঞ্জীয়ন হোৱা কেইবাটাও গুৰুতৰ অপৰাধমূলক গোচৰ, বিস্ফোৰক আইন, অস্ত্ৰ আইন, ইউএপিএ, আৰু ফৌজদাৰী প্ৰক্ৰিয়া সংহিতাৰ অভিযোগ উত্থাপন হৈছে।

ডিজিপি অনুৰাগ গুপ্তাই ঝাৰখণ্ড আৰক্ষীৰ বাবে ইয়াক এক বৃহৎ সফলতা বুলি অভিহিত কৰি কয় যে ৰাজ্য চৰকাৰৰ আত্মসমৰ্পণ আৰু পুনৰ্বাসন নীতিৰ দ্বাৰা প্ৰভাৱিত হৈ নক্সালবাদীসকল ক্ৰমাগতভাৱে মূলসুঁতিলৈ ঘূৰি আহিছে। তেওঁ উল্লেখ কৰে যে বিগত তিনি বছৰত পশ্চিম সিংভূম জিলাত ২৬ জন নক্সালবাদীয়ে আত্মসমৰ্পণ কৰিছে। আজিৰ এই আত্মসমৰ্পণে মাওবাদী সংগঠনটোৰ ওপৰত ডাঙৰ আঘাত হানিছে আৰু চাইবাছা আৰু কলহান অঞ্চলত নক্সালবাদী আৰু উগ্ৰপন্থী কাৰ্যকলাপ আৰু অধিক ৰোধ কৰিব।

ঝাৰখণ্ড আৰক্ষীয়েও বাকী থকা নক্সালবাদীসকলক অস্ত্ৰ-শস্ত্ৰ ত্যাগ কৰি আত্মসমৰ্পণ আৰু পুনসংস্থাপন নীতিৰ সুবিধা গ্ৰহণ কৰি সমাজৰ মূলসুঁতিলৈ যোগদান কৰি উন্নয়ন প্ৰক্ৰিয়াৰ অংগ হ’বলৈ আহ্বান জনাইছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

প্ৰধানমন্ত্ৰী মোদীৰ নৱবৰ্ষত সমাজত শান্তি আৰু আনন্দৰ বাবে প্ৰাৰ্থনা
ইতিহাসত ২৩ ছেপ্টেম্বৰ: ১৯২৯ চনত গৃহীত বাল্য বিবাহ নিয়ন্ত্ৰণ বিধেয়ক (শাৰদা আইন)।
মিচং ঘূৰ্ণীবতাহৰ ফলত হোৱা বৃহৎ ক্ষতিৰ বাৰে তামিলনাডু চৰকাৰে বিচাৰিলে কেন্দ্ৰৰ সহায়
লেবাননত বিমান আক্ৰমণৰ পিছত গাজাত ইজৰাইলৰ যুঁজাৰু বিমানে গৰ্জন কৰি হামাছৰ যথেষ্ট লোকচান
কেন্দ্রীয় চৰকাৰী কৰ্মচাৰী সংগঠনে দেহা বৃদ্ধি বিলম্বনক জাতীয় পৰ্যায়ে বিক্ষোভের সূচনা কৰেছে

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article মাওবাদী দলৰ কেন্দ্ৰীয় সমিতি ভংগ কৰাৰ প্ৰস্তাৱ প্ৰচণ্ডৰ
Next Article জুবিনৰ সহযোগী শেখৰ জ্যোতি গোস্বামীৰ ঘৰত এছ আই টিৰ অভিযান
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?