• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > ঝাৰখণ্ডত সংঘৰ্ষত নিহত ৫ লাখ টকা পুৰস্কাৰ জেজেএমপিৰ তিনিজন উগ্ৰপন্থী
National

ঝাৰখণ্ডত সংঘৰ্ষত নিহত ৫ লাখ টকা পুৰস্কাৰ জেজেএমপিৰ তিনিজন উগ্ৰপন্থী

CliQ INDIA
Last updated: September 24, 2025 7:40 pm
CliQ INDIA
Share
1 Min Read
SHARE

গুমলা, ২৪ ছেপ্টেম্বৰ (হি.স.)। ঝাৰখণ্ডৰ গুমলা জিলাত আৰক্ষীয়ে এক সংঘৰ্ষত ঝাৰখণ্ড জন মুক্তি পৰিষদৰ অন্তৰ্গত তিনিজন উগ্ৰপন্থীক হত্যা কৰিছে। বুধবাৰে পুৱা জিলাখনৰ বিষাণপুৰ থানা এলেকাৰ কেচকী বনাঞ্চলত সংঘটিত হয় এই এনকাউণ্টাৰ। নিহত উগ্ৰপন্থীৰ ভিতৰত আছে লোহাৰদাগাৰ সেনহা নিবাসী লালু লোহাৰা, সুজিত ওৰাওন, আৰু লাতেহাৰৰ হোছিৰ নিবাসী ছোতু ওৰাওন। ৫০ লাখ টকাৰ পুৰস্কাৰ। উপ-মণ্ডল অধিনায়ক লালু লোহাৰা আৰু আন এজন উপ-সেনাধ্যক্ষ ছ’তু ওৰাওঁৰ বাবে ৫ লাখকৈ টকা ঘোষণা কৰা হয়।

আৰক্ষী অধীক্ষক হৰিশ বিন জামানে তিনি উগ্ৰপন্থীৰ হত্যাকাণ্ড নিশ্চিত কৰি ঘটনাস্থলীৰ পৰা তিনিটা অস্ত্ৰ উদ্ধাৰ হোৱা বুলি জানিবলৈ দিয়ে। ইয়াৰ ভিতৰত আছিল এটা একে ৫৬ ৰাইফল, এটা এছএলআৰ, আৰু এটা ইনচাছ ৰাইফল। নিৰাপত্তা বাহিনীয়ে তালাচী অভিযান চলাইছে অঞ্চলটোত।

ইয়াৰ পূৰ্বে গুমলাৰ আৰক্ষী অধীক্ষক হৰিশ বিন জামানে এক বৃহৎ ঘটনা সংঘটিত কৰিবলৈ বিষাণপুৰ অঞ্চলত জেজেএমপিৰ অন্তৰ্গত একাংশ উগ্ৰপন্থী সমবেত হোৱাৰ তথ্য লাভ কৰিছিল। এই তথ্যৰ পিছতে ঝাৰখণ্ড জাগুয়াৰ আৰু গুমলা জিলা আৰক্ষীৰ যৌথ দল গঠন কৰা হয়। দলটোৱে অঞ্চলটোত তালাচী অভিযান চলায়। আৰক্ষীৰ দলটো কেচকি বনাঞ্চলত উপস্থিত হোৱাৰ লগে লগে উগ্ৰপন্থীয়ে গুলীচালনা কৰে। আৰক্ষীয়ে প্ৰতিশোধ লোৱাৰ লগতে তিনিজন উগ্ৰপন্থীক হত্যা কৰাৰ লগতে এজনক গ্ৰেপ্তাৰ কৰে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

সংঘৰ প্ৰাদেশিক প্ৰচাৰ সভাত অংশগ্ৰহণ কৰিবলৈ ৰাঁচীত উপস্থিত সৰসংঘচালক মোহন ভাগৱত | BulletsIn
সোন আৰু ৰূপৰ মূল্য অভিলেখ উচ্চতাৰ পাছত পতন, ভাৰতত বজাৰৰ তীব্ৰতা আৰু বিনিয়োগকাৰীৰ মনোভাবৰ পৰিৱৰ্তনৰ ইংগিত দিয়ে
অপাৰেচন অজয়ৰ পঞ্চমখন বিমানত ইজৰাইলৰ পৰা নতুন দিল্লীত উপস্থিত নেপালী নাগৰিকসহ ২৮৬ জন লোক
Indian Rupee Breaches 95 Against US Dollar for First Time, Faces Mounting Pressure from Global and Domestic Factors
ভাৰত-পাকিস্তান এছিয়া কাপৰ খেলখন স্থগিত ৰাখিবলৈ অস্বীকাৰ উচ্চতম ন্যায়ালয়ৰ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article কুৱেটাত জাফৰ এক্সপ্ৰেছ বিস্ফোৰণৰ দায়িত্ব স্বীকাৰ বেলুচ ৰিপাব্লিকান গাৰ্ডৰ, পাকিস্তান সেনাৰ কেইবাজনো জোৱানক হত্যা কৰাৰ দাবী
Next Article মণিপুৰঃ ব্যৱসায়ীক ভাবুকি দিয়া কেচিপি কৰ্মীক গ্ৰেপ্তাৰ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?