• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > ক্ষমতাৰ ২৪ বছৰ সম্পূৰ্ণ কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোডীক অভিনন্দন
National

ক্ষমতাৰ ২৪ বছৰ সম্পূৰ্ণ কৰাৰ বাবে কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোডীক অভিনন্দন

CliQ INDIA
Last updated: October 8, 2025 10:20 am
CliQ INDIA
Share
1 Min Read
SHARE

নতুন দিল্লী, ০৭ অক্টোবৰ (হি.স.)। কেন্দ্ৰীয় কেবিনেট সদস্যসকলে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক ক্ষমতাৰ ২৪ বছৰ সম্পূৰ্ণ কৰাৰ বাবে অভিনন্দন জনোৱাৰ লগতে দেশৰ বাবে দীৰ্ঘ, সফল, আৰু কল্যাণকাৰী কাৰ্যকালৰ কামনা কৰে।

কেবিনেটৰ সিদ্ধান্ত ঘোষণাৰ বাবে অনুষ্ঠিত এক সংবাদমেলত ৰেলৱে, ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি, আৰু তথ্য সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে আজিৰ দিনটোতে নৰেন্দ্ৰ মোদীয়ে ২৪ বছৰ পূৰ্বে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল, আৰু তেতিয়াৰ পৰাই তেওঁ দেশৰ জনসাধাৰণক অবিৰতভাৱে সেৱা আগবঢ়াই আহিছে, প্ৰথমে ১৩ বছৰ ধৰি গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে আৰু তাৰ পিছত প্ৰধানমন্ত্ৰী হিচাপে জনতাক সেৱা আগবঢ়াইছে। তেওঁ কয় যে কেবিনেট বৈঠকত সকলোৱে এই উপলক্ষে প্ৰধানমন্ত্ৰী মোডীক অভিনন্দন জনোৱাৰ লগতে তেওঁৰ দীৰ্ঘায়ু আৰু সুস্বাস্থ্যৰ বাবে প্ৰাৰ্থনা জনাই তেওঁৰ দীৰ্ঘ, সফল, আৰু দেশৰ বাবে উপকাৰী কাৰ্যকাল কামনা কৰে।

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

মণিপুৰত বিভিন্ন অঞ্চলৰ পৰা গ্ৰেপ্তাৰ ৬ উগ্ৰপন্থী
চাৰিখন ৰাজ্যৰ ৫খন বিধানসভা আসনৰ উপ-নিৰ্বাচনৰ বিজেপিৰ প্ৰাৰ্থীৰ তালিকা প্ৰকাশ
বিজয়ৰ দল টিভিকে কাৰুৰ ভয়াবহতাত নিহত ৩৯ জনৰ পৰিয়ালক ২০ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান
দিল্লীকে ধৰি দেশৰ বিভিন্ন ৰাজ্যত প্ৰচণ্ড শীত আৰু ঘন কুঁৱলীৰ সতৰ্কবাণী
ইতিহাসৰ পৃষ্ঠাত ১৪ আগষ্টঃ দেশ বিভাজন আৰু মোক্ষম আঘাত

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article প্ৰধানমন্ত্ৰীৰ ৰাছিয়াৰ ৰাষ্ট্ৰপতিক টেলিফোন কৰি জন্মদিনৰ শুভেচ্ছা জ্ঞাপন
Next Article মৰিয়নিত নৱম শ্ৰেণীৰ ছাত্ৰীক মেজিক চালকৰ যৌন নিৰ্যাতনৰ চেষ্টা
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?