• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > ইতিহাসৰ পৃষ্ঠাত ২৮ জুলাই: প্ৰথম বিধ্বংসী বিশ্বযুদ্ধৰ আৰম্ভণি
National

ইতিহাসৰ পৃষ্ঠাত ২৮ জুলাই: প্ৰথম বিধ্বংসী বিশ্বযুদ্ধৰ আৰম্ভণি

CliQ INDIA
Last updated: July 27, 2025 6:20 pm
CliQ INDIA
Share
4 Min Read
SHARE

প্ৰথম বিশ্বযুদ্ধ আছিল ১৯১৪ চনৰ ২৮ জুলাইৰ পৰা ১৯১৮ চনৰ ১১ নৱেম্বৰলৈকে চলি থকা এক ভয়াৱহ বিশ্বযুদ্ধ। এই যুদ্ধ আছিল মিত্ৰশক্তিৰ (ব্ৰিটেইন, ফ্ৰান্স, ৰাছিয়া আৰু পিছলৈ আমেৰিকা) আৰু কেন্দ্ৰীয় শক্তি (জাৰ্মানী, অষ্ট্ৰিয়া-হাংগেৰী, অট্টোমান সাম্ৰাজ্য আৰু বুলগেৰিয়া)ৰ মাজত হোৱা যুদ্ধ। ৭ কোটিতকৈ অধিক সামৰিক বাহিনীয়ে এই যুদ্ধত অংশগ্ৰহণ কৰিছিল, যাৰ ফলত ই ইতিহাসৰ অন্যতম বৃহৎ আৰু মাৰাত্মক সংঘাত হৈ পৰে। এই যুদ্ধত ৯০ লাখৰো অধিক জোৱান নিহত হোৱাৰ লগতে ২ কোটি ১০ লাখৰো অধিক জোৱান আহত হয়। প্ৰথম বিশ্বযুদ্ধৰ ফলত চাৰিখন মহান সাম্ৰাজ্য (অষ্ট্ৰিয়া-হাংগেৰী, জাৰ্মানী, অট্টোমান, আৰু ৰাছিয়া)ৰ পতন ঘটিছিল আৰু বহুতো নতুন ৰাষ্ট্ৰৰ উত্থান ঘটিছিল।

অন্যান্য মুখ্য ঘটনাৱলী :

১৯১৪ – প্ৰথম বিশ্বযুদ্ধ আৰম্ভ।

১৯৭৬ – আজিৰ দিনটোতে চীনত ৮.৩ ৰিখটাৰ স্কেলৰ ব্যাপক ভূমিকম্পৰ ফলত লাখ লাখ লোকৰ মৃত্যু হয়।

১৯৯৫ – ভিয়েটনাম আছিয়ানৰ সদস্য হয়।

২০০১ – পাকিস্তানৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰী মহম্মদ ছিদ্দিকী খান কাঞ্জুক হত্যা কৰা হয়।

২০০৪ – ইৰাকৰ বাকুবা চহৰৰ আৰক্ষী নিযুক্তি কেন্দ্ৰত সংঘটিত বিস্ফোৰণত ৬৮ জন লোকৰ মৃত্যু হয়।

২০০৫ – সৌৰজগতৰ দশম গ্ৰহ আৱিষ্কাৰ কৰাৰ দাবী।

২০০৫ – আইৰিছ ৰিপাব্লিকান আৰ্মীয়ে (IRA) আনুষ্ঠানিকভাৱে সশস্ত্ৰ প্ৰচাৰৰ অন্ত পৰাৰ কথা ঘোষণা কৰে।

২০০৭ – পাকিস্তান চৰকাৰে বিতৰ্কিত লাল মছজিদ অনিৰ্দিষ্টকাললৈ বন্ধ কৰাৰ কথা ঘোষণা কৰে।

২০০৮ – ভাৰতৰ বৈদেশিক মন্ত্ৰী প্ৰণৱ মুখাৰ্জীয়ে অসংলগ্ন দেশসমূহৰ মন্ত্ৰী পৰ্যায়ৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ তেহৰাণলৈ ৰাওনা হয়।

জন্ম:

১১৬৫ – ইবনে আৰবী – আৰবৰ বিখ্যাত চুফী কবি, সাধক আৰু চিন্তাবিদ।

১৮৫৮ – ব্ৰিটিছ উইলিয়াম জেমছ হাৰ্চেল – তেওঁৱেই আঙুলিৰ ছাপ চিনাক্তকৰণ পদ্ধতি প্ৰৱৰ্তন কৰে।

১৯০৯ – কছু ব্ৰহ্মানন্দ ৰেড্ডী – ভাৰতীয় জাতীয় কংগ্ৰেছৰ ৰাজনীতিবিদ যিয়ে অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।

১৯২৫ – বাৰুচ ব্লুমবাৰ্গ – যিয়ে হেপাটাইটিছৰ ভেকচিন আৱিষ্কাৰ কৰে। তেওঁৰ সন্মানত আজি বিশ্ব হেপাটাইটিছ দিৱস পালন কৰা হয়।

১৯২৭ – ৰামেশ্বৰ ঠাকুৰ – ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতা আৰু উৰিষ্যা, অন্ধ্ৰপ্ৰদেশ, কৰ্ণাটক আৰু মধ্যপ্ৰদেশৰ প্ৰাক্তন ৰাজ্যপাল।

১৯৩৩ – তাৰলোচন সিং – সমগ্ৰ বিশ্বতে শিখ সম্প্ৰদায়ৰ অধিকাৰ আৰু কল্যাণৰ বাবে পৰিচিত।

১৯৩৬ – পশ্চিম ভাৰতীয় ক্ৰিকেটাৰ গাৰ্ফিল্ড ছ’বাৰ্ছ

১৯৫৭ – অনিল জানবিজয় – ৰাছিয়ান আৰু ইংৰাজী ভাষাৰ হিন্দী কবি, সাহিত্যিক আৰু সাহিত্য অনুবাদক।

১৯৭১ – সন্ত্ৰাসবাদী সংগঠন ইছলামিক ষ্টেটৰ নেতা আবু বকৰ আল বাগদাদী

১৯৭২- আয়েছা জুলকা, অভিনেত্ৰী।

১৯৭৯ – চৌধুৰী চৰণ সিং – ভাৰতৰ ৫ম প্ৰধানমন্ত্ৰী।

১৯৮৩ – সুবিজ্ঞা শৰ্মা – ভাৰতীয় শিল্পী, চিত্ৰশিল্পী আৰু উদ্যোগী।

১৯৮৩ চনত ধনুষ, অভিনেতা।

১৯৮৬ – হুমা কুৰেশ্বি, অভিনেত্ৰী।

১৯৯৩ – ইংলেণ্ডৰ পেছাদাৰী ফুটবলাৰ হেৰী কেন

মৃত্যু:

১৯৭২ চনত চাৰু মজুমদাৰ – ‘ভাৰতীয় কমিউনিষ্ট পাৰ্টি’ৰ নেতা, ১৯৬৭ চনত চৰকাৰৰ বিৰুদ্ধে নক্সালবাদী আন্দোলন আৰম্ভ কৰিছিল।

২০০৭ – কাজী লেন্দুপ দৰ্জী – ছিকিমৰ প্ৰাক্তন প্ৰথম মুখ্যমন্ত্ৰী।

২০১৩ – জগদীশ ৰাজ ভাৰতীয় হিন্দী ছবিৰ এজন বিখ্যাত অভিনেতা আছিল।

২০১৪ – মধুকৰ দিঘে – মেঘালয় আৰু অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল হিচাপে কাৰ্যনিৰ্বাহ কৰা ভাৰতীয় ৰাজনীতিবিদ।

২০১৬ – মহাস্বেতা দেৱী – ভাৰতীয় সমাজ কৰ্মী আৰু সাহিত্যিক।

২০১৭ – ভাৰতীয় হিন্দী চিনেমাৰ অন্যতম বিখ্যাত সহযোগী অভিনেতা আছিল ইন্দ্ৰ কুমাৰ।

২০১৯ – ডনকুপাৰ ৰায় – মেঘালয়ৰ প্ৰাক্তন দশম মুখ্যমন্ত্ৰী।

২০২১ – নন্দু নাটেকাৰ – আন্তঃৰাষ্ট্ৰীয় খিতাপ দখল কৰা প্ৰথমজন ভাৰতীয় বেডমিণ্টন খেলুৱৈ।

বিশেষ দিন:

বিশ্ব প্ৰকৃতি সংৰক্ষণ দিৱস

দৰা উৎসৱৰ দিন

বিশ্ব হেপাটাইটিছ দিৱস

আৰ্থ অভাৰশ্বুট দিৱস

বিশ্ব যকৃত দিৱস

পেৰুৰ পেট্ৰিয়াছ ভোজ

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

সংসদ ভৱন চৌহদত এছআইআৰৰ বিৰুদ্ধে প্ৰতিবাদত ছোনিয়া গান্ধীৰ অংশগ্ৰহণ, ইয়াৰ প্ৰত্যাহাৰৰ দাবী
কৰ সেৱকৰ স্মৃতিত ৰাম মন্দিৰ পৰিসৰত নিৰ্মাণ হ’ব এখন স্মৃতিসৌধ : আলোক কুমাৰ
প্রধানমন্ত্রী রাজনাথ সিং, ইটালিৰ গুইডো ক্রোচেট্টো ৩০ এপ্রিলত নতুন দিল্লীত গুরুত্বপূর্ণ প্রতিরক্ষা আলোচনা করিব
**অসম নিৰ্বাচন: পৰিচয়, উন্নয়ন আৰু ৰাজনৈতিক উত্তৰাধিকাৰক লৈ বিজেপি আৰু কংগ্ৰেছৰ তীব্ৰ সংঘৰ্ষ**
সেনা দিৱসত বীৰ জোৱান সকলক বিজেপিৰ প্ৰণিপাত

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article আমেৰিকাত এক বৃহৎ বিমান দুৰ্ঘটনা প্ৰতিৰোধ, ১৭৯ জন যাত্ৰী কঢ়িয়াই অনা বিমানৰ লেণ্ডিং গিয়াৰত অগ্নিকাণ্ড, সকলো নিৰাপদ
Next Article বৰপেটা ৰোডত অসম গণ পৰিষদৰ এক বিশেষ সাংগঠনিক সভা
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?