• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > ইতিহাসৰ পাতত ০৩ আগষ্টঃ ভাৰতলৈ যাবলৈ সাগৰীয় পথৰ সন্ধান বিচাৰি ৰাওনা কলম্বাছৰ দল
National

ইতিহাসৰ পাতত ০৩ আগষ্টঃ ভাৰতলৈ যাবলৈ সাগৰীয় পথৰ সন্ধান বিচাৰি ৰাওনা কলম্বাছৰ দল

CliQ INDIA
Last updated: August 3, 2025 1:21 am
CliQ INDIA
Share
3 Min Read
SHARE

ইটালীৰ নাৱিক ক্রিষ্টোফাৰ কলম্বাছে তেওঁৰ ৯০ জন সতীর্থৰ সৈতে ১৪৯২ চনৰ ৩ আগষ্টত ইউৰোপৰ পৰা ভাৰতলৈ যোৱা সাগৰীয় পথ বিচাৰিবলৈ যাত্ৰা আৰম্ভ কৰে।কলম্বাছে স্পেইনৰ পাল’ছৰ পৰা তিনিখন সৰু জাহাজ চান্টা মাৰিয়া, পিন্টা আৰু নীনাৰে যাত্ৰা আৰম্ভ কৰে আৰু ভাৰত পোৱাৰ পৰিৱৰ্তে ১৪৯২ চনৰ ১২ অক্টোবৰত আমেৰিকাৰ দ্বীপত উপস্থিত হয় । কোৱা হয় যে তেওঁ বাহামা দ্বীপত উপস্থিত হয়, যিটো আজি কিউবা আৰু হিস্পানিঅ’লা নামেৰে জনাজাত।

অন্যান্য গুৰুত্বপূৰ্ণ ঘটনা:

১৪৯২ – ইটালীৰ নাৱিক ক্রিষ্টোফাৰ কলম্বাছে তিনিখন জাহাজেৰে ভাৰত আৱিষ্কাৰ কৰিবলৈ ৰাওনা হয়।

১৪৯২ – ইউৰোপীয় দেশ স্পেইনৰ পৰা সকলো ইহুদীক বহিষ্কাৰ কৰা হয়।

১৬৭৮ – ৰবাৰ্ট লাছালে আমেৰিকাত প্ৰথম জাহাজ নিৰ্মাণ কৰে।

১৯১৪ – পানামা খালৰ মাজেৰে প্ৰথম জাহাজ পাৰ হয়।

১৯২৫ – আমেৰিকাৰ শেষ সামৰিক দলটোৱে নিকাৰাগুয়া এৰি যায়।

১৯৫৭ – আব্দুল ৰহমান মালয়েছিয়াৰ নতুন নেতা হিচাপে নিৰ্বাচিত হয়, তেওঁৰ নেতৃত্বত মালয়েছিয়াই ব্ৰিটেইনৰ পৰা স্বাধীনতা লাভ কৰে।

১৯৬০ – পশ্চিম আফ্ৰিকাৰ দেশ নাইজাৰে ফ্ৰান্সৰ পৰা স্বাধীনতা লাভ কৰে।

১৯৮৫ – বাবা আমটেক জনসেৱাৰ বাবে ৰেমন মেগছেছে বঁটাৰে সন্মানিত কৰা হয়।

২০০৪ – আমেৰিকাৰ মহাকাশযান মেচেঞ্জাৰে বুধ গ্ৰহলৈ ৰাওনা হয়। ২০০৬ – আমেৰিকাই কয় যে ইউৰেনিয়াম সমৃদ্ধিৰ ক্ষেত্ৰত ভাৰতক সহায় নকৰে।

২০০৭ – আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যাত্ৰা কৰা ৰাছিয়াৰ মহাকাশযান প্ৰগ্ৰেছ এম-৬১ সফলতাৰে নিজৰ কক্ষপথত উপনীত হয়।

জন্ম:

১৮৮৬ – মৈথিলীশৰণ গুপ্ত – খৰি বোলিৰ গুৰুত্বপূৰ্ণ কবি।

১৮৯০ – শ্ৰীপ্ৰকাশ – ভাৰতৰ বিখ্যাত বিপ্লৱী আৰু পাকিস্তানৰ প্ৰথম উচ্চায়ুক্ত।

১৯০৮ – আজিৰ দিনটোতে ৰোহিত মেহতা – এজন বিখ্যাত সাহিত্যিক, চিন্তাবিদ, সাহিত্যিক, দাৰ্শনিক, ধাৰাভাষ্যকাৰ আৰু স্বাধীনতা সংগ্ৰামী।

১৯১৬ – আজিৰ দিনটোতে শকীল বাদায়ুনী – ভাৰতীয় গীতিকাৰ আৰু কবি।

১৯১৯ – জয়দেৱ – ভাৰতীয় সংগীত শিল্পী আৰু শিশু অভিনেতা।

১৯৩৩ – শশীকলা – ভাৰতীয় হিন্দী চিনেমাৰ অন্যতম বিখ্যাত খলনায়ক আছিল।

১৯৩৬ – ছন্নুলাল মিশ্ৰ – ভাৰতীয় শাস্ত্ৰীয় গায়ক।

১৯৩৯ – অপূৰ্ব সেনগুপ্ত – ভাৰতীয় ক্ৰিকেটাৰ।

১৯৪১ – বাবা হৰভজন সিং – ভাৰতীয় সেনাৰ এজন জোৱান।

১৯৫৬ – বলৱিন্দৰ সন্ধু – ভাৰতীয় ক্ৰিকেটাৰ।

১৯৬০ – গোপাল শৰ্মা – ভাৰতীয় ক্ৰিকেটাৰ।

১৯৮৪ – সুনীল ছেত্ৰী – বিখ্যাত ভাৰতীয় ফুটবল খেলুৱৈ।

মৃত্যু

২০২২ – আজিৰ দিনটোতে মিথিলেশ চতুৰ্বেদী – এজন ভাৰতীয় চলচ্চিত্ৰ আৰু টিভি অভিনেতা।

১৯৯৩ – স্বামী চিন্ময়ানন্দ – ভাৰতৰ বিখ্যাত আধ্যাত্মিক চিন্তাবিদ আৰু বেদান্ত দৰ্শনৰ বিশ্ববিখ্যাত পণ্ডিত।

১৯৯০ – চি.এম. পুনাচা – স্বাধীনতা সংগ্ৰামী, ৰাজনীতিবিদ আৰু উৰিষ্যা আৰু মধ্যপ্ৰদেশৰ প্ৰাক্তন ৰাজ্যপাল।

১৯৮৫ – আজিৰ দিনটোতে বানাৰসী দাস – ভাৰতৰ স্বাধীনতা সংগ্ৰামী।

১৯৮২ – ত্ৰিভুৱন নাৰায়ণ সিং – ভাৰতীয় ৰাজনীতিবিদ আৰু উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী।

১৬৭০ – আজিৰ দিনটোতে ৰাজস্থানৰ প্ৰণালীবদ্ধ ইতিহাস ৰচনা কৰা প্ৰথমজন ইতিহাসবিদ মুহনোট নাইনছি।

গুৰুত্বপূৰ্ণ অনুষ্ঠান আৰু উৎসৱ

বিশ্ব স্তনপান দিৱস (সপ্তাহ)

হৃদৰোগ দিৱস (ভাৰত)

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

You Might Also Like

RBI MPC-এ ৰিপো ৰেট অপৰিৱৰ্তিত ৰাখিলে; সঞ্জয় মালহোত্ৰাই বিশ্ব অৰ্থনৈতিক অনিশ্চয়তাৰ মাজত সাৱধানী নীতিৰ ইংগিত দিলে
শ্ৰীপ্ৰকাশ জয়ছোৱালৰ মৃত্যুত কংগ্ৰেছ নেতাসকলৰ শোক প্ৰকাশ
ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ তেওঁৰ পূৰ্বপুৰুষৰ আত্মাৰ শান্তি আৰু মোক্ষৰ বাবে গয়াজীত পিণ্ড দান
মধ্যপ্ৰদেশৰ ইন্দোৰত দূষিত খোৱাপানীৰ বাবে ১৫ জন লোকৰ মৃত্যু; চৰকাৰৰ বিৰুদ্ধে সৰৱ ৰাহুল গান্ধী
নেতৃত্বৰ পুনৰ কল্পনা : ২০২৪ চনৰ নিৰ্বাচনৰ আগত তৃণমূল পৰ্যায়ৰ সংযোগ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article কাজোলৰ শ্বাহৰুখ-ৰাণীৰ সফলতাত আনন্দ প্ৰকাশ
Next Article গুৱাহাটীৰ কেইবাটাও অঞ্চলত জিএমচিৰ বেদখল আঁতৰোৱা অভিযান আৰম্ভ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?