• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > ইতিহাসত ২২ ডিচেম্বৰঃ ভাৰতৰ মহান গণিতজ্ঞ ৰামানুজনৰ জন্ম বাৰ্ষিকীত ৰাষ্ট্ৰীয় গণিত দিৱস পালন
National

ইতিহাসত ২২ ডিচেম্বৰঃ ভাৰতৰ মহান গণিতজ্ঞ ৰামানুজনৰ জন্ম বাৰ্ষিকীত ৰাষ্ট্ৰীয় গণিত দিৱস পালন

CliQ INDIA
Last updated: December 22, 2025 3:10 am
CliQ INDIA
Share
4 Min Read
SHARE

ভাৰতত প্ৰতি বছৰে ২২ ডিচেম্বৰত ৰাষ্ট্ৰীয় গণিত দিৱস পালন কৰা হয়। এই দিৱসত মহান ভাৰতীয় গণিতজ্ঞ শ্ৰীনিবাস ৰামানুজনৰ জন্ম জয়ন্তী উপলক্ষে। ১৮৮৭ চনৰ ২২ ডিচেম্বৰত তামিলনাডুৰ ইৰোডত ৰামানুজনৰ জন্ম হৈছিল। ২০১২ চনত ভাৰত চৰকাৰে গণিত বিষয়ত তেওঁৰ অসাধাৰণ অৱদানক সন্মান জনোৱাৰ লগতে যুৱক-যুৱতীসকলৰ মাজত গণিতৰ প্ৰতি আগ্ৰহ জগাই তোলাৰ উদ্দেশ্যে এই দিনটো ৰাষ্ট্ৰীয় গণিত দিৱস হিচাপে ঘোষণা কৰে।

শ্ৰীনিবাস ৰামানুজন সংখ্যা তত্ত্ব, অসীম শৃংখলা, অবিৰত ভগ্নাংশ, আৰু গাণিতিক বিশ্লেষণৰ গুৰুত্বপূৰ্ণ কামৰ বাবে পৰিচিত। কোনো আনুষ্ঠানিক প্ৰশিক্ষণ অবিহনে তেওঁ গাণিতিক সূত্ৰ আৰু উপপাদ্য প্ৰস্তুত কৰিছিল যিবোৰ আজিও বিশ্বজুৰি গণিতজ্ঞসকলে প্ৰশংসা কৰে। তেওঁৰ বহু উপপাদ্য আধুনিক গণিত, কম্পিউটাৰ বিজ্ঞান, পদাৰ্থ বিজ্ঞানতো উপযোগী বুলি প্ৰমাণিত হৈছে।

ৰাষ্ট্ৰীয় গণিত দিৱসত সমগ্ৰ দেশৰ বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ত গণিতৰ সৈতে জড়িত আলোচনা চক্ৰ, কুইজ, কৰ্মশালা, প্ৰতিযোগিতা আদিৰ আয়োজন কৰা হয়। ইয়াৰ মূল উদ্দেশ্য হৈছে ছাত্ৰ-ছাত্ৰীসকলক গণিতৰ গুৰুত্বৰ বিষয়ে সচেতন কৰা আৰু গণিত কেৱল সংখ্যাৰ খেল নহয়, জীৱন আৰু বিজ্ঞানৰ ভেটি বুলি বাৰ্তা প্ৰেৰণ কৰা। ৰাষ্ট্ৰীয় গণিত দিৱসে আমাক ৰামানুজনৰ প্ৰতিভা, কঠোৰ পৰিশ্ৰম, আৰু উদ্ভাৱনৰ পৰা প্ৰেৰণা লোৱাৰ সুযোগ প্ৰদান কৰে।

গুৰুত্বপূৰ্ণ পৰিঘটনা

১২৪১ – মংগোলীয় মুখ্য লেফটেনেণ্ট বাহাদুৰ টায়াৰ হুলাগু খানে লাহোৰ দখল কৰে।

১৮৪৩ – ৰবীন্দ্ৰনাথ ঠাকুৰৰ পিতৃ দেৱেন্দ্ৰনাথ ঠাকুৰে ব্ৰহ্ম সমাজত যোগদান কৰে।

১৮৫১ – ভাৰতৰ প্ৰথমখন মালবাহী ৰেল ৰুৰকী আৰু পিৰাণৰ মাজত চলিছিল।

১৮৮২ – থমাছ এডিচনে নিৰ্মাণ কৰা বাল্বৰে প্ৰথমবাৰৰ বাবে এজোপা বৰদিনৰ গছ সজাই তোলা হয়।

১৯১০ – আমেৰিকাত প্ৰথমবাৰৰ বাবে ডাক সঞ্চয়ৰ প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়।

১৯৪০ – মানৱেন্দ্ৰ নাথ ৰায়ে ৰেডিকেল ডেম’ক্ৰেটিক পাৰ্টি প্ৰতিষ্ঠা কৰাৰ কথা ঘোষণা কৰে।

১৯৪১ – মাৰ্শ্বাল টিটোৱে যুগোস্লাভিয়াত নতুন সেনা ব্ৰিগেড গঠন কৰে।

১৯৪১ – আমেৰিকাৰ ৰাষ্ট্ৰপতি ফ্ৰেংকলিন ডি ৰুজভেল্ট আৰু ব্ৰিটিছ প্ৰধানমন্ত্ৰী উইন্সটন চাৰ্চিলৰ ৱাশ্বিংটনত দ্বিতীয় বিশ্বযুদ্ধৰ বিষয়ে আলোচনা কৰা হয়।

১৯৪৭ – ইটালীৰ সংসদে নতুন সংবিধান গৃহীত কৰে।

১৯৫৭ – অহাইঅ’ৰ কলম্বো চিৰিয়াখানাত ক’লো নামৰ এটা গৰিলাৰ পোৱালি জন্ম হয়, যিটো চিৰিয়াখানাত জন্মগ্ৰহণ কৰা প্ৰথম গৰিলা।

১৯৬১ – আমেৰিকাই নেভাদাত পাৰমাণৱিক পৰীক্ষা চলায়।

১৯৬৬ – জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয় (JNU), নতুন দিল্লী, ভাৰতীয় সংসদে JNU আইনৰ অধীনত প্ৰতিষ্ঠা কৰে।

১৯৭১ – তেতিয়াৰ ছোভিয়েট ইউনিয়নে ভূগৰ্ভস্থ পাৰমাণৱিক পৰীক্ষা চলায়।

১৯৭৫ চনৰ আজিৰ দিনটোতে দো আংখেন বৰা হাত, ঝানক ঝনাক পয়াল বাজে, ঘুঞ্জ উঠী শেহনৈ, সম্পূৰ্ণ ৰামায়ণ, গুড্ডি, আশীৰ্বাদ আদি ছবিৰ সংগীত ৰচনা কৰা বসন্ত দেশাইৰ মৃত্যু হয়।

১৯৭৮ – থাইলেণ্ডে সংবিধান গৃহীত কৰে।

১৯৮৯ – ৰোমানিয়াৰ ৰাষ্ট্ৰপতি চেউচেস্কুক দেশৰ পৰা পলায়ন কৰি থকা অৱস্থাত উৎখাত কৰি গ্ৰেপ্তাৰ কৰা হয়।

২০০২ – কাঠমাণ্ডুত ড্ৰাগছ সেৱনৰ বিষয়ত সাৰ্ক দেশৰ এন জি অ’ৰ তিনিদিনীয়া বৈঠক আৰম্ভ হয়।

২০০৫ – ইৰাণে ছাদ্দাম হুছেইনক বিষাক্ত গেছেৰে হাজাৰ হাজাৰ ইৰাণীক হত্যা কৰাৰ অভিযোগত গোচৰ চলাবলৈ দাবী জনায়।

২০০৬ – ভাৰত আৰু পাকিস্তানে স্থানীয় চৰকাৰৰ ক্ষেত্ৰত পাৰস্পৰিক সহযোগিতাৰ বাবে এক যৌথ কৰ্মগোট গঠন কৰে।

২০০৭ – ফ্ৰেন্স গিয়ানাৰ ঘাউছ স্পেচ চেণ্টাৰৰ পৰা উৎক্ষেপণ কৰা ইউৰোপৰ এৰিয়ান ৰকেটে দুটা উপগ্ৰহ কক্ষপথত স্থাপন কৰে।

২০০৮ – সশস্ত্ৰ বাহিনীৰ দৰমহাৰ অমিল দূৰ কৰিবলৈ গঠন হোৱা মন্ত্ৰীৰ এটা দলে প্ৰধানমন্ত্ৰী মনমোহন সিঙক প্ৰতিবেদন দাখিল কৰে।

২০১০ – আমেৰিকাৰ ৰাষ্ট্ৰপতি বাৰাক ওবামাই সমকামিতাৰ ওপৰত এখন আইনত স্বাক্ষৰ কৰি সামৰিক বাহিনীত সমকামীসকলৰ পথ প্ৰশস্ত কৰে।

জন্ম

১৬৬৬ – গুৰু গোবিন্দ সিংহ – শিখসকলৰ দশম আৰু শেষ গুৰু।

১৮৬৬ – মৌলানা মজহাৰুল হক – স্বাধীনতা সংগ্ৰামী।

১৮৮৭ – আজিৰ দিনটোতে শ্ৰীনিবাস আয়েংগৰ ৰামানুজন – প্ৰখ্যাত ভাৰতীয় গণিতজ্ঞ।

১৯৪৮ – আজিৰ দিনটোতে পংকজ সিং – সমসাময়িক হিন্দী কবিতাৰ এজন গুৰুত্বপূৰ্ণ কবি।

মৃত্যু

১৯৫৮ – তৰকনাথ দাস – ভাৰতৰ অন্যতম বিখ্যাত বিপ্লৱী।

১৯৭৫ – বসন্ত দেশাই – ভাৰতীয় চিনেমাৰ প্ৰখ্যাত সংগীতজ্ঞ।

২০১৪ – মাধৱী চৰ্দেছাই – কংকনী সাহিত্য আলোচনী ‘জাগ’ৰ সম্পাদক হিচাপে কৰ্মৰত মহিলা লেখিকা।

গুৰুত্বপূৰ্ণ দিৱস

– ৰাষ্ট্ৰীয় গণিত দিৱস (ৰামানুজনৰ জন্ম বাৰ্ষিকী)

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

কংগ্ৰেছৰ ইস্তাহাৰ মাওবাদৰ মতাদৰ্শক বাস্তৱ কৰাৰ প্ৰয়াসঃ নৰেন্দ্ৰ মোডী
বিদেশী আধিপত্যৰ বিৰুদ্ধে একত্ৰিত হোৱাৰ বিপৰীতে বিৰোধীৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে প্ৰধানমন্ত্ৰী মোদী : কংৱল সিব্বল
অপাৰেচন আখলঃ কুলগামত এনকাউণ্টাৰৰ তৃতীয় দিনটোত বিস্ফোৰণ আৰু গুলীচালনা অব্যাহত
ইতিহাসৰ পৃষ্ঠাত ২৭ নৱেম্বৰঃ হিন্দী সাহিত্যৰ ‘মধুশালা’ৰ লেখক কবি হৰিবংশ ৰায় বচ্চনৰ জন্ম বাৰ্ষিকী
ইৰাণৰ নগৰ উন্নয়ন মন্ত্ৰীৰ সৈতে চাবাহাৰ বন্দৰ আৰু উত্তৰ-দক্ষিণ পৰিবহণ কৰিডৰৰ বিষয়ে বৈদেশিক মন্ত্ৰীৰ চৰ্চা

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article চৰকাৰী কৰ্মচাৰীসকলক সপ্তাহত এদিন পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰিবলৈ প্ৰধানমন্ত্ৰী সুশীলা কাৰ্কীৰ পৰামৰ্শ
Next Article ওদালগুৰিৰ ৩ নং ৰজাগড়ত ১০৪ বছৰীয়া এগৰাকী অসহায় আইতাৰ কৰুণ গাথা
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?