• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > অৰুণাচল প্ৰদেশত ভূমিস্খলনত অসমৰ ৪ জন লোকৰ মৃত্যু
National

অৰুণাচল প্ৰদেশত ভূমিস্খলনত অসমৰ ৪ জন লোকৰ মৃত্যু

CliQ INDIA
Last updated: November 18, 2023 2:00 pm
CliQ INDIA
Share
1 Min Read
SHARE

ইটানগৰ, ১৮ নৱেম্বৰ (হি.স.)। অৰুণাচল প্ৰদেশত সংঘটিত হোৱা এক ভূমিস্খলনৰ ঘটনাত অসমৰ ৪ জনকৈ লোকৰ মৃত্যু হৈছে। শেহতীয়া তথ্য অনুসৰি চুবুৰীয়া ৰাজ্যখনৰ মুৰী মুগলী আৰু গেমীৰ মাজত ১৩ নং ৰাষ্ট্ৰীয় ঘাইপথত এই ঘটনা সংঘটিত হয়। জানিব পৰা অনুসৰি পাহাৰৰ পৰা প্ৰকাণ্ড শিল লোককেইজনে গৈ থকা গাড়ীৰ ওপৰত বাগৰি পৰিছিল আৰু ফলত থিতাতে মৃত্যু হয় লোককেইজনৰ।

লোককেইজনে অৰুণাচল প্ৰদেশৰ পৰা এক ধৰ্মীয় অনুষ্ঠানত অংশ লৈ ঘৰলৈ ওভতাৰ পথতে যোৱা নিশা এই দুৰ্ঘটনাটো সংঘটিত হয়। লোককেইজনে এখন এ এছ ১৬ জে ০৮৭১ নম্বৰৰ ৱাগনআৰ গাড়ীৰে ঘৰলৈ ওভতিছিল তেতিয়াই ভূমিস্খলনৰ ফলত গাড়ীখনৰ ওপৰত বৃহত শিল বাগৰি পৰে। ফলত থিতাতে লোককেইজনৰ মৃত্যু হয়। মৃত্যু হোৱা চাৰিওজন লোকৰ ঘৰ কোকৰাঝাৰ জিলাৰ গোসাঁইগাঁৱত। নিহত লোককেইজন হ’ল ক্ৰমে গাড়ীখনৰ চালক হাব্ৰবিল নেপালপাৰাৰ নিৰ্মল হেমৰম, শ্ৰীৰামপুৰৰ খ্ৰীষ্ঠফাৰ হেমৰম আৰু অভিজিৎ হেমৰম। আন এজনক চিনাক্ত কৰিব পৰা হোৱা নাই।

হিন্দুস্থান সমাচাৰ/টাগু/আলোক/অৰৱিন্দ

You Might Also Like

কৰ্পোৰেট আইন (সংশোধনী) বিধেয়ক ২০২৬: কেন্দ্ৰই নিয়ম সহজ কৰিব, অপৰাধ ডিক্ৰিমিনালাইজ কৰিব
এক্সিট পোলস ২০২৬: অসমত বিজেপি আবার ক্ষমতায়, পশ্চিমবঙ্গত টাইট লড়াই, কেরালাত কংগ্রেসের সম্ভাব্য পুনরাগমন
কেৱাদিয়াৰ ষ্টেচু অৱ ইউনিটিত চৰ্দাৰ পেটেললৈ প্ৰধানমন্ত্ৰী মোদীৰ শ্ৰদ্ধাঞ্জলি
ইতিহাসৰ পাতত ০৯ আগষ্ট: কৰিম বা মৰিম শ্লোগানেৰে ভাৰত ত্যাগ আন্দোলনৰ আৰম্ভনি
প্ৰধানমন্ত্ৰী মোডীৰ আজিৰে পৰা দুদিনীয়া ঝাৰখণ্ড ভ্ৰমণ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ইউক্ৰেইনৰ খেৰচন চহৰত ৰাছিয়াৰ গোলাবৰ্ষণ, দুজন লোকৰ মৃত্যু, ১২ জন আহত
Next Article বঙাইগাঁও বৈদ্যুতিক উপ-স্ংমণ্ডল-II ৰ বিদ্যুৎ যোগান বন্ধৰ জাননী
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?