• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > International > ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ব্ৰাজিলত প্ৰধানমন্ত্ৰী মোডী, প্ৰবাসী ভাৰতীয়ৰ মাজত ব্যাপক উৎসাহ
International

ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ব্ৰাজিলত প্ৰধানমন্ত্ৰী মোডী, প্ৰবাসী ভাৰতীয়ৰ মাজত ব্যাপক উৎসাহ

CliQ INDIA
Last updated: July 6, 2025 2:35 pm
CliQ INDIA
Share
2 Min Read
SHARE
ব্ৰাজিলত প্ৰধানমন্ত্ৰী মোডী, প্ৰবাসী ভাৰতীয়ৰ মাজত ব্যাপক উৎসাহ

ৰিঅ’ ডি জেনেইৰ’, ০৬ জুলাই (হি.স.)। চাৰিদিনীয়া ভ্ৰমণসূচীৰে ব্ৰাজিলত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী। এই সময়ছোৱাত তেওঁ ১৭ সংখ্যক ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিব। প্ৰধানমন্ত্ৰী মোডীৰ পাঁচখন দেশ ভ্ৰমণৰ এয়া চতুৰ্থ পৰ্যায়। তেওঁৰ এই ভ্ৰমণক লৈ প্ৰবাসী ভাৰতীয়সকলৰ মাজত যথেষ্ট উৎসাহৰ সৃষ্টি হৈছে। ব্ৰাজিলত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ তেওঁলোকে উষ্ম আদৰণি জনাইছিল।

শনিবাৰে সন্ধিয়া (স্থানীয় সময় অনুসৰি) ৰিঅ’ ডি জেনেইৰ’ৰ গেলিয়াও আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী মোডীক উষ্ম আদৰণি জনোৱা হয়। ৰাষ্ট্ৰপতি লুইছ ইনাচিও লুলা দা চিলভাৰ আমন্ত্ৰণত ব্ৰাজিলত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী মোডীয়ে ৰিঅ’ ডি জেনেইৰ’ত অনুষ্ঠিত হ’বলগীয়া ১৭ সংখ্যক ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিব, তাৰ পিছত তেওঁ ৰাজ্যিক ভ্ৰমণলৈ যাব।

প্ৰধানমন্ত্ৰী মোদীয়ে ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি কয় যে তেওঁ ব্ৰাজিলৰ ৰিঅ’ ডি জেনেইৰ’ত উপস্থিত হ’ল, য’ত মই ব্ৰিকছ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিম আৰু পিছত ৰাষ্ট্ৰপতি লুলাৰ আমন্ত্ৰণত ৰাজধানী ব্ৰাজিলিয়ালৈ যাম। এই বৈঠক আৰু আলোচনাৰ পৰা এক উৎপাদনশীল পৰ্যায় আশা কৰা হৈছে।

তেওঁ ইয়াত ৰাষ্ট্ৰপতি লুলাৰ সৈতে দুয়োখন দেশৰ মাজত বাণিজ্য, প্ৰতিৰক্ষা, শক্তি, মহাকাশ, প্ৰযুক্তি, কৃষি, স্বাস্থ্যকে ধৰি কৌশলগত অংশীদাৰিত্ব সম্প্ৰসাৰণৰ ক্ষেত্ৰত দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব। এই ভ্ৰমণত প্ৰধানমন্ত্ৰী মোদীয়ে ৬ আৰু ৭ জুলাইত অনুষ্ঠিত হ’বলগীয়া ব্ৰিকছৰ সন্মিলনত অংশগ্ৰহণ কৰাৰ পিছত ৰাজ্যিক ভ্ৰমণলৈ যাব, যাৰ বাবে তেওঁ ব্ৰাজিলিয়া ভ্ৰমণ কৰিব।

ব্ৰিকছৰ সদস্য দেশ হিচাপে ব্ৰাজিল, ৰাছিয়া, ভাৰত, চীন আৰু দক্ষিণ আফ্ৰিকা আছে, য’ত এই সংস্থাটোক অতিৰিক্ত পাঁচখন সদস্য দেশ ইজিপ্ত, ইথিওপিয়া, ইৰাণ, চৌদি আৰব আৰু ইউ এ ইৰ সৈতে সম্প্ৰসাৰণ কৰা হৈছে।

—————

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

You Might Also Like

মধ্য আমেৰিকাৰ পেনচিলভেনিয়াৰ ওচৰত সৰু বিমান দুৰ্ঘটনা, পাইলটৰ মৃত্যু
(অপডেট) পাকিস্তানী সেনাই হত্যা কৰিলে তিনিজন আফগান খেলুৱৈ, ত্ৰিকোণীয় শৃংখলাত নকৰে অংশগ্ৰহণ
চীন ভ্ৰমণৰ সময়ত হৃদৰোগত আক্ৰান্ত নেপালৰ উপ-প্ৰধানমন্ত্ৰী, সম্প্ৰতি বিপদ মুক্ত
পুটিনক সাক্ষাৎ কৰাৰ পাছত ড° জয়শংকৰে কয় – দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ভাৰত-ৰাছিয়াৰ সম্পৰ্ক বিশ্বৰ ভিতৰতে আটাইতকৈ সুস্থিৰ
ইজৰাইলৰ নিৰাপত্তা বাহিনীৰ গাজাপট্টীত আকাশৰ পৰা স্থলভাগলৈকে ঘেৰাও, খান ইউনিছত সংঘৰ্ষ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article এডগবাষ্টন টেষ্টঃ শুভমন গিলৰ ঐতিহাসিক শতক, ছিৰাজ-আকাশদীপৰ মাৰাত্মক বলিঙৰ ফলত ভাৰত জয়ৰ দিশে অগ্ৰসৰ
Next Article ১৭ সংখ্যক ব্ৰিকছ শীৰ্ষ সন্মিলনৰ বাবে ৰিঅ' ডি জেনেইৰ'ত উপস্থিত প্ৰধানমন্ত্ৰী মোডী
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?