• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > International > হামাছে ইজৰাইলক গতাই দিয়ে তিনিজন পণবন্দীৰ মৃতদেহ
International

হামাছে ইজৰাইলক গতাই দিয়ে তিনিজন পণবন্দীৰ মৃতদেহ

CliQ INDIA
Last updated: November 3, 2025 11:05 pm
CliQ INDIA
Share
3 Min Read
SHARE

গাজা পট্টী, ০৩ নৱেম্বৰ (হি.স.)। সন্ত্ৰাসবাদী সংগঠন হামাছে দেওবাৰে সন্ধিয়া ৰেড ক্ৰছৰ জৰিয়তে আৰু তিনিজন পণবন্দী লোকৰ মৃতদেহ ইজৰাইলক গতাই দিয়ে। ইজৰাইলৰ বিষয়াসকলে তিনিওজনৰ পৰিচয় নিশ্চিত কৰাৰ বাবে কাম কৰি আছে। ইয়াৰে এটা মৃতদেহ জোৱান ওমৰ নিউট্ৰা বুলি চিনাক্ত কৰা হৈছে। ইফালে ইজৰাইলে কয় যে গাজাত হামাছৰ এতিয়া আৰু কোনো স্থান নাই।

দ্য টাইমছ অৱ ইজৰাইলত প্ৰকাশিত এক বাতৰি অনুসৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে নিশ্চিত কৰিছে যে ইয়াৰে এটা মৃতদেহ আমেৰিকান-ইজৰাইলৰ জোৱান ওমৰ নিউট্ৰাৰ। তেওঁ কয় যে নিউয়ৰ্কৰ বাসিন্দা লোকজনৰ পিতৃ-মাতৃয়ে এই কথা নিশ্চিত কৰিছে। ইজৰাইলৰ বিষয়াসকলে কয় যে যদি এই তিনিওজনক পণবন্দী হিচাপে নিশ্চিত কৰা হয়, তেন্তেও তেওঁলোকে আৰু আঠজন পণবন্দীৰ মৃতদেহ লাভ কৰিব লাগে।

হামাছৰ এক বিবৃতি অনুসৰি দেওবাৰে এটা সুৰংগৰ পৰা তিনিজন পণবন্দী লোকৰ মৃতদেহ উদ্ধাৰ কৰা হয়। বিবৃতিটোত গোটটোৱে এখন ফটো প্ৰকাশ কৰে য’ত এটা মৃতদেহ বেগত মেৰিয়াই থোৱা দেখা গৈছে। ইয়াত আছিল এজন মৃত পণবন্দীৰ নাম। এই গোটটোৱে দক্ষিণ গাজাত ৰেড ক্ৰছৰ প্ৰতিনিধিক তিনিটা কফিন গতাই দিয়ে। ৰেড ক্ৰছে আইডিএফক কফিনসমূহ ডেলিভাৰী কৰে। ইজৰাইলত উপস্থিত হোৱাৰ পিছত মৃতদেহকেইটা চিনাক্তকৰণৰ বাবে টেল আভিভৰ আবু কাবিৰ ফৰেনছিক ইনষ্টিটিউটলৈ লৈ যোৱা হয়।

ইয়াৰ পূৰ্বে বৃহস্পতিবাৰে হামাছে নিহত হোৱা দুজন পণবন্দী ৮৪ বছৰীয়া আমিৰাম কুপাৰ আৰু ২৫ বছৰীয়া ছাহাৰ বাৰুচৰ মৃতদেহ গতাই দিছিল। ইজৰাইলত চিনাক্ত হোৱাৰ পিছত দেওবাৰে তেওঁলোকক সমাধিস্থ কৰা হয়। ইজৰাইলে অভিযোগ উত্থাপন কৰিছে যে সন্ত্ৰাসবাদী সংগঠনটোৱে ১০ অক্টোবৰৰ পৰা কাৰ্যকৰী হোৱা যুদ্ধবিৰতিৰ অধীনত চুক্তিবদ্ধ হোৱা অনুসৰি সকলো বন্দীক ঘূৰাই অনাত পলম কৰিছে।

এই চুক্তিৰ অধীনত হামাছে ৭২ ঘণ্টাৰ ভিতৰত ২০ জন জীৱিত পণবন্দীক ঘূৰাই দিব লাগিছিল আৰু একে সময়সীমাৰ ভিতৰতে মৃত ২৮ জন পণবন্দীক বিচাৰি উলিয়াব লাগিছিল। ইজৰাইলে অনুমান কৰিছে যে হামাছে মাত্ৰ কেইটামান মৃতদেহৰ অৱস্থান জানিছিল। গোটটোৱে জীৱিত ২০ জন পণবন্দীক গতাই দিয়ে যদিও সময়সীমাৰ ভিতৰত গাজাত ৰখা ২৮টা মৃতদেহৰ ভিতৰত মাত্ৰ চাৰিটাহে ঘূৰাই দিয়ে। তাৰ পিছৰে পৰা গোটটোৱে ক্ৰমান্বয়ে আৰু ১৩টা মৃতদেহ ঘূৰাই আনিছে।

প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতানিয়াহুৱে কেইঘণ্টামান পূৰ্বে সাপ্তাহিক কেবিনেট বৈঠকত কৈছিল যে ইজৰাইলৰ নিয়ন্ত্ৰিত গাজাত হামাছৰ দুটা ঘাটি বাকী আছে। এজন ৰাফাত আৰু আনটো খান ইউনিছত। তেওঁ প্ৰতিশ্ৰুতি দিলে, তেওঁলোক ধ্বংস হ’ব। নেতানিয়াহুৱে লগতে কয় যে যদি গাজাত সৈনিকৰ ক্ষতি কৰাৰ কোনো চেষ্টা কৰা হয় তেন্তে আমি নিশ্চিতভাৱে তেওঁলোকক আক্ৰমণ কৰিম।

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

ভঙ্গুর কূটনীতি চাপের মধ্যে যখন আমেৰিকা-ইৰান শান্তি আলোচনা আঞ্চলিক উত্তেজনা আৰু কৌশলগত অবিশ্বাসৰ মাজত আৰম্ভ হয়
ইউক্ৰেইনৰ বৃহৎ অঞ্চল ৰাছিয়াৰই নিয়ন্ত্ৰণত, কিয়েভত ১৩৫৫ জনতকৈ অধিক হেৰুৱাইছে সৈনিক
পশ্চিম এছিয়াৰ সংকটৰ মাজতে ভাৰতলৈ ইৰাণৰ গুৰুত্বপূৰ্ণ বাৰ্তাই বিশ্বজুৰি চৰ্চা লাভ কৰিছে
পোখাৰা বিমানবন্দৰত অৱতৰণৰ সময়ত চৰাইত খুন্দা মাৰিলে বুদ্ধ এয়াৰৰ বিমান, ইঞ্জিনৰ বিজুতি
ইৰান-চীন কূটনৈতিক আলোচনা ট্ৰাম্প-শি বেইজিং শীৰ্ষ সম্মেলনৰ আগমুহূৰ্তত তীব্ৰ হয়

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article পাইন লেবছৰ প্ৰাইচ বেণ্ড ঘোষণা, ৭ নৱেম্বৰত মুকলি হ’ব ₹৩,৮৯৯.৯১ কোটিৰ ৰাজহুৱা ইছ্যু
Next Article প্ৰধানমন্ত্ৰী মোদীৰ আজি বিহাৰত দুখনকৈ বৃহৎ সমাৱেশ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?