• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > International > নেপালৰ সংবিধান জাৰি হোৱাৰ পিছত বিবাহিতা মহিলাৰো পৈতৃক সম্পত্তিত সমান অধিকাৰ: উচ্চতম ন্যায়ালয়
International

নেপালৰ সংবিধান জাৰি হোৱাৰ পিছত বিবাহিতা মহিলাৰো পৈতৃক সম্পত্তিত সমান অধিকাৰ: উচ্চতম ন্যায়ালয়

CliQ INDIA
Last updated: July 16, 2025 11:15 am
CliQ INDIA
Share
2 Min Read
SHARE

কাঠমাণ্ডু, ১৬ জুলাই (হি.স.)। নেপালৰ উচ্চতম ন্যায়ালয়ে এক ঐতিহাসিক ৰায়দান দি বিবাহিত মহিলাকো পিতৃৰ সম্পত্তিত সমান অধিকাৰ প্ৰদান কৰিব লাগে বুলি কৈছে। অৱশ্যে নেপালৰ নতুন সংবিধান জাৰি হোৱাৰ দিনৰে পৰা এই আইনখন কাৰ্যকৰী কৰাৰ সিদ্ধান্ত লোৱা হৈছে।

পিতৃৰ সম্পত্তিৰ ওপৰত অধিকাৰ দাবী কৰাৰ গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ে কয় যে পিতৃৰ সম্পত্তিত বিবাহিত কন্যাক সমান অধিকাৰ দিয়াৰ কথা উল্লেখ থকা নেপালৰ সংবিধান জাৰি হোৱাৰ দিনৰে পৰা এই আইনখন কাৰ্যকৰী হ’ব লাগে।

বৰ্তমান নেপালত পিতৃৰ সম্পত্তিত কন্যা সন্তানক সম অধিকাৰ দিয়াৰ আইন প্ৰচলিত। চৰকাৰে সংশোধন কৰি কেৱল অবিবাহিত কন্যাকে নহয়, বিবাহিত কন্যাকো সম্পত্তিৰ ক্ষেত্ৰত সম অধিকাৰ দিয়াৰ ব্যৱস্থা কৰে।

চৰকাৰে এই সংশোধনী কৰাৰ পিছত জিলা আদালত আৰু উচ্চ ন্যায়ালয়েও আদালতত সম্পত্তিৰ সৈতে জড়িত সকলো বিচাৰাধীন বিষয়ত কন্যাক সম্পত্তিৰ অধিকাৰ প্ৰদানৰ সিদ্ধান্ত প্ৰদান কৰে। কিন্তু এই আইনখন কেতিয়া প্ৰযোজ্য বুলি বিবেচিত হ’ব লাগে সেই সম্পৰ্কে বিবাদৰ পিছত আদালতে পাঁচজন ন্যায়াধীশৰ বিচাৰপীঠ গঠন কৰি মঙলবাৰে ৰায়দান কৰে।

পাঁচজন ন্যায়াধীশৰ ভিতৰত তিনিজন ন্যায়াধীশে সংখ্যাগৰিষ্ঠতাৰ ৰায় দিছে যে সংবিধান জাৰি হোৱাৰ দিনৰে পৰা চৰকাৰৰ এই আইনখন কাৰ্যকৰী হ’ব লাগে। আনহাতে দুজন ন্যায়াধীশৰ মতামত আছিল যে পিতৃৰ সম্পত্তিৰ ওপৰত সকলো কন্যাৰ সমান অধিকাৰ থাকিব লাগে। সংবিধানত যিহেতু দিন, তাৰিখ বা বছৰৰ উল্লেখ নাই, গতিকে বিবাহিত বা অবিবাহিতক তাত বিবেচনা কৰা উচিত নহয়।

উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ ন্যায়াধীশ সপনা প্ৰধান মল্ল, মনোজ কুমাৰ শৰ্মা, সাৰংগা চুবেদী, আব্দুল আজিজ আৰু মহেশ শৰ্মা পৌডেলৰ পূৰ্ণ বিচাৰপীঠে এই সন্দৰ্ভত ৰায়দান দিওঁতে পিতৃৰ সম্পত্তিত কন্যাক সমান অংশ দিয়া সংসদৰ আইন শুদ্ধ বুলি কৈছে।

অৱশ্যে ইয়াৰ ভিতৰত ন্যায়াধীশ সপনা প্ৰধান মল্ল আৰু মহেশ শৰ্মা পৌডেলে এই ৰায়দানত কৈছে যে সকলো বিবাহিতা মহিলাকো এই অধিকাৰ দিয়া উচিত। কিন্তু বাকী তিনিজন ন্যায়াধীশে সংখ্যাগৰিষ্ঠতাৰে সিদ্ধান্ত লৈছে যে সংবিধান জাৰি হোৱাৰ পিছৰে পৰা বিবাহিত মহিলাই এই অধিকাৰ লাভ কৰিছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

You Might Also Like

অষ্ট্ৰেলিয়াই জবাবদিহিতাৰ আহ্বান : সাহায্য কৰ্মীক হত্যাক লৈ ব্যৱস্থা গ্ৰহণৰ আহ্বান
পাকিস্তানত সন্ত্ৰাসবাদীৰ ৯ জন যাত্ৰীক বাছৰ পৰা নমাই গুলীয়াই হত্যা, বিএলএৰ দায়িত্ব গ্ৰহণ
পাকিস্তানৰ ৱাজিৰিস্তানত জোৱানৰ ওপৰত আক্ৰমণ, এজন জোৱান নিহত, প্ৰত্যাক্ৰমণত দুজন সন্ত্ৰাসবাদী নিহত
মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে অক্সফৰ্ডত উন্মোচন কৰিলে পেৰিয়াৰৰ প্ৰতিকৃতি
নেতানিয়াহৰ মহিলাৰ প্ৰ’ষ্টেট কেন্সাৰ চিকিৎসাৰ তথ্য মাহ মাহ ধৰি গোপন কৰাৰ পাছত প্ৰকাশ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article বিশ্ব বজাৰৰ পৰা দুৰ্বলতাৰ লক্ষণ, এছিয়াত মিশ্ৰিত ব্যৱসায়
Next Article কাইলৈ বকোৰ বনগাওঁত কংগ্ৰেছৰ কৰ্মীসভাত অংশগ্ৰহণ কৰিব ৰাহুল গান্ধী, মল্লিকাৰ্জুন খৰ্গেই,উৎসাহিত কংগ্ৰেছ কৰ্মী
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?