• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > International > এইবাৰ ফ্ৰান্সতো চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ, লেকৰ্ণুৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ
International

এইবাৰ ফ্ৰান্সতো চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ, লেকৰ্ণুৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ

CliQ INDIA
Last updated: September 11, 2025 11:11 am
CliQ INDIA
Share
2 Min Read
SHARE

পেৰিছ, ১০ ছেপ্টেম্বৰ (হি.স.)। নেপালৰ পিছত এতিয়া ফ্ৰান্সতো চৰকাৰ বিৰোধী প্ৰতিবাদ আৰম্ভ হৈছে। বুধবাৰে দেশৰ প্ৰায় প্ৰতিখন ডাঙৰ চহৰতে বাজেট কৰ্তনৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহি ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰনৰ পদত্যাগৰ দাবী জনায়। প্ৰতিবাদকাৰীসকলে পথ অৱৰোধ কৰি জাবৰৰ দমত জুই লগাই বহু ঠাইত আৰক্ষীৰ সৈতে সংঘৰ্ষত লিপ্ত হয়। এই প্ৰতিবাদৰ মাজতে চেবাষ্টিয়ান লেকৰ্ণুৱেও প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। মাত্ৰ দুদিন পূৰ্বে ৰাষ্ট্ৰপতি মেক্ৰনে লেকৰ্ণুক নতুন প্ৰধানমন্ত্ৰী হিচাপে ঘোষণা কৰিছিল।

গৃহমন্ত্ৰী বি ৰাটেলোৱে সংবাদ মাধ্যমৰ আগত কয় যে ৰেনেছ চহৰত প্ৰতিবাদকাৰীয়ে এখন বাছত জুই লগাই দিয়ে। দক্ষিণ-পশ্চিম অঞ্চলত এটা বিদ্যুৎ পৰিবাহী তাঁৰ ক্ষতিগ্ৰস্ত হোৱাৰ পিছতে ৰে’ল সেৱা বন্ধ হৈ পৰে। তেওঁ কয় যে চৰকাৰে ৮০ হাজাৰ আৰক্ষী নিয়োগ কৰিছে, ইয়াৰে ৬০০০জন পেৰিছত আছে। সমগ্ৰ দেশতে এই পৰ্যন্ত ২০০ৰো অধিক দুষ্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰা হৈছে। নন্টেছ চহৰত আৰক্ষীয়ে প্ৰতিবাদকাৰীৰ ওপৰত কন্দুৱা গেছৰ গুলীচালনা কৰে। মণ্টপেলিয়াৰত আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজতো সংঘৰ্ষ সংঘটিত হয়। টুলুজত ৰে’লপথ ভাঙি পেলোৱা হয়।

সংবাদ মাধ্যমৰ বাতৰি অনুসৰি এই প্ৰতিবাদৰ নাম দিয়া হৈছে ‘ব্লক এভৰিথিং’ (Block Everything), যাৰ নেতৃত্বত আছে এটা বাওঁপন্থী গোট। অৱশ্যে আন্দোলনৰ কোনো মুখ নাই। কিছু মাহ পূৰ্বে ছ’চিয়েল মিডিয়াত ইয়াৰ ভেটি স্থাপন কৰা হৈছিল। প্ৰধানমন্ত্ৰীৰ পদৰ পৰা পদত্যাগ কৰা ফ্ৰান্সোৱা বায়ৰ’ৰ বাজেট নীতিৰ প্ৰতিবাদত এই প্ৰতিবাদ আৰম্ভ হৈছিল। বায়ৰৌৱে ৰাজহুৱা ব্যয়ত বৃহৎ কৰ্তন কৰিছিল। প্ৰতিবাদকাৰীসকলে কয় যে দেশৰ বৰ্তমানৰ ৰাজনৈতিক ব্যৱস্থা জনসাধাৰণৰ স্বাৰ্থত নহয়।

মাত্ৰ দুদিন পূৰ্বে ফ্ৰান্সোৱাই সংসদত আস্থা ভোট হেৰুৱাইছিল, যাৰ বাবে তেওঁ প্ৰধানমন্ত্ৰীৰ পদ এৰিবলগীয়া হৈছিল। ৫৭৭ জনীয়া ৰাষ্ট্ৰীয় বিধানসভাত অনুষ্ঠিত ভোটদানত ৩৬৪ জন প্ৰতিনিধিয়ে চৰকাৰৰ প্ৰতি অনাস্থা প্ৰকাশ কৰাৰ বিপৰীতে মাত্ৰ ১৯৪ জন প্ৰতিনিধিয়েহে চৰকাৰৰ সপক্ষে ভোটদান কৰে। ইয়াৰ পিছতে মেক্ৰনে লেকৰ্ণুক প্ৰধানমন্ত্ৰী হিচাপে নিযুক্তি দিয়ে, যিয়ে আজি শপত গ্ৰহণ কৰে। লেকৰ্ণু বিগত এবছৰত ফ্ৰান্সৰ চতুৰ্থ প্ৰধানমন্ত্ৰী হিচাপে পৰিগণিত হৈছে। উল্লেখযোগ্য যে ২০২৭ চনত ফ্ৰান্সৰ সংসদৰ কাৰ্যকাল শেষ হ’বলগীয়া আছিল যদিও মেক্ৰনে মধ্যকালীন নিৰ্বাচনৰ কথা ঘোষণা কৰিছিল। ইয়াৰ পিছত অনুষ্ঠিত ৰাষ্ট্ৰীয় বিধানসভাৰ নিৰ্বাচনত কোনো দলে সংখ্যাগৰিষ্ঠতা নাপালে। তেওঁ সংখ্যালঘু চৰকাৰৰ নেতৃত্ব দি আছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

You Might Also Like

ইউএন সিকিউরিটি কাউন্সিল ইসরায়েলী আক্রমণক শাস্তি প্রদান কৰিছে
পাকিস্তানত ঘৰৰ মুধছ ভাঙি এটা পৰিয়ালৰ ৫ জন সদস্য নিহত | BulletsIn
ৰাষ্ট্ৰপতি বাইডেনৰ পুত্ৰ হাণ্টাৰক গ্ৰেণ্ড জুৰীৰ কৰ ফাঁকিৰ গোচৰত দোষী সাব্যস্ত
ইজৰাইলৰ য়েমেনৰ ছনা বিমানবন্দৰত ক্ষেপণাস্ত্ৰ আক্ৰমণত হুতীৰ শেষ বিমানখন ধ্বংস | BulletsIn
বিশ্বাসঘাতক পাকিস্তানত লালিত-পালিত সন্ত্ৰাসবাদী চয়তান, ভাৰতৰ পৰা সত্য জানি স্তম্ভিত বিশ্ব, ক’লে- আমি যুঁজৰ সৈতে আছো | BulletsIn

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article মুক্ত বাণিজ্য চুক্তিৰ বাবে আমেৰিকাৰ সৈতে চলি আছে ‘সক্ৰিয় আলোচনা’: গোৱেল
Next Article ইজৰাইলৰ বিত্তমন্ত্ৰীৰ গুজৰাটৰ মুখ্যমন্ত্ৰীক সাক্ষাৎ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?