• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > International > ইস্তানবুলত আজি পাকিস্তান আৰু আফগানিস্তানৰ মাজত দ্বিতীয় ৰাউণ্ডৰ আলোচনা
International

ইস্তানবুলত আজি পাকিস্তান আৰু আফগানিস্তানৰ মাজত দ্বিতীয় ৰাউণ্ডৰ আলোচনা

CliQ INDIA
Last updated: October 26, 2025 5:35 am
CliQ INDIA
Share
3 Min Read
SHARE

ইস্তানবুল/ইছলামাবাদ/কাবুল, ২৫ অক্টোবৰ (হি.স.)। আজি তুৰস্কৰ ইস্তানবুলত পাকিস্তান আৰু আফগানিস্তানৰ মাজত দ্বিতীয় ৰাউণ্ডৰ আলোচনা আৰম্ভ হোৱাৰ কথা। বৈঠকৰ সময়ত দুয়োপক্ষই ডোহাত প্ৰথম ৰাউণ্ডৰ সময়ত উত্থাপিত বিষয়সমূহৰ ওপৰত আলোচনা কৰিব। পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ে ইছলামবাগত এই তথ্য প্ৰদান কৰে। বৈদেশিক কাৰ্যালয়ৰ মুখপাত্ৰ তাহিৰ হুছেইন আন্দ্ৰাবীয়ে কয় যে ইস্তানবুল বৈঠকখন দোহা আলোচনাৰ প্ৰথম ৰাউণ্ডৰ ধাৰাবাহিকতা, যাৰ ফলত দুয়োখন দেশৰ মাজত যুদ্ধবিৰতিৰ সৃষ্টি হয়।

পাকিস্তানী কাকত দ্য নিউজ, তুৰ্কীৰ কাকত ডেইলী চাবাহ আৰু আৰব নিউজৰ বাতৰি অনুসৰি মাৰাত্মক সংঘৰ্ষৰ পিছত দ্বিতীয় ৰাউণ্ডৰ আলোচনাৰ বাবে পাকিস্তানী আৰু আফগান বিষয়াসকল ইস্তানবুলত আছে। বিষয়াসকলে জনোৱা মতে, শেহতীয়াকৈ দুয়োখন দেশৰ মাজত হোৱা হিংসাত্মক পৰিস্থিতিত দুয়োপক্ষৰ কেইবা ডজন লোকৰ মৃত্যু হৈছে। চুবুৰীয়া দেশ দুয়োখন দেশৰ মাজত তিক্ত নিৰাপত্তা বিবাদৰ মাজত সোমাই পৰিছে, দুয়োপক্ষই ইজনে সিজনৰ আগ্ৰাসনৰ প্ৰতি সঁহাৰি জনাইছে বুলি দাবী কৰিছে।

বিশেষকৈ পাকিস্তানে আফগানিস্তানৰ তালিবান শাসকসকলৰ বিৰুদ্ধে সঘনাই অভিযোগ উত্থাপন কৰে যে তেওঁলোকে সন্ত্ৰাসবাদী গোট বিশেষকৈ তেহৰিক-ই-তালিবান পাকিস্তানৰ প্ৰতি চকু মুদিছে। অৱশ্যে তালিবান শাসকসকলে এই অভিযোগ অস্বীকাৰ কৰে। যোৱা সপ্তাহৰ শেষৰ ফালে কাটাৰ আৰু তুৰ্কিয়ে শত্ৰুতা বন্ধ কৰাৰ বাবে যুদ্ধবিৰতিৰ দালালি কৰিছিল। যুদ্ধবিৰতি বহুলাংশে ধৰি ৰখা হৈছে। পাকিস্তান এৰি যোৱা আফগান শৰণাৰ্থীৰ বাহিৰে দুয়োখন দেশৰ সীমান্ত বন্ধ হৈ আছে।

পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ আন্দ্ৰাবীয়ে আশা প্ৰকাশ কৰে যে ইস্তানবুলত তুৰ্কিয়ে দালালি কৰা আলোচনাই বিতৰ্কিত সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত একমতত উপনীত হ’ব। ইফালে আফগান চেম্বাৰ অৱ কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰীয়ে উল্লেখ কৰিছে যে সীমান্ত পৰিবহণ আৰু বাণিজ্যত ব্যাঘাত জন্মোৱাৰ বাবে ব্যৱসায়ীসকলে দৈনিক লাখ লাখ ডলাৰ লোকচান কৰি আছে। শেহতীয়াকৈ সংঘটিত হোৱা যুদ্ধৰ ফলত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে দক্ষিণ কান্দাৰ প্ৰদেশ। বিশেষকৈ সীমান্তৰ স্পিন বোল্ডাকত পাকিস্তানৰ বিমান আক্ৰমণত মানুহৰ মৃত্যু হোৱাৰ লগতে ঘৰ-দুৱাৰ ধ্বংস হৈছে। তালিবান চৰকাৰৰ মুখ্য মুখপাত্ৰ জাবিহুল্লাহ মুজাহিদে কয় যে উপ-অভ্যন্তৰীণ মন্ত্ৰী হাজী নাজিবে নেতৃত্ব দিব ইস্তানবুললৈ।

আফগানিস্তান আৰু পাকিস্তানৰ মাজত হোৱা যুদ্ধই মানুহৰ জীৱনত ভয়াৱহ প্ৰভাৱ পেলাইছে। দুয়োখন দেশৰ ২৬১১ কিলোমিটাৰ (১৬২২ মাইল) দৈৰ্ঘ্যৰ সীমান্ত আছে, যিটো ডুৰাণ্ড লাইন নামেৰে জনাজাত, যিটো আফগানিস্তানে কেতিয়াও স্বীকৃতি দিয়া নাই। ইহঁতৰ মাজত মাত্ৰ দুটা মূল বাণিজ্যিক পথ। নিৰাপত্তাৰ অৱনতি ঘটাত স্থানীয় বাসিন্দাসকলে ঘৰ-বাৰী এৰি পলায়ন কৰিবলগীয়া হৈছে, হাজাৰ হাজাৰ লোক আৰু বাহন সীমান্তৰ চেকপইণ্টত এসপ্তাহ পৰ্যন্ত আবদ্ধ হৈ আছে। পাকিস্তানত অবৈধভাৱে বাস কৰা বিদেশীসকলৰ বিৰুদ্ধে দেশজোৰা কঠোৰ অভিযানৰ অংশ হিচাপে দক্ষিণ-পশ্চিম পাকিস্তানৰ চামান ক্ৰছিং কেৱল আফগান শৰণাৰ্থীৰ বাবেহে মুকলি। আফগানিস্তানৰ পৰা বাণিজ্য আৰু পথচাৰীৰ যাতায়তকে ধৰি প্ৰৱেশ বন্ধ হৈ আছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

২০১৮ চনৰ বিমান দুৰ্ঘটনাঃ ১৭টা নেপালী পৰিয়ালক ক্ষতিপূৰণ দিবলৈ আমেৰিকা-বাংলা এয়াৰলাইন্সক আদালতৰ নিৰ্দেশ
জাপানৰ ইছিকাৱা প্ৰদেশত ৫.৯ প্ৰাবল্যৰ ভূমিকম্প, বুলেট ট্ৰেইন সাময়িকভাৱে বন্ধ
পাকিস্তানৰ খৈবাৰ পখতুনখোৱাত ধৰাশায়ী ১১ সন্ত্ৰাসবাদী | BulletsIn
আমেৰিকাৰ আটাইতকৈ প্ৰভাৱশালী উপ-ৰাষ্ট্ৰপতি ৰিচাৰ্ড ব্ৰুচ ডিক চেনীৰ মৃত্যু
কুৱেটা আৰক্ষী আৰু চিটিডিৰ আতিশয্যৰ বিৰুদ্ধে সৰৱ বাৰ এছ’চিয়েশ্যন

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article চিবিআইচিৰ ৩১টা শুল্ক অধিসূচনাক একত্ৰিত কৰি একক অধিসূচনা একত্ৰিত
Next Article চত্তীশগড়ৰ বিজাপুৰত নক্সালবাদীৰ দুই গাঁওবাসীক চোকা অস্ত্ৰৰে হত্যা
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?