• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Entertainment > মোহনলালে দাদাচাহেব ফাল্কে বঁটা লাভ কৰাত ‘বৃষভা’ ছবিৰ দলটোৰ আনন্দ প্ৰকাশ
Entertainment

মোহনলালে দাদাচাহেব ফাল্কে বঁটা লাভ কৰাত ‘বৃষভা’ ছবিৰ দলটোৰ আনন্দ প্ৰকাশ

CliQ INDIA
Last updated: September 23, 2025 9:02 am
CliQ INDIA
Share
2 Min Read
SHARE

চাৰি দশকৰ কেৰিয়াৰত ৩৫০ খনতকৈও অধিক ছবিত অভিনয় কৰা মলয়ালম ছুপাৰষ্টাৰ মোহনলাল বিশ্বনাথন নায়াৰক ২০২৩ বৰ্ষৰ বাবে সন্মানীয় দাদাছাহেব ফালকে বঁটাৰে সন্মানিত কৰা হ’ব। বহু প্ৰত্যাশিত ছবি বৃৃষভাৰ দলটোৱে অভিনেতাগৰাকীক এই বিশেষ কৃতিত্বৰ বাবে অভিনন্দন জনোৱাৰ বাবে আনন্দ আৰু গৌৰৱ প্ৰকাশ কৰে।

বৃষভাৰ প্ৰযোজক একতা আৰ কাপুৰে কয়, অভিনন্দন মোহনলাল ছাৰ! আপোনাৰ প্ৰতিভা আৰু অভিনয় অগণন শিল্পীৰ বাবে প্ৰেৰণা। আপোনাৰ সৈতে কাম কৰাটো টিম বৃষভাৰ বাবে এক আশীৰ্বাদ হৈ পৰিছে। আপুনি সঁচাকৈয়ে ভাৰতীয় চিনেমাৰ এক উজ্জ্বল তাৰকা।

বৰুণ মাথুৰে লগতে কয়, এই উল্লেখযোগ্য কৃতিত্বৰ বাবে মোহনলাল ছাৰক বহুত বহুত অভিনন্দন। আপোনাৰ কিংবদন্তি যাত্ৰাৰ আন এক সোণালী অধ্যায়। সমগ্ৰ দলৰ পৰা আন্তৰিক অভিনন্দন।

অভিষেক ব্যাসে কয়, আন্তৰিক অভিনন্দন মোহনলাল ছাৰ! আপোনাৰ দশক দশক ধৰি কৰা কামে আমাক অনুপ্ৰাণিত কৰি আহিছে আৰু চিনেমাৰ ভৱিষ্যত গঢ়ি তুলিছে। আপোনাৰ যাত্ৰাৰ অংশ হ’বলৈ পাই আমি সন্মানিত হৈছো।

পৰিচালক নন্দ কিশোৰে কয়, মোহনলাল ছাৰে দাদাচাহেব ফালকে বঁটা লাভ কৰাটো প্ৰতিজন চিনেমাপ্ৰেমীৰ বাবে এক গৌৰৱৰ মুহূৰ্ত। তেওঁ কেৱল অভিনেতা নহয়, বৰঞ্চ আৱেগ। তেওঁৰ সৈতে কাম কৰাটো এক সৌভাগ্যৰ কথা।

কানেক্ট মিডিয়া আৰু বালাজী টেলিফিল্মছে বৃষভা উপস্থাপন আৰু প্ৰযোজক শোভা কাপুৰ, একতা আৰ কাপুৰ, চি.কে. পদ্ম কুমাৰ, বৰুণ মাথুৰ, সৌৰভ মিশ্ৰ, অভিষেক এছ ব্যাস, প্ৰবীৰ সিং, বিশাল গুৰানী, আৰু জুহি পাৰেখ মেহতা। মালয়ালম আৰু তেলেগু ভাষাত শ্বুটিং কৰা এই ছবিখন হিন্দী আৰু কানাড়া ভাষাতো মুক্তি পাব। এই দীপাৱলীত বৃষভাৰ ভৱ্য বিশ্বব্যাপী প্ৰিমিয়াৰ হ’ব।

উল্লেখযোগ্য যে চলচ্চিত্ৰ জগতৰ বাবে এক গৌৰৱৰ মুহূৰ্তত কিংবদন্তি মলয়ালমৰ ছুপাৰষ্টাৰ মোহনলালে ভাৰতীয় চিনেমাৰ সৰ্বোচ্চ বঁটা দাদাচাহেব ফালকে বঁটা লাভ কৰাৰ কথা ঘোষণা কৰিছে। চাৰি দশক আৰু ৩৪০খনতকৈও অধিক ছবিৰ যাত্ৰাত মোহনলালে মলয়ালমৰ পৰা আৰম্ভ কৰি তামিল, তেলেগু, হিন্দী, কানাড়ালৈকে প্ৰতিটো উদ্যোগতে স্হায়ী চাপ ৰাখিছে। তেওঁৰ অভিনয়, বহুমুখীতা আৰু চমকপ্ৰদ উপস্থিতিয়ে তেওঁক ঘৰুৱা নাম কৰি তুলিছে আৰু প্ৰজন্মক অনুপ্ৰাণিত কৰিছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

ধৰ্মেন্দ্ৰলৈ অমিতাভ বচ্চনৰ আৱেগিক শ্ৰদ্ধাঞ্জলি
প্ৰখ্যাত সংগীতশিল্পী নচিকেতা চক্ৰৱৰ্তী অসুস্থ
প্ৰভাসৰ 'দ্য ৰাজা চাব'ত মালবিকা মহননৰ প্ৰৱেশ
বক্স অফিচত ₹৭০০ কোটি টকাৰ সীমা অতিক্ৰম কৰিলে ধুৰন্ধৰ
ফাৰহান আখতাৰে লৈ আহিব আবেগ আৰু ত্যাগৰ কাহিনী, মুক্তি পাব ‘১২০ বাহাদুৰ’ৰ টিজাৰ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article পাঁচখন খেলৰ শৃংখলাৰ বাবে অষ্ট্ৰেলিয়ালৈ ৰাওনা ভাৰতীয় জুনিয়ৰ মহিলা হকী দল
Next Article নৱৰাত্ৰিৰ সময়ত পিএমইউৱাইৰ অধীনত ২.৫ লাখ বিনামূলীয়া এলপিজি সংযোগ প্ৰদান কৰিব চৰকাৰে
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?