• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Business > ৪ পৰা ৬ আগষ্টৰ ভিতৰত আৰ বি আইৰ এম পি চিৰ বৈঠক, ৰেপো ৰেট অপৰিৱৰ্তিত থকাৰ সম্ভাৱনা
Business

৪ পৰা ৬ আগষ্টৰ ভিতৰত আৰ বি আইৰ এম পি চিৰ বৈঠক, ৰেপো ৰেট অপৰিৱৰ্তিত থকাৰ সম্ভাৱনা

CliQ INDIA
Last updated: August 1, 2025 2:55 am
CliQ INDIA
Share
1 Min Read
SHARE

নতুন দিল্লী ৩১ জুলাই (হি.স.)। ভাৰতীয় ৰিজাৰ্ভ বেংকৰ দ্বিমাহেকীয়া মুদ্ৰানীতি সমিতি (এম পি চি)ৰ তিনিদিনীয়া পৰ্যালোচনা বৈঠক অহা ৪-৬ আগষ্টৰ ভিতৰত অনুষ্ঠিত হ’ব। অহা ৬ আগষ্টৰ বৈঠকত গ্রহণ কৰা সিদ্ধান্তসমূহ ঘোষণা কৰিব আৰ বি আইৰ গভৰ্ণৰ সঞ্জয় মালহোত্ৰাই। বৈঠকত অৰ্থনীতিবিদসকলে ৰেপো ৰেট ৫.৫০ শতাংশ অপৰিৱৰ্তিত হৈ থকাৰ সম্ভাৱনা প্ৰকাশ কৰিছে।

অৰ্থনীতিবিদসকলৰ মতে আমেৰিকাই ২৫ শতাংশ নতুন শুল্ক ঘোষণা কৰাৰ পিছতো আগষ্টৰ মুদ্ৰানীতি সমিতিৰ পৰ্যালোচনা বৈঠকত ৰিজাৰ্ভ বেংকে নীতিৰ হাৰৰ কোনো পৰিৱৰ্তন নকৰে। পুনৰীক্ষণ বৈঠকত আৰ বি আইয়ে ৰেপো ৰেট ৫.৫ শতাংশ অপৰিৱৰ্তিত ৰাখিব পাৰে। আৰ বি আইৰ গভৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ অধ্যক্ষতাত অনুষ্ঠিত হ’বলগীয়া এম পি চিৰ এই পৰ্যালোচনা বৈঠক ৪-৬ আগষ্টলৈ চলিব। ইয়াৰ পূৰ্বে আৰ বি আইয়ে ৫-৭ আগষ্টত এই বৈঠক নিৰ্ধাৰণ কৰিছিল।

ৰিজাৰ্ভ বেংকৰ গৱৰ্ণৰ সঞ্জয় মালহোত্ৰাৰ নেতৃত্বত গঠিত এমপিচিয়ে ২০২৫ চনৰ ফেব্ৰুৱাৰী মাহৰ পৰা মুঠ ১০০ বেছিছ পইণ্ট অৰ্থাৎ এক শতাংশ ৰেপ’ ৰেট কৰ্তন কৰিছে। ইয়াৰ পূৰ্বে ফেব্ৰুৱাৰী আৰু এপ্ৰিল মাহত ২৫ বেছিছ পইণ্ট কৰ্তন কৰা হৈছিল। আৰ বি আইয়ে প্ৰথম আৰু দ্বিতীয় এম পি চি পৰ্যালোচনা বৈঠকত ০.২৫ শতাংশ আৰু তৃতীয়বাৰৰ বাবে অৰ্থাৎ জুন মাহত ০.৫০ শতাংশ হ্ৰাস কৰিছিল, যিটো বৰ্তমান ৫.৫০ শতাংশ।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

You Might Also Like

টকিঅ’ত গিৰিৰাজ সিঙে উদ্বোধন কৰিলে ইণ্ডিয়া ট্ৰেণ্ড মেলা, কেইবাখনো উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত
আৰম্ভণিৰ ব্যৱসায়ত শ্বেয়াৰ বজাৰৰ উত্থান, চেন্সেক্স আৰু নিফটি উৰ্ধমুখী
অহা সপ্তাহত প্ৰাথমিক বজাৰত প্ৰচণ্ড গতিবিধি, ১৭টা নতুন আই পি অ’ মুকলি
দিল্লী বিমানবন্দৰৰ নৱনিৰ্মিত টাৰ্মিনেল-২ উদ্বোধন অসামৰিক বিমান পৰিবহণ মন্ত্ৰীৰ
আমেৰিকা আৰু ব্ৰিটেইনৰ দৰে চীনেও ভাৰতৰ লোকসভা নিৰ্বাচনত ব্যাঘাত জন্মাবলৈ সাজু হৈছে, এক বিপদজনক কৌশল ৰচনা কৰিছে: প্ৰতিবেদন

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ‘ৱাৰ ২’ৰ প্ৰথমটো ৰোমান্টিক গীত ‘আৱন জাৱন’ মুক্তি
Next Article ট্ৰাম্পৰ ব্ৰাজিলৰ ওপৰত ৫০ টা শুল্ক আৰোপ, লুলাই অৰ্থনীতি চম্ভালিবলৈ প্ৰত্যাহ্বানৰ সন্মুখীন
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?