• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Business > ৰিগেল ৰিচ’ৰ্ছৰ ষ্টক মাৰ্কেটত শক্তিশালী প্ৰৱেশ, প্ৰিমিয়াম লিষ্টিঙৰ বাবে আই পি অ’ বিনিয়োগকাৰীয়ে লাভৱান
Business

ৰিগেল ৰিচ’ৰ্ছৰ ষ্টক মাৰ্কেটত শক্তিশালী প্ৰৱেশ, প্ৰিমিয়াম লিষ্টিঙৰ বাবে আই পি অ’ বিনিয়োগকাৰীয়ে লাভৱান

CliQ INDIA
Last updated: August 20, 2025 10:05 pm
CliQ INDIA
Share
3 Min Read
SHARE

নতুন দিল্লী, ২০ আগষ্ট (হি.স.)। কুঁহিয়াৰৰ সামগ্ৰী প্ৰস্তুত কৰা কোম্পানী ৰিগেল ৰিচ’ৰ্ছৰ শ্বেয়াৰে আজি শ্বেয়াৰ বজাৰত শক্তিশালী প্ৰৱেশ কৰি আই পি অ’ বিনিয়োগকাৰীসকলক আনন্দিত কৰি তুলিছে। আই পি অ’ৰ অধীনত কোম্পানীটোৰ শ্বেয়াৰ ১০২ টকাৰ মূল্যত জাৰি কৰা হৈছিল। আজি বি এছ ইত ১৪১.৮০ টকা আৰু এন এছ ইত ১৪১ টকাৰ স্তৰত ইয়াৰ তালিকাভুক্ত কৰা হৈছে। এইদৰে শ্বেয়াৰ বজাৰত প্ৰৱেশৰ লগে লগে কোম্পানীটোৰ আই পি অ’ বিনিয়োগকাৰীসকলে প্ৰায় ৩৯ শতাংশ তালিকাভুক্তি লাভ লাভ কৰে।

তালিকাভুক্ত হোৱাৰ পিছত ক্ৰয় আৰম্ভ হোৱাৰ বাবে কোম্পানীটোৰ শ্বেয়াৰ কম সময়ৰ ভিতৰতে ১৪৫.৭০ টকাৰ স্তৰলৈ জপিয়াই পৰে। কিন্তু ইয়াৰ পিছত যেতিয়া লাভৰ বুকিং আৰম্ভ হৈছিল তেতিয়া এই শ্বেয়াৰসমূহো ১৩২ টকাৰ স্তৰলৈ নামি আহিছিল। বজাৰত ধাৰাবাহিকভাৱে ক্ৰয়-বিক্ৰয়ৰ মাজতে পুৱা ১১ বজালৈকে ব্যৱসায়ৰ পিছত কোম্পানীটোৰ শ্বেয়াৰ ১৩৫.৫৪ টকাৰ স্তৰত ব্যৱসায় হৈছিল। এইদৰে কোম্পানীটোৰ আই পি অ’ বিনিয়োগকাৰীয়ে এই পৰ্যন্ত ব্যৱসায়ত ৩২.৮৮ শতাংশ লাভ কৰিছে।

ৰিগেল ৰিচ’ৰ্ছৰ ৩০৬ কোটি টকাৰ আইপিঅ’ ১২ৰ পৰা ১৪ আগষ্টৰ ভিতৰত চাবস্ক্ৰিপচনৰ বাবে মুকলি আছিল। এই আইপিঅ’ই বিনিয়োগকাৰীৰ পৰা প্ৰচণ্ড সঁহাৰি লাভ কৰিছিল, যাৰ বাবে ইয়াক সামগ্ৰিকভাৱে ১৫৯.৮৭ গুণ চাবস্ক্ৰাইব কৰা হৈছিল। এইবোৰত যোগ্য প্ৰতিষ্ঠানিক ক্ৰেতাৰ বাবে সংৰক্ষিত অংশ ১৯০.৯৬ বাৰ চাবস্ক্ৰাইব কৰা হৈছিল। একেদৰে অপ্ৰতিষ্ঠানিক বিনিয়োগকাৰীৰ বাবে সংৰক্ষিত অংশই (এন আই আই) ৩৫৬.৭২ গুণ চাবস্ক্ৰিপচন লাভ কৰে। ইয়াৰ উপৰিও খুচুৰা বিনিয়োগকাৰীৰ বাবে সংৰক্ষিত অংশ ৫৭.৭৫ বাৰ চাবস্ক্ৰাইব কৰা হৈছিল। এই আই পি অ’ৰ অধীনত ২১০ কোটি টকাৰ নতুন শ্বেয়াৰ জাৰি কৰা হৈছে। ইয়াৰ উপৰিও অফাৰ ফৰ চেল উইণ্ডোৰ জৰিয়তে ৫ টকাৰ ফেচ ভেলুৰ ৯৪.১২ লাখ শ্বেয়াৰ বিক্ৰী হৈছে। আই পি অ’ৰ জৰিয়তে সংগ্ৰহ কৰা ধন কোম্পানীটোৱে পুৰণি ঋণ পৰিশোধ, ৱৰ্কিং কেপিটেলৰ প্ৰয়োজনীয়তা পূৰণ আৰু সাধাৰণ কৰ্পৰেট উদ্দেশ্যত ব্যৱহাৰ কৰিব।

কোম্পানীটোৰ আৰ্থিক অৱস্থাৰ কথা ক’বলৈ গ’লে প্ৰস্পেক্টচত কৰা দাবী অনুসৰি ইয়াৰ আৰ্থিক স্বাস্থ্য অহৰহ শক্তিশালী হৈ আহিছে। ২০২২-২৩ বিত্তীয় বৰ্ষত কোম্পানীটোৰ নিকা লাভৰ পৰিমাণ ১৬.৭৬ কোটি টকা, যিটো পৰৱৰ্তী বিত্তীয় বৰ্ষ ২০২৩-২৪ত ২২.১৪ কোটি টকালৈ বৃদ্ধি পাই ২০২৪-২৫ চনত ৪৭.৬৭ কোটি টকালৈ জঁপিয়াই পৰে। এই সময়ছোৱাত কোম্পানীটোৰ ৰাজহ বছৰি ৩৭ শতাংশতকৈ অধিক চক্রবৃদ্ধিৰ হাৰত বৃদ্ধি পাই ৯১৭.৫৮ কোটি টকা হৈছে৷ কিন্তু এই সময়ছোৱাত কোম্পানীটোৰ ঋণো ক্ৰমাগতভাৱে বৃদ্ধি পাইছিল। ২০২২-২৩ বিত্তীয় বৰ্ষৰ শেষত কোম্পানীটোৰ ঋণ ১৮৮.৯৩ কোটি টকা, ২০২৩-২৪ বিত্তীয় বৰ্ষৰ শেষত ৩৫৭.২১ কোটি টকা আৰু ২০২৪-২৫ বিত্তীয় বৰ্ষৰ শেষত ৫০৭.০৫ কোটি টকা হয়।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

চাবস্ক্ৰিপচনৰ বাবে মুকলি পাইন লেবছৰ আই পি অ’; ১১ নৱেম্বৰলৈকে দিব পাৰিব নিবিদা
ষ্টক মাৰ্কেটত প্ৰৱেশৰ অভাৱত এষ্টন ফাৰ্মাই হতাশ কৰে, দুৰ্বল তালিকাৰ পিছত নিম্ন চাৰ্কিটত আঘাত হানে
ঘৰুৱা অলংকাৰ বজাৰত সামান্য অৱনমন, সোণ-ৰূপৰ মূল্য হ্ৰাস
দেশত পেট্ৰ’ল-ডিজেলৰ দৰ স্থিৰ, খাৰুৱা তেলৰ দৰ ৮৯ ডলাৰৰ ওচৰত
আইভেলিউ ইনফো চ’লিউচনছ আইপিঅ’ বিনিয়োগকাৰী হতাশ, দুৰ্বল তালিকাভূক্তৰ পিছত বিক্ৰীৰ চাপ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article মৈৰাবাৰীৰ অবৈধ ড্ৰাগছ ব্যৱসায়ী নুৰ হুছেইনক আজি আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়
Next Article ধাৰাসাৰ বৰষুণৰ ফলত পাকিস্তানৰ কৰাচীত বিধ্বংসী ৰূপ ধাৰণ, ১০ জন লোকৰ মৃত্যু
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?