• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Business > কেইখনমান ৰে'লৰ ষ্টপেজ বঙাইগাঁৱলৈ স্থানান্তৰণ
Business

কেইখনমান ৰে'লৰ ষ্টপেজ বঙাইগাঁৱলৈ স্থানান্তৰণ

CliQ INDIA
Last updated: December 2, 2023 11:30 pm
CliQ INDIA
Share
9 Min Read
SHARE

গুৱাহাটী, ০২ ডিছেম্বৰ (হি.স.)। উন্নততৰ সা-সুবিধা প্ৰদানৰ অৰ্থে ৰঙিয়া মণ্ডলৰ অধীনৰ নিউ বঙাইগাঁও ষ্টেচনৰ পেছেঞ্জাৰ প্লেটফৰ্ম নং ১ – ৰ প্ৰস্তাৱিত পুনৰ নিৰ্মাণৰ বাবে, কেইখনমান ৰে’লৰ বিদ্যমান ষ্টপেজসমূহ অস্থায়ী ভিত্তিত সমীপৱৰ্ত্তী ষ্টেচন বঙাইগাঁৱলৈ স্থানান্তৰণ কৰাটো প্ৰয়োজনীয় হৈ পৰিছে।

বঙাইগাঁৱত ৰে’লসমূহৰ প্ৰস্তাৱিত অস্থায়ী আগমন আৰু প্ৰস্থানৰ সময়সূচীৰ সৈতে ৰে’লসমূহ হ’ল ক্ৰমে ০৩ ৰ পৰা ১৬ ডিচেম্বৰ, ২০২৩ লৈ যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল সংখ্যা. ১৫৯০৯ (ডিব্ৰুগড়- লালগড়) অৱধ অসম এক্সপ্ৰেছ ৰে’লখন ০০.৪৫বজাত বঙাইগাঁও ষ্টেচনত আহি উপস্থিত হ’ব আৰু ০০.৫০ বজাত প্ৰস্থান কৰিব। ০৩, ০৫, ০৭, ১০, ১২ আৰু ১৪ ডিছেম্বৰ, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং ০৫৯২২ (নিউ তিনিচুকীয়া – ধুবুৰী) এক্সপ্ৰেছ ৰে’লখন ০১.০০ বজাত বঙাইগাঁও ষ্টেচনত আহি উপস্থিত হ’ব আৰু ০১.০৫ বজাত প্ৰস্থান কৰিব।

তদুপৰি ০৩, ০৫, ০৭, ০৯, ১০, ১২, ১৪ আৰু ১৬ ডিছেম্বৰ, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং ১৩১৭৪ (আগৰতলা – শিয়ালদহ) কাঞ্চনজংঘা এক্সপ্ৰেছ ৰে’লখন ০১.৪০ বজাত বঙাইগাঁও ষ্টেচনত উপস্থিত হ’ব আৰু ০১.৪৫ বজাত প্ৰস্থান কৰিব। ০৪, ০৬, ০৮, ১১, ১৩ আৰু ১৫ ডিচেম্বৰ, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং ১৩১৭৬(শিলচৰ- শিয়ালদহ) কাঞ্চনজংঘা এক্সপ্ৰেছ ৰে’লখন ০১.৪০বজাত বঙাইগাঁও ষ্টেচনত আহি উপস্থিত হ’ব আৰু ০১.৪৫ বজাত প্ৰস্থান কৰিব।

আনহাতে ০৫, ০৯, ১২ আৰু ১৬ ডিচেম্বৰ, ২০২৩তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং ২২৪১১(নাহৰলগুন – আনন্দ বিহাৰ টাৰ্মিনেল) এক্সপ্ৰেছ ৰেলখন ০৪.৫০ বজাত বঙাইগাঁও ষ্টেচনত উপস্থিত হ’ব আৰু ০৫.০০ বজাত প্ৰস্থান কৰিব। ০৪ ৰ পৰা ১৭ ডিচেম্বৰ, ২০২৩ লৈ যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং ১৫৭০৪ (বঙাইগাঁও – নিউ জলপাইগুড়ী) এক্সপ্ৰেছ ৰে’লখন বঙাইগাঁও ষ্টেচনৰ পৰা ০৬.২৫ বজাত প্ৰস্থান কৰিব। ০৩, ০৫, ০৬, ০৭, ০৯, ১০, ১২, ১৩, ১৪ আৰু ১৬ ডিচেম্বৰ, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং ২০৫০৩(ডিব্ৰুগড়– নিউ দিল্লী) ৰে’লখন ০৭.৫০ বজাত বঙাইগাঁও ষ্টেচনত আহি উপস্থিত হ’ব আৰু ০৭.৫৫ বজাত প্ৰস্থান কৰিব।

ইফালে ০৪, ০৮, ১১ আৰু ১৫ ডিচেম্বৰ, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং ২০৫০৫(ডিব্ৰুগড়– নিউ দিল্লী) ৰাজধানী এক্সপ্ৰেছ ০৭.৫০ বজাত বঙাইগাঁও ষ্টেচনত আহি উপস্থিত হ’ব আৰু ০৭.৫৫ বজাত প্ৰস্থান কৰিব। ০৩ ৰ পৰা ১৬ ডিচেম্বৰ, ২০২৩ তাৰিখলৈ যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং. ১২৪২৩ (ডিব্ৰুগড়– নিউ দিল্লী) ৰাজধানী এক্সপ্ৰেছ ৰে’লখন ০৯.১০ বজাত বঙাইগাঁও ষ্টেচনত আহি উপস্থিত হ’ব আৰু ০৯.১৫ বজাত প্ৰস্থান কৰিব। ০৭ আৰু ১৪ ডিচেম্বৰ, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং. ১২৫০৮ (শিলচৰ – তিৰুৱন্তপুৰম) এক্সপ্ৰেছ ৰে’লখন ০৯.২০ বজাত বঙাইগাঁও ষ্টেচনত আহি উপস্থিত হ’ব আৰু ০৯.২৫ বজাত প্ৰস্থান কৰিব।

০৪, ০৫, ১০, ১১, ১২ আৰু ১৭ ডিচেম্বৰ, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং ১২৫১০ (গুৱাহাটী – এছএমভিটি বেংগালুৰু) এক্সপ্ৰেছ ৰে’লখন ০৯.২০ বজাত বঙাইগাঁও ষ্টেচনত আহি উপস্থিত হ’ব আৰু ০৯.২৫ বজাত প্ৰস্থান কৰিব। ০৬ আৰু ১৩ ডিচেম্বৰ, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং ১২৫১৪(শিলচৰ– ছেকেন্দ্ৰাবাদ) এক্সপ্ৰেছ ৰে’লখন ০৯.২০ বজাত বঙাইগাঁও ষ্টেচনত আহি উপস্থিত হ’ব আৰু ০৯.২৫বজাত প্ৰস্থান কৰিব।

০৫ আৰু ১২ ডিচেম্বৰ, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং ১২৫১৬(শিলচৰ – কোয়াম্বাটোৰ) এক্সপ্ৰেছ ৰে’লখন ০৯.২০বজাত বঙাইগাঁও ষ্টেচনত আহি উপস্থিত হ’ব আৰু ০৯.২৫ বজাত প্ৰস্থান কৰিব। ০৩ আৰু ১০ ডিচেম্বৰ, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং ০১৬৬৬(আগৰতলা – ৰাণী কমলাপতি) এক্সপ্ৰেছ ৰে’লখন ১০.০০ বজাত বঙাইগাঁও ষ্টেচনত আহি পাব আৰু ১০.০৫ বজাত প্ৰস্থান কৰিব।

০৪, ০৫, ০৬, ০৮, ০৯, ১১, ১২, ১৩, ১৫ আৰু ১৬ ডিচেম্বৰ, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং ১৫৯৬০ (ডিব্ৰুগড় – হাওৰা) এক্সপ্ৰেছ ৰে’লখন ১২.০০ বজাত বঙাইগাঁও ষ্টেচনত আহি পাব আৰু ১২.০৫ বজাত প্ৰস্থান কৰিব। ০৪, ০৮, ১১ আৰু ১৫ ডিচেম্বৰ, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং ১৫৯৬২ (ডিব্ৰুগড় – হাওৰা) এক্সপ্ৰেছ ৰে’লখন ১২.০০ বজাত বঙাইগাঁও ষ্টেচনত আহি উপস্থিত হ’ব আৰু ১২.০৫ বজাত প্ৰস্থান কৰিব।

০৯ আৰু ১৬ ডিচেম্বৰ, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগী ৰে’ল নং. ১৫৬২৬ (আগৰতলা – দেওঘৰ) এক্সপ্ৰেছ ৰে’লখন ১২.৪০ বঙাইগাঁও ষ্টেচনত আহি উপস্থিত হ’ব আৰু ১২.৪৫ বজাত প্ৰস্থান কৰিব। ০৯ আৰু ১৬ ডিচেম্বৰ, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং. ১৫৬৩৪ (গুৱাহাটী – বিকানেৰ) এক্সপ্ৰেছ ৰে’লখন ১৩.৪০বজাত বঙাইগাঁও ষ্টেচনত আহি উপস্থিত হ’ব আৰু ১৩.৪৫ বজাত প্ৰস্থান কৰিব।

তদুপৰি ০৭ আৰু ১৪ডিচেম্বৰ, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং ১৫৬৩২(গুৱাহাটী – বাৰমেৰ) এক্সপ্ৰেছ ৰে’লখন ১৩.৪০ বজাত বঙাইগাঁও ষ্টেচনত আহি উপস্থিত হ’ব আৰু ১৩.৪৫ বজাত প্ৰস্থান কৰিব। ০৪ আৰু ১১ ডিচেম্বৰ, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং. ১৫৬৩৬ (গুৱাহাটী – ওখা) এক্সপ্ৰেছ ৰে’লখন ১৩.৪০বজাত বঙাইগাঁও ষ্টেচনত আহি উপস্থিত হ’ব আৰু ১৩.৪৫ প্ৰস্থান কৰিব।

০৪ ৰ পৰা ১৭ ডিচেম্বৰ, ২০২৩লৈ যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং.১২৫০৫ (কামাখ্যা – আনন্দ বিহাৰ টাৰ্মিনেল) নৰ্থইষ্ট এক্সপ্ৰেছ ৰে’লখন ১৫.০০ বঙাইগাঁও ষ্টেচনত উপস্থিত হ’ব আৰু ১৫.১০ বজাত প্ৰস্থান কৰিব। ০৬আৰু ১৩ ডিচেম্বৰ, ২০২৩তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং ১২৫৫২(কামাখ্যা – এছএমভিটি বেংগালুৰু) এক্সপ্ৰেছ ৰে’লখন ১৬.০৫বজাত বঙাইগাঁও ষ্টেচনত আহি পাব আৰু ১৬.১০বজাত প্ৰস্থান কৰিব।

০৬ আৰু ১৩ ডিচেম্বৰ, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং ১৫৬৫৩(গুৱাহাটী–জম্মু তৱী) অমৰনাথ এক্সপ্ৰেছ ৰে’লখন ১৬.৪০ বজাত বঙাইগাঁও ষ্টেচনত উপস্থিত হ’ব আৰু ১৬.৪৫বজাত প্ৰস্থান কৰিব। ০৪ আৰু ১১ ডিচেম্বৰ, ২০২৩তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং ১৫৬৫১(গুৱাহাটী–জম্মু তৱী) লোহিত এক্সপ্ৰেছ ৰে’লখন ১৬.৪০বজাত বঙাইগাঁও ষ্টেচনত উপস্থিত হ’ব আৰু ১৬.৪৫ বজাত প্ৰস্থান কৰিব।

০৪ ৰ পৰা ১৭ ডিচেম্বৰ, ২০২৩ লৈ যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং. ১৫৬৫৮(কামাখ্যা – দিল্লী) ব্ৰহ্মপুত্ৰ মেইল ৰে’লখন ১৭.২০ বজাত বঙাইগাঁও ষ্টেচনত আহি পাব আৰু ১৭.৩০বজাত প্ৰস্থান কৰিব।

০৮ আৰু ১৫ ডিচেম্বৰ, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং ১৫৬৩০ (শিলঘাট টাউন– তাম্বাৰাম) নগাঁও এক্সপ্ৰেছ ৰে’লখন ১৭.৫০বজাত বঙাইগাঁও ষ্টেচনত উপস্থিত হ’ব আৰু ১৭.৫৫ বজাত প্ৰস্থান কৰিব। ০৪ আৰু ১১ ডিচেম্বৰ, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং ১৫৯৩০ (নিউ তিনিচুকীয়া – তাম্বাৰাম) এক্সপ্ৰেছ ৰে’লখন ১৭.৫০ বজাত বঙাইগাঁও ষ্টেচনত আহি উপস্থিত হ’ব আৰু ১৭.৫৫ বজাত প্ৰস্থান কৰিব।

০৫ আৰু ১২ ডিচেম্বৰ, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং ১৫৬৪৮(গুৱাহাটী – লোকমান্য তিলক টাৰ্মিনাস) এক্সপ্ৰেছ ৰে’লখন ১৭.৫০ বজাত বঙাইগাঁও ষ্টেচনত আহি উপস্থিত হ’ব আৰু ১৭.৫৫ বজাত প্ৰস্থান কৰিব। ০৪, ০৬, ০৭, ০৮, ০৯, ১০, ১১, ১৩, ১৪, ১৫, ১৬ আৰু ১৭ ডিচেম্বৰ, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং ২২২২৮(গুৱাহাটী – নিউ জলপাইগুড়ী) এক্সপ্ৰেছ ৰে’লখন ১৮.২৪ বজাত বঙাইগাঁও ষ্টেচনত আহি পাব আৰু ১৮.২৬বজাত প্ৰস্থান কৰিব।

০৮ আৰু ১৫ ডিচেম্বৰ, ২০২৩তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং ১৫৬২৪ (কামাখ্যা – ভগত কি কোঠী) এক্সপ্ৰেছ ৰে’লখন ১৯.৫০ বজাত বঙাইগাঁও ষ্টেচনত আহি উপস্থিত হ’ব আৰু ২০.০০ বজাত প্ৰস্থান কৰিব। ০৬, ১০, ১৩ আৰু ১৭ ডিচেম্বৰ, ২০২৩তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং ১৫৯৪৬(ডিব্ৰুগড় – লোকমান্য তিলক টাৰ্মিনাস) এক্সপ্ৰেছ ৰে’লখন ১৯.৫০বজাত বঙাইগাঁও ষ্টেচনত আহি উপস্থিত হ’ব আৰু ২০.০০ বজাত প্ৰস্থান কৰিব।

০৪ ৰ পৰা ১৭ ডিচেম্বৰ, ২০২৩ লৈ যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং ১৫৭৫৪ (গুৱাহাটী – আলিপুৰদুৱাৰ জংচন) চিফুং এক্সপ্ৰেছ ৰে’লখন ১৯.৩০ বজাত বঙাইগাঁও ষ্টেচনত আহি উপস্থিত হ’ব আৰু ১৯.৪০ বজাত প্ৰস্থান কৰিব। ০৪ ৰ পৰা ১৭ ডিচেম্বৰ,২০২৩ লৈ যাত্ৰা আৰম্ভ কৰা ৰে’ল নং ১৫৭৭০ (লামডিং – আলিপুৰদুৱাৰ জংচন) ইণ্টাৰচিটি এক্সপ্ৰেছ ৰে’লখন ২২.২০বজাত বঙাইগাঁও ষ্টেচনত আহি উপস্থিত হ’ব আৰু ২২.২৫ বজাত প্ৰস্থান কৰিব।

০৪,০৮,১১ আৰু ১৫ ডিচেম্বৰ, ২০২৩তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং ১৫৯০৩ (ডিব্ৰুগড়-চণ্ডীগড়) এক্সপ্ৰেছ ৰে’লখন ২২.৫০ বজাত বঙাইগাঁও ষ্টেচনত আহি উপস্থিত হ’ব আৰু ২২.৫৫বজাত প্ৰস্থান কৰিব। ০৫ আৰু ১২ ডিচেম্বৰ, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং ১৫৯৩৩ (নিউ তিনিচুকীয়া – অমৃতসৰ) এক্সপ্ৰেছ ৰে’লখন ২২.৫০ বজাত বঙাইগাঁও ষ্টেচনত আহি উপস্থিত হ’ব আৰু ২২.৫৫ বজাত প্ৰস্থান কৰিব।

১০ আৰু ১৭ ডিচেম্বৰ, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং ১৫৬৪০(কামাখ্যা – পুৰী) এক্সপ্ৰেছ ৰে’লখন ২৩.০০ বজাত বঙাইগাঁও ষ্টেচনত আহি উপস্থিত হ’ব আৰু ২৩.০৫ বজাত প্ৰস্থান কৰিব। ০৭ আৰু ১৪ ডিচেম্বৰ, ২০২৩ তাৰিখে যাত্ৰা আৰম্ভ কৰিবলগীয়া ৰে’ল নং ১২৫২০(আগৰতলা – লোকমান্য তিলক টাৰ্মিনাস) এক্সপ্ৰেছ ৰে’লখন ২৩.২০ বজাত বঙাইগাঁও ষ্টেচনত আহি উপস্থিত হ’ব আৰু ২৩.২৫ বজাত প্ৰস্থান কৰিব। উত্তৰ পূৱ সীমান্ত ৰেলৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া সব্যসাচী দেয়ে আজি এক প্ৰেছ বিবৃতিযোগে এই কথা সদৰী কৰে।

হিন্দুস্থান সমাচাৰ/আলোক/মনোজ

You Might Also Like

ভাৰতত ২৮ অক্টোবৰৰ পৰা এছিয়া প্ৰশান্ত মহাসাগৰীয় দুৰ্ঘটনা তদন্ত গোটৰ চাৰিদিনীয়া বৈঠক
জৈৱবস্তু কাৰ্যসূচীৰ বাবে নীতিৰ সংশোধনীৰ বিষয়ে অধিসূচনা
বিশ্ব বজাৰৰ পৰা ইতিবাচক সংকেত, এছিয়াত মিশ্ৰিত ব্যৱসায়
ভুৱা কৰ কৰ্তনৰ গোচৰত আয়কৰ বিভাগৰ ২০০ৰো অধিক স্থানত অভিযান
হাম্পিত প্ৰধানমন্ত্ৰী ইন্টাৰশ্বিপ আঁচনিৰ প্ৰশিক্ষাৰ্থীৰ সৈতে বিত্তমন্ত্ৰী সীতাৰমণৰ মত বিনিময়

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ডিমৰীয়াৰ ঐতিহ্যমণ্ডিত মালয়বাৰী ৰাস মহোৎসৱত শুক্ৰবাৰে নিশা কৰিশ্মা নাথৰ নাম পৰিৱেশন
Next Article উন্নত ভাৰতৰ সংকল্প কেৱল শব্দই নহয়, কোটি কোটি দৰিদ্ৰৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ এক উদাৰ ধাৰণা: অমিত শ্বাহ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?