• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > প্ৰধানমন্ত্ৰীৰ ৰাজহুৱা প্ৰশাসনৰ পাৰদৰ্শিতা বঁটাৰ বাবে ২,০৩৫ টা মনোনয়ন
National

প্ৰধানমন্ত্ৰীৰ ৰাজহুৱা প্ৰশাসনৰ পাৰদৰ্শিতা বঁটাৰ বাবে ২,০৩৫ টা মনোনয়ন

CliQ INDIA
Last updated: December 2, 2025 11:45 am
CliQ INDIA
Share
2 Min Read
SHARE

নতুন দিল্লী, ০১ ডিচেম্বৰ (হি.স.)। প্ৰধানমন্ত্ৰীৰ উৎকৃষ্টতা বঁটা- ২০২৫ৰ বাবে মুঠ ২০৩৫ টা মনোনয়ন লাভ কৰা হৈছে। এই বঁটাৰ জৰিয়তে সমগ্ৰ দেশৰ চৰকাৰী কৰ্মচাৰীসকলৰ অসাধাৰণ কামক স্বীকৃতি আৰু পুৰস্কৃত কৰা হয়।

সোমবাৰে কৰ্মচাৰী, ৰাজহুৱা অভিযোগ আৰু পেঞ্চন মন্ত্ৰালয়ে প্ৰকাশ কৰা অনুসৰি ২০২৫ চনৰ ১ অক্টোবৰত মুকলি কৰা মনোনয়ন পৰ্টেলৰ জৰিয়তে মনোনয়ন দাখিল কৰা হৈছিল আৰু ২০২৫ চনৰ ৩০ নৱেম্বৰৰ ভিতৰত মুঠ ৭৩৭খন জিলাই পঞ্জীয়ন কৰিছে। মূল তিনিটা শাখাৰ অধীনত চৰকাৰী কৰ্মচাৰীৰ অৱদানক স্বীকৃতি দিয়াৰ উদ্দেশ্যে এই বঁটা প্ৰদান কৰা হৈছে।

বিবৃতি অনুসৰি প্ৰথম বিভাগত ১১টা অগ্ৰাধিকাৰ খণ্ডৰ কাৰ্যসূচীৰ অধীনত জিলাসমূহৰ সামগ্ৰিক উন্নয়নৰ বাবে পাঁচটা বঁটা প্ৰদান কৰা হ’ব। এইবোৰৰ বাবে মুঠ ৫১৩টা মনোনয়ন লাভ কৰাৰ বিপৰীতে দ্বিতীয় বিভাগত আকাংক্ষিত ব্লক কাৰ্যসূচীৰ বাবে পাঁচটা বঁটা প্ৰদান কৰা হ’ব, যাৰ বাবে ৪৬৪টা মনোনয়ন দাখিল কৰা হৈছে। তৃতীয় শাখাত কেন্দ্ৰীয় মন্ত্ৰালয়, বিভাগ, ৰাজ্য, আৰু জিলাৰ বাবে উদ্ভাৱনৰ ক্ষেত্ৰত ছটা বঁটা অন্তৰ্ভুক্ত কৰা হ’ব, যাৰ বাবে মুঠ ১,০৫৮টা মনোনয়ন লাভ কৰা হৈছে।

বঁটাৰ বাবে আবেদনৰ মূল্যায়ন বহু পৰ্যায়ৰ প্ৰক্ৰিয়াৰ জৰিয়তে কৰা হ’ব। ইয়াৰ ভিতৰত অতিৰিক্ত সম্পাদকৰ নেতৃত্বত গঠিত এখন সমিতিৰ দ্বাৰা জিলা আৰু সংগঠনৰ চৰ্টলিষ্ট, প্ৰশাসনিক সংস্কাৰ আৰু জনঅভিযোগ বিভাগৰ সচিবৰ নেতৃত্বত বিশেষজ্ঞ সমিতিৰ মূল্যায়ন, কেবিনেট সচিবৰ নেতৃত্বত এখন ক্ষমতাপ্ৰাপ্ত সমিতিৰ চূড়ান্ত পৰামৰ্শ, প্ৰধানমন্ত্ৰীয়ে সেইবোৰৰ ওপৰত সিদ্ধান্ত লোৱা।

বিজয়ীসকলক ট্ৰফী আৰু প্ৰশস্তিৰে সন্মানিত কৰা হ’ব। ইয়াৰ উপৰিও বঁটাপ্ৰাপ্ত জিলা/সংগঠনে ২০ লাখ ₹ লাভ কৰিব, যিটো প্ৰকল্প/কাৰ্যসূচী ৰূপায়ণ বা জনকল্যাণমূলক অঞ্চলত সম্পদৰ নাটনি দূৰ কৰিবলৈ ব্যৱহাৰ কৰা হ’ব।

উল্লেখযোগ্য যে প্ৰধানমন্ত্ৰী মোদীয়ে ২০২৬ চনৰ ২১ এপ্ৰিলত, নতুন দিল্লীত অসামৰিক সেৱা দিৱসত বিজয়ীসকলক এই বঁটা প্ৰদান কৰিব।

body{font-family:Arial,sans-serif;font-size:10pt;}.cf0{font-family:Consolas;font-size:17pt;}.cf1{font-family:Nirmala UI,sans-serif;font-size:17pt;}.cf2{font-family:Consolas;font-size:17pt;}.cf3{font-family:Nirmala UI,sans-serif;font-size:17pt;}.cf4{font-family:Nirmala UI,sans-serif;font-size:17pt;}.cf5{font-family:Nirmala UI,sans-serif;font-size:11pt;}.cf6{font-family:Consolas;font-size:11pt;}

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

একেলগে একাধিক শত্ৰুৰ লক্ষ্য ধ্বংস কৰিব অগ্নি প্ৰাইম মিছাইল, পৰীক্ষণ সফল
গোৱা মুক্তি দিৱসত ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ স্বাধীনতা সংগ্ৰামীসকলক শ্ৰদ্ধাঞ্জলি, ৰাইজলৈ শুভেচ্ছা জ্ঞাপন
মণিপুৰত গ্ৰেপ্তাৰ তিনি উগ্ৰপন্থী, বোমা নিষ্ক্ৰিয়
ছঠ উৎসৱ উপলক্ষে দেশবাসীলৈ প্ৰধানমন্ত্ৰী মোদীৰ শুভেচ্ছা জ্ঞাপন
অসম বিধানসভা ২০২৬: অপরাধমূলক মামলা কম, কোটিপতি বিধায়কের সংখ্যা বৃদ্ধি

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ভেন্টিলেটৰত বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা, চৰকাৰে ঘোষণা কৰিলে ভিভিআইপি
Next Article যমুনামুখত নৱনিৰ্মিত ৰেলৱে অভাৰব্ৰিজ উদ্বোধন মুখ্যমন্ত্ৰীৰ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?