• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > গোৱা মুক্তি দিৱসত ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ স্বাধীনতা সংগ্ৰামীসকলক শ্ৰদ্ধাঞ্জলি, ৰাইজলৈ শুভেচ্ছা জ্ঞাপন
National

গোৱা মুক্তি দিৱসত ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীৰ স্বাধীনতা সংগ্ৰামীসকলক শ্ৰদ্ধাঞ্জলি, ৰাইজলৈ শুভেচ্ছা জ্ঞাপন

CliQ INDIA
Last updated: December 19, 2025 7:41 pm
CliQ INDIA
Share
2 Min Read
SHARE

নতুন দিল্লী, ১৯ ডিচেম্বৰ (হি.স.)। গোৱা মুক্তি দিৱস উপলক্ষে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শুকুৰবাৰে গোৱাক পৰ্তুগীজ শাসনৰ পৰা মুক্ত কৰা স্বাধীনতা সংগ্ৰামীসকলৰ সাহস আৰু ত্যাগক শ্ৰদ্ধাঞ্জলি জনাই গোৱা জনসাধাৰণৰ উজ্জ্বল আৰু সমৃদ্ধিশালী ভৱিষ্যত কামনা কৰে।

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ছ’চিয়েল মিডিয়া প্লেটফৰ্ম এক্সত কয় যে গোৱা মুক্তি দিৱসত ঔপনিৱেশিক শাসনৰ বিৰুদ্ধে অদম্যভাৱে যুঁজ দিয়া বীৰসকলক দেশে কৃতজ্ঞতাৰে স্মৰণ কৰে। স্বাধীনতা সংগ্ৰামী আৰু সশস্ত্ৰ বাহিনীৰ অদম্য সংকল্প আৰু নিষ্ঠাৰ প্ৰতি শ্ৰদ্ধা জনাই গোৱাবাসীৰ উজ্জ্বল ভৱিষ্যত কামনা কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এক্সত শ্বেয়াৰ কৰা এক বাৰ্তাত কয় যে গোৱা মুক্তি দিৱস দেশৰ ৰাষ্ট্ৰীয় যাত্ৰাৰ এক নিৰ্ণায়ক অধ্যায়ৰ স্মৃতিত। অন্যায়ৰ বিৰুদ্ধে থিয় দি স্বাধীনতাৰ বাবে যুঁজ দিয়াসকলৰ অদম্য সাহসে গোৱাৰ সৰ্বাংগীন উন্নয়নৰ প্ৰচেষ্টাক অনুপ্ৰাণিত আৰু পথ প্ৰদৰ্শন কৰি আহিছে বুলিও তেওঁ কয়।

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে গোৱাবাসীলৈ শুভেচ্ছা জ্ঞাপন কৰাৰ সময়ত উল্লেখ কৰে যে ১৯৬১ চনলৈকে ভাৰতীয়সকলে গোৱা ভ্ৰমণৰ অনুমতি ল’ব লাগিছিল। প্ৰভাকৰ বৈদ্য, বালা ৰায় মাপাৰী, নানাজী দেশমুখ, জগন্নাথ ৰাও যোশীকে ধৰি গোৱাৰ মুক্তিৰ বাবে যুঁজ দিয়া মহান ব্যক্তিসকলৰ কথা তেওঁৰ মনত পৰিল। তেওঁ কয় যে এই দেশপ্ৰেমিকসকলৰ ত্যাগৰ পাছতহে গোৱা ভাৰতৰ অবিচ্ছেদ্য অংগ হৈ পৰিল।

উল্লেখযোগ্য যে প্ৰতি বছৰে ১৯ ডিচেম্বৰত গোৱা মুক্তি দিৱস পালন কৰা হয়। ১৯৬১ চনৰ আজিৰ দিনটোতে গোৱা, দমন, ডিউ পৰ্তুগীজ ঔপনিৱেশিক শাসনৰ পৰা মুক্ত হয়। সেই সময়ত পৰ্তুগীজসকলে দেশখন শাসন কৰিছিল।

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

প্ৰধানমন্ত্ৰীক লৈ আপত্তিজনক মন্তব্যৰ বিৰুদ্ধে মহিলাই আহ্বান জনোৱা বিহাৰ বন্ধত স্তব্ধ জনজীৱন
দুপৰীয়ালৈ অপেক্ষা কৰি আছে দিল্লী বিধানসভা নিৰ্বাচনৰ মূল প্ৰতিদ্বন্দ্বীসকল | BulletsIn
বাৰাণসীত বিজেপি প্ৰাৰ্থী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অগ্ৰগতি
আম্বালাত ৰাফেল উৰুৱাবলৈ সাজু ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু
পৰিৱেশৰ ক্ষেত্ৰত ভাৰত উন্নয়নশীল দেশৰ কণ্ঠস্বৰ হৈ পৰিছেঃ ভূপেন্দ্ৰ যাদৱ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ইনকিলাব মঞ্চৰ আহ্বায়ক শ্বৰীফ ওছমান হাদীৰ মৃত্যু, গোটেই নিশাটো সংবাদ মাধ্যমৰ প্ৰতিষ্ঠান আৰু আৱামি লীগ হিংসাত্মক পৰিস্থিতিৰ লক্ষ্য
Next Article বিহালী অভয়াৰণ্যত বনকৰ্মীৰে অৰুণাচলীৰ গুলীয়াগুলী
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?