• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Business > স্পেকট্ৰমৰ মূল্য চূড়ান্ত হোৱাৰ পিছত দেশত আৰম্ভ হ’ব চেটেলাইট ব্ৰডবেণ্ড সেৱাঃ সিন্ধিয়া
Business

স্পেকট্ৰমৰ মূল্য চূড়ান্ত হোৱাৰ পিছত দেশত আৰম্ভ হ’ব চেটেলাইট ব্ৰডবেণ্ড সেৱাঃ সিন্ধিয়া

CliQ INDIA
Last updated: October 10, 2025 8:10 am
CliQ INDIA
Share
2 Min Read
SHARE
मोबाइल कांग्रेस 2025 के दूसरे दिन कार्यक्रम को संबोधित करते ज्योतिरादित्य सिंधिया

নতুন দিল্লী, ০৯ অক্টোবৰ (হি.স.)। কেন্দ্ৰীয় টেলিকম মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই বৃহস্পতিবাৰে কয় যে ভাৰতীয় টেলিকম ৰেগুলেটৰী অথৰিটি (ট্ৰাই)ৰ দ্বাৰা স্পেকট্ৰমৰ মূল্য চূড়ান্ত কৰাৰ পিছত দেশত চেটেলাইট ব্ৰডবেণ্ড সেৱা আৰম্ভ কৰা হ’ব। তাৰ আগতে কোম্পানীসমূহে নিজৰ পৰিকল্পনা চূড়ান্ত কৰিব লাগিব। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে দুটা কোম্পানীক উপগ্ৰহ যোগাযোগ সেৱাৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰাৰ বিপৰীতে আন এটা কোম্পানীক লেটাৰ অৱ ইনটেণ্ট (এল অ’ আই) প্ৰদান কৰা হৈছে।

নতুন দিল্লীৰ যশোভূমিত অনুষ্ঠিত ইণ্ডিয়া মোবাইল কংগ্ৰেছ (আই এম চি ২০২৫)ত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কেন্দ্ৰীয় যোগাযোগ মন্ত্ৰীগৰাকীয়ে কয় যে কোম্পানীসমূহে নিজৰ নিয়োগ কৌশল কিমান ক্ষীপ্ৰতাৰে ৰূপায়ণ কৰিব পাৰে তাৰ ওপৰত নিৰ্ভৰ কৰে। অৱশ্যে তেওঁ লগতে কয় যে এটা বিষয় হ’ল ট্ৰাইয়ে এতিয়াও স্পেকট্ৰম প্ৰাইচিং চূড়ান্ত কৰা নাই। এইটো এটা বাকী থকা বিষয়, আৰু নিয়ন্ত্ৰকে ইয়াক সম্পূৰ্ণ কৰিব। ভোডাফোন আইডিয়াৰ বেইলআউট সন্দৰ্ভত এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰীগৰাকীয়ে ঋণগ্ৰস্ত কোম্পানীটোত চৰকাৰৰ অংশীদাৰিত্ব বৃদ্ধিৰ কোনো পৰিকল্পনা অস্বীকাৰ কৰে।

ইয়াৰ পূৰ্বে টেলিকম মন্ত্ৰীগৰাকীয়ে ভাৰতৰ টেলিকম দৃষ্টিভংগীৰ ৰূপৰেখা দাঙি ধৰিবলৈ অংশীদাৰসকলৰ সৈতে নেতৃত্বৰ আলোচনাৰে ইণ্ডিয়া মোবাইল কংগ্ৰেছ ২০২৫ৰ দ্বিতীয় দিনৰ আৰম্ভণি কৰে। আই এম চি-২০২৫ৰ সময়ত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰ আৰু ভাৰতৰ ইউনিকৰ্ণে যৌথভাৱে ভৱিষ্যতক কেনেদৰে গঢ় দিছে সেই বিষয়ে আলোকপাত কৰে। ইয়াৰ ভিতৰত আছে ১.৮ লাখ ষ্টাৰ্টআপক সবলীকৰণ কৰা, উদ্ভাৱন, অন্তৰ্ভুক্তি, আৰু বিশ্ব নেতৃত্বক লাভান্বিত কৰা টেলিকম আৰু ডিজিটেল আন্তঃগাঁথনি গঢ়ি তোলা, একে সময়তে বিশ্বৰ তৃতীয় বৃহত্তম ষ্টাৰ্টআপ পৰিৱেশ তন্ত্ৰৰ সৈতে নতুন ভাৰতীয় উদ্যোগসমূহক লালন-পালন কৰা।

লক্ষণীয় যে ভাৰতত চেটকম সেৱা আৰম্ভ হোৱাক লৈ উতচুকতা বাঢ়িছে। আমেৰিকাৰ কোটিপতি ইলন মাস্কৰ মালিকানাধীন ষ্টাৰলিংক, ভাৰতী সমৰ্থিত ইউটেলছেট ৱানৱেব, আৰু ৰিলায়েন্স জিঅ’-এছইএছৰ দৰে ডাঙৰ কোম্পানীসমূহে ভাৰতীয় আকাশমাৰ্গত ব্ৰডবেণ্ড সম্প্ৰচাৰৰ এই গুৰুত্বপূৰ্ণ খেলখন আগ্ৰহেৰে চাই আছে। ইউটেলছেট ৱানৱেব আৰু জিঅ’-এছইএছক চৰকাৰে অনুমতি প্ৰদান কৰাৰ বিপৰীতে আশ্ৰয় পত্ৰ বা ষ্টাৰলিংকক লেটাৰ অৱ ইনটেণ্ট (এলঅ’আই) জাৰি কৰা হৈছে।

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

দেশত পেট্ৰ’ল-ডিজেলৰ দৰ স্থিৰ, খাৰুৱা তেলৰ দৰ ৯০ ডলাৰৰ ওচৰত
বিশ্বৰ বজাৰত মিশ্ৰিত ব্যৱসায়, এছিয়াৰ বজাৰত উত্থান
বৈশ্বিক বজাৰৰ পৰা দুৰ্বলতাৰ লক্ষণ, এছিয়াত চৌদিশে বিক্ৰীৰ চাপ | BulletsIn
বিশ্ব বজাৰৰ পৰা দুৰ্বলতাৰ লক্ষণ, এছিয়াত মিশ্ৰিত ব্যৱসায়
দেশত পেট্ৰ'ল-ডিজেলৰ দৰ স্থিৰ, খাৰুৱা তেলৰ দৰ ৮১ ডলাৰৰ ওচৰত

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article অধিনায়ক হিচাপে ৰোহিত শৰ্মাৰ শান্ত স্বভাৱক আগুৱাই নিব বিচাৰিছে শুভমন গিলে
Next Article ত্ৰুটিৰ পুনৰাবৃত্তি কৰাতকৈ ট্ৰাম্পে কূটনীতিক অগ্ৰাধিকাৰ দিয়া উচিত: ইৰাণ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?