• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > International > ইউক্ৰেইনৰ বৃহৎ অঞ্চল ৰাছিয়াৰই নিয়ন্ত্ৰণত, কিয়েভত ১৩৫৫ জনতকৈ অধিক হেৰুৱাইছে সৈনিক
International

ইউক্ৰেইনৰ বৃহৎ অঞ্চল ৰাছিয়াৰই নিয়ন্ত্ৰণত, কিয়েভত ১৩৫৫ জনতকৈ অধিক হেৰুৱাইছে সৈনিক

CliQ INDIA
Last updated: October 8, 2025 10:35 pm
CliQ INDIA
Share
2 Min Read
SHARE

মস্কো, ০৮ অক্টোবৰ (হি.স.)। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে দাবী কৰিছে যে শেহতীয়াকৈ ইউক্ৰেইনত এক বিশেষ সামৰিক অভিযানৰ সময়ত তেওঁলোকৰ সৈন্যই ডনেস্ক পিপলছ ৰিপাব্লিক আৰু জাপোৰ’ঝেই অঞ্চলৰ দুখন গাঁও মুক্ত কৰিছে। ইফালে, জ্যেষ্ঠ সামৰিক বিষয়াসকলৰ বৈঠকত প্ৰকাশ পাইছে যে এই বছৰ যুদ্ধত ৰাছিয়াই ইউক্ৰেইনৰ ভূখণ্ডৰ বৃহৎ অঞ্চল নিয়ন্ত্ৰণ কৰিছে। তদুপৰি কালি যুদ্ধক্ষেত্ৰত ১৩৫৫ৰো অধিক ইউক্ৰেইনৰ সৈন্য নিহত হয়।

ৰাছিয়াৰ চৰকাৰী সংবাদ সংস্থা টাছ আৰু আৰব নিউজৰ এক প্ৰতিবেদন অনুসৰি মঙলবাৰে প্ৰতিৰক্ষা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে ইউক্ৰেইনত বিশেষ সামৰিক অভিযানৰ সময়ত ৰাছিয়াৰ সৈন্যই ডনেটস্ক পিপলছ ৰিপাব্লিক আৰু জাপোৰ’ঝেই অঞ্চলৰ দুখন গাঁও মুক্ত কৰে। মন্ত্ৰালয়ে এক বিবৃতিত কয় যে বেটল গ্ৰুপ চাউথৰ ইউনিটসমূহে সক্ৰিয় অভিযানৰ জৰিয়তে ডনেস্ক পিপলছ ৰিপাব্লিকৰ ফ্যোড’ৰভকাৰ বসতি মুক্ত কৰে আৰু বেটল গ্ৰুপ ইষ্টৰ ইউনিটসমূহে জাপ’ৰ’ঝেই অঞ্চলৰ ন’ভ’ভাচিলেভস্কোয়ে বসতি মুক্ত কৰে।

ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে কয় যে এই বছৰ সেনাই ইউক্ৰেইনৰ প্ৰায় ৫ হাজাৰ বৰ্গ কিলোমিটাৰ ভূখণ্ড পুনৰ দখল কৰিছে আৰু যুদ্ধক্ষেত্ৰৰ সম্পূৰ্ণ কৌশলগত নিয়ন্ত্ৰণ বজাই ৰাখিছে। ৰাছিয়াৰ শীৰ্ষ সামৰিক সেনাধ্যক্ষৰ বৈঠকত পুটিনে কয় যে ইউক্ৰেইনৰ বাহিনীয়ে ফ্ৰণ্টৰ সকলো খণ্ডৰ পৰা পিছুৱাই গৈছে। তেওঁ কয় যে কিয়েভে ৰাছিয়াৰ ভূখণ্ডত ব্যাপক আক্ৰমণৰ চেষ্টা চলাইছে যদিও ইয়াৰ দ্বাৰা সাড়ে তিনি বছৰতকৈ অধিক পুৰণি যুদ্ধৰ পৰিস্থিতি সলনি কৰাত সহায় নহ’ব। পুটিনে লগতে কয় যে এই বছৰ তেওঁলোকে প্ৰায় ২১২টা বসতিও মুক্ত কৰিছে।

ৰাছিয়াৰ সশস্ত্ৰ বাহিনীৰ জেনেৰেল ষ্টাফৰ মুৰব্বী জেনেৰেল ভেলেৰী গেৰাচিমোভে শীৰ্ষ বিষয়াসকলৰ বৈঠকত কয় যে ৰাছিয়াৰ সৈন্যই সকলো দিশতে আগবাঢ়িছে। ইফালে ইউক্ৰেইনত সংঘটিত সামৰিক অভিযানৰ সন্দৰ্ভত প্ৰকাশ পোৱা শেহতীয়া তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত ইউক্ৰেইনৰ সেনাই ৰাছিয়াৰ বাহিনীৰ সৈতে হোৱা যুদ্ধত ১৩৫৫ জনতকৈ অধিক জোৱান হেৰুৱাইছে। ইয়াৰ উপৰিও বৃহৎ সংখ্যক ইউক্ৰেইনৰ টেংক, সাজসজ্জিত যুঁজাৰু বাহন, জামিং ষ্টেচন, ৰেজিমেণ্ট, মেকানাইজড ব্ৰিগেড, পদাতিক ব্ৰিগেড, আৰ্টিলাৰী, আঠটা ডিপো, এছাল্ট ব্ৰিগেড, নেচনেল গাৰ্ড ব্ৰিগেড আদি ক্ষতিগ্ৰস্ত হৈছে। ৰাছিয়াৰ সেনাই ইউক্ৰেইনৰ যথেষ্ট ক্ষতিসাধন কৰিছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

পাকিস্তানত দ্ৰুতবেগী ডিজেল প্ৰতি লিটাৰত ছয় টকা ব্যয়বহুল, এতিয়া ইয়াৰ মূল্য ২৮৪.৪৪ টকা
ইৰান, আমেৰিকায়ের দূতসকল চলি থকা শান্তি প্ৰচেষ্টাৰ মাজত ইসলামাবাদত একত্ৰিত হয়
ব্ৰিটিছ অভিনেত্ৰী গ্লাইনিছ জনছৰ ১০০ বছৰ বয়সত মৃত্যু
ইৰাকে হৰ্মুজ সংকটৰ মাজত বিপুল পরিমাণে কচুৱা তেলৰ ছাড় আগবঢ়াইছে, ভাৰতে বড়ো লাভৱান হোৱার সম্ভাৱনা
ইজৰাইল সেনাৰ অনুৰোধত গুগলে বন্ধ কৰি দিলে 'লাইভ ট্ৰেফিক' ফিচাৰ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article এডভান্স এগ্ৰ’লাইফৰ শ্বেয়াৰ বজাৰত শক্তিশালী আত্মপ্ৰকাশ, আই পি অ’ বিনিয়োগকাৰী লাভান্বিত
Next Article প্ৰধানমন্ত্ৰী মোদীয়ে আজি নতুন দিল্লীত উদ্বোধন কৰিব ইণ্ডিয়া মোবাইল কংগ্ৰেছৰ নৱম সংস্কৰণ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?