• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > International > চীনত কম্বোডিয়া, মালদ্বীপ আৰু লাওছৰ ৰাষ্ট্ৰপতিৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী অলি
International

চীনত কম্বোডিয়া, মালদ্বীপ আৰু লাওছৰ ৰাষ্ট্ৰপতিৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয় প্ৰধানমন্ত্ৰী অলি

CliQ INDIA
Last updated: September 1, 2025 5:27 pm
CliQ INDIA
Share
2 Min Read
SHARE

কাঠমাণ্ডু, ০১ ছেপ্টেম্বৰ (হি.স.)। চীনৰ টিয়ানজিনত অনুষ্ঠিত হোৱা চাংহাই সহযোগিতা সংস্থাৰ সন্মিলনৰ আঁৰত প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে কেইবাখনো দেশৰ মুৰব্বীক সাক্ষাৎ কৰে। তেওঁ কম্বোডিয়াৰ সমকক্ষ হুন মানেট, মালদ্বীপৰ ৰাষ্ট্ৰপতি ড০ মহম্মদ মুইজু আৰু লাওৰ ৰাষ্ট্ৰপতিৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হয়।

প্ৰধানমন্ত্ৰীৰ সচিবালয়ৰ মতে, কম্বোডিয়াৰ প্ৰধানমন্ত্ৰী হুন মানেটৰ সৈতে হোৱা এক বৈঠকত দুয়োগৰাকী নেতাই বাণিজ্য, বিনিয়োগ আৰু পাৰস্পৰিক সহযোগিতাৰ ক্ষেত্ৰসমূহ সম্প্ৰসাৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰি নেপাল-কম্বোডিয়াৰ সম্পৰ্ক শক্তিশালী কৰাৰ বিষয়ে আলোচনা কৰে। তেওঁলোকে সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ বাবে উচ্চ পৰ্যায়ৰ আদান-প্ৰদানৰ গুৰুত্বৰ ওপৰতো আলোকপাত কৰে। উক্ত বৈঠকত অলিৰ প্ৰতিনিধি দলৰ ভিতৰত আছিল প্ৰাক্তন উপ-প্ৰধানমন্ত্ৰী তথা সাংসদ পূৰ্ণ বাহাদুৰ খাডকা, শিক্ষামন্ত্ৰী ৰঘুজী পন্ত, পৰ্যটন মন্ত্ৰী বদ্ৰী পাণ্ডে, প্ৰাক্তন মন্ত্ৰী তথা অৰ্থনৈতিক উপদেষ্টা ড০ যুৱৰাজ খাতিৱাদা, সাংসদ ছাবি লাল বিশ্বকৰ্মা আৰু বৈদেশিক সচিব অমৃত বাহাদুৰ ৰায়।

একেদৰে প্ৰধানমন্ত্ৰী অলিয়ে মালদ্বীপৰ ৰাষ্ট্ৰপতি ড০ মহম্মদ মুইজুক সাক্ষাৎ কৰে। জলবায়ু পৰিৱৰ্তনে সৃষ্টি কৰা তাৎক্ষণিক প্ৰত্যাহ্বানসমূহৰ ওপৰত আলোচনা কেন্দ্ৰ কৰি বিশ্ব সংকটৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত প্ৰধান শক্তিসমূহৰ দায়িত্বৰ ওপৰত গুৰুত্ব আৰোপ কৰে। জলবায়ু সংকটৰ ক্ষেত্ৰত নেপাল-মালদ্বীপৰ সহযোগিতা বৃদ্ধিৰ প্ৰস্তাৱ অলিয়ে পাহাৰৰ পৰা সাগৰলৈকে বহনক্ষমতা সুৰক্ষিত কৰাৰ বাবে যৌথ প্ৰচেষ্টাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলিয়ে লাও পিপলছ ডেম’ক্ৰেটিক ৰিপাব্লিকৰ ৰাষ্ট্ৰপতি থংল’ন ছিছৌলিথৰ সৈতেও দ্বিপাক্ষিক বৈঠকত মিলিত হয়। প্ৰধানমন্ত্ৰী সচিবালয়ৰ তথ্য অনুসৰি নেপাল আৰু লাওছৰ মাজত সহযোগিতা আৰু কৌশলগত অংশীদাৰিত্ব আৰু অধিক শক্তিশালী কৰাৰ উপায়ৰ বিষয়ে দুয়োগৰাকী নেতাই আলোচনা কৰে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

ৰাফাৰ সমীপৰ সাহায্য শিবিৰত বৃহৎ আক্ৰমণ, ২২ জন লোক নিহত, ৪৫ জন আহত, ৰেড ক্ৰছৰ কাৰ্যালয়ো ক্ষতিগ্ৰস্ত | BulletsIn
হংকঙত ডুবাইৰ কাৰ্গো বিমান দুৰ্ঘটনাগ্ৰস্ত, দুজনৰ মৃত্যু, চাৰিওজন ক্ৰু মেম্বাৰ নিৰাপদ
ভাৰত-নিউজিলেণ্ড ঐতিহাসিক মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰ, শুল্ক কমাবে বাণিজ্য সম্পর্ককে বাড়িব
চীনৰ নীতিত অসন্তুষ্ট অলি চৰকাৰৰ সমৰ্থক নেপালী কংগ্ৰেছ | BulletsIn
দক্ষিণ আফ্ৰিকাৰ চাৰি মহলীয়া আহোবিলাম মন্দিৰ ভাঙি ৫ জন নিহত

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ছেবিৰ নিয়ম অমান্য কৰাৰ বাবে এমটিএনএলক ১৩.৪৬ লাখ টকাৰ জৰিমনা
Next Article গৃহমন্ত্ৰী অমিত শ্বাহৰ আজি জম্মুৰ বানাক্ৰান্ত অঞ্চলৰ আকাশী পৰ্যবেক্ষণ
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?