• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Sports > মহিলাৰ এদিনীয়া বিশ্বকাপ ২০২৫: দলৰ পৰা বাদ পৰিল শ্বেফালী বৰ্মা, ৰেনুকা ঠাকুৰৰ প্ৰত্যাৱৰ্তন
Sports

মহিলাৰ এদিনীয়া বিশ্বকাপ ২০২৫: দলৰ পৰা বাদ পৰিল শ্বেফালী বৰ্মা, ৰেনুকা ঠাকুৰৰ প্ৰত্যাৱৰ্তন

CliQ INDIA
Last updated: August 20, 2025 10:50 am
CliQ INDIA
Share
2 Min Read
SHARE

নতুন দিল্লী, ১৯ আগষ্ট (হি.স.)। মহিলা এদিনীয়া বিশ্বকাপ ২০২৫ৰ বাবে ভাৰতীয় দলটো মঙলবাৰে ঘোষণা কৰা হৈছে। মঙলবাৰে নিৰ্বাচকসকলে ১৫ জনীয়া দলটো ঘোষণা কৰে, য’ত যুৱ বেটছমেন শ্বেফলী বৰ্মা বাদ পৰিছে, আনহাতে বেগী বলাৰ ৰেণুকা ঠাকুৰে দলটোত সুন্দৰ প্ৰত্যাৱৰ্তন কৰিছে। ৩০ ছেপ্টেম্বৰৰ পৰা ২ নৱেম্বৰলৈ ভাৰতত অনুষ্ঠিত হ’ব এই প্ৰতিযোগিতা।

ভাৰতীয় মহিলা দলে শ্ৰীলংকাৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব। দলীয় সংমিশ্ৰণৰ সন্দৰ্ভত অধিনায়ক হৰমনপ্ৰীত কৌৰে কয় যে, আমাৰ পাৱাৰপ্লেত ৰেণুকা আৰু ক্ৰান্তি আছে, স্লগ অভাৰত শ্ৰী চৰাণী, দীপ্তী আৰু ৰাধাই বলিং কৰিব পাৰে, আনহাতে স্নেহ ৰাণাই মিডল অভাৰত আছে। আমি বিশেষ পৰিৱৰ্তন বিচৰা নাছিলো, আমাৰ লক্ষ্য আছিল ধাৰাবাহিকতা বজাই ৰখা। ৰেনুকাৰ উভতি অহাৰ সময়ত মুখ্য নিৰ্বাচক নীতু ডেভিদে কয় যে, ৰেনুকা আমাৰ বাবে এক মূল্যৱান খেলুৱৈ। আঘাত আৰু নিগলছৰ বাবে তেওঁ আউট হৈছিল, কিন্তু এতিয়া সম্পূৰ্ণৰূপে উপলব্ধ। এইখন এখন ডাঙৰ প্ৰতিযোগিতা আৰু তেওঁক দলত থকাটো বৰ ভাল কথা।

ভাৰতৰ ১৫ জনীয়া দল:

হৰমনপ্ৰীত কৌৰ (অধিনায়ক), স্মৃতি মান্ধনা (উপ অধিনায়ক), প্ৰতিকা ৰাৱাল, হৰলিন দেওল, জেমিমা ৰড্ৰিগেছ, ৰিচা ঘোষ (উইকেটকীপাৰ), যস্তিকা ভাটিয়া, দীপ্তি শৰ্মা, অমনজোত কৌৰ, ৰাধা যাদৱ, স্নেহ ৰানা, অৰুন্ধতী ৰেড্ডী, এন শ্ৰী চৰানী, ৰেনুকা সিং ঠাকুৰ, ক্ৰান্তি গৌড়।

ষ্টেণ্ডবাই খেলুৱৈ : তেজল হাছাবনিছ, প্ৰেমা ৰাৱট, প্ৰিয়া মিশ্ৰ, উমা ছেত্ৰী, মিনু মণি আৰু সয়ালি সাতঘৰে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

You Might Also Like

জিম্বাবুৱেক এটা ইনিংছ আৰু ৩৫৯ ৰানত পৰাস্ত কৰি নিউজিলেণ্ডৰ টেষ্ট ইতিহাসত তৃতীয় সৰ্ববৃহৎ জয়
দোতমাত দাওহাৰু মুংখোলোং ট্ৰফী আৰম্ভ
টাটা মহিলা প্ৰিমিয়াৰ লীগ ২০২৬ৰ সূচী ঘোষণা
পিচিআইৰ মুৰব্বীয়ে অভিগম্যতা অংশীদাৰৰ ব্যৱস্থাৰ প্ৰশংসা, কয়- অক্ষম খেলুৱৈৰ যন্ত্ৰণা বুজিছে | BulletsIn
পেট কামিন্স ২০২৬ চনৰ আইপিএললৈ উভতি অহা নিশ্চিত, অপেনাৰৰ পূৰ্বে এছ আৰ এইচলৈ শক্তি

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article উত্তৰ-পূব সীমান্ত ৰেলৱেৰ দ্বাৰা বৈদ্যুতিকৰণৰ গুৰুত্বপূৰ্ণ সফলতাৰ দিশত অগ্ৰগতি
Next Article ৩০ সংখ্যক বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ‘ভিজন এছিয়া’ শাখাৰ বাবে নিৰ্বাচিত মহৰ্ষি তুহিন কাশ্যপৰ ‘কক কক ককক’
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?