• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Sports > ‘দ্য হাণ্ড্ৰেড’ত মহম্মদ আমিৰ আৰু ইমাদ ৱাছিম বিকল্প খেলুৱৈ, পাকিস্তানী খেলুৱৈৰ অংশগ্ৰহণক লৈ সন্দেহ আঁতৰ
Sports

‘দ্য হাণ্ড্ৰেড’ত মহম্মদ আমিৰ আৰু ইমাদ ৱাছিম বিকল্প খেলুৱৈ, পাকিস্তানী খেলুৱৈৰ অংশগ্ৰহণক লৈ সন্দেহ আঁতৰ

CliQ INDIA
Last updated: August 5, 2025 6:30 pm
CliQ INDIA
Share
2 Min Read
SHARE

লণ্ডন, ০৫ আগষ্ট (হি.স.)। পাকিস্তানী বেগী বলাৰ মহম্মদ আমিৰ আৰু অল ৰাউণ্ডাৰ ইমাদ ৱাছিমে নৰ্দাৰ্ণ ছুপাৰচাৰ্জাৰৰ সৈতে ‘দ্য হাণ্ড্ৰেড’ ২০২৫ ছিজনৰ বাবে চুক্তিবদ্ধ হৈছে। এই চুক্তিখন এনে সময়ত কৰা হৈছে যেতিয়া এই লীগত ভাৰতীয় বিনিয়োগকাৰীৰ অংশগ্ৰহণ বৃদ্ধি পোৱাৰ বাবে পাকিস্তানী খেলুৱৈসকলৰ অংশগ্ৰহণক লৈ প্ৰশ্ন উত্থাপন হৈছিল।

ইয়াৰ পূৰ্বে ইংলেণ্ড এণ্ড ৱেলছ ক্ৰিকেট ব’ৰ্ডে স্পষ্ট কৰি দিছিল যে ভাৰতীয় বা ভাৰতীয়-আমেৰিকান বিনিয়োগকাৰীৰ আগমনৰ ফলত পাকিস্তানী খেলুৱৈৰ অংশগ্ৰহণত কোনো প্ৰভাৱ নপৰে। ইচিবিৰ মুখ্য কাৰ্যবাহী বিষয়া ৰিচাৰ্ড গোল্ডে ফেব্ৰুৱাৰী মাহত কৈছিল, “আমি আন ক্ষেত্ৰত এই পৰিস্থিতিৰ বিষয়ে অৱগত, কিন্তু ইয়াত এনে নহ’ব।”

মাৰ্চ মাহত অনুষ্ঠিত হোৱা ড্ৰাফটত এজনো পাকিস্তানী পুৰুষ খেলুৱৈ নিৰ্বাচিত নহ’লে সন্দেহ গভীৰ হৈ পৰিছিল যদিও ইয়াৰ এটা কাৰণ ৱেষ্ট ইণ্ডিজ আৰু ইউ এ ইত পাকিস্তানৰ শৃংখলাৰ বাবে তেওঁলোকৰ অনুপলব্ধতাও বুলি ধাৰণা কৰা হৈছিল।

ই এছ পি এনক্ৰিচিনফ’ৰ মতে, আমিৰ আৰু ইমাদে এতিয়া ছুপাৰচাৰ্জাৰছৰ সলনি খেলুৱৈ হিচাপে চুক্তিবদ্ধ হৈছে। অষ্ট্ৰেলিয়াৰ বেন দ্বাৰশ্বুইছৰ ঠাইত আমিৰে সমগ্ৰ প্ৰতিযোগিতাখন খেলিব, আনহাতে মিচেল ছাণ্টনাৰৰ অনুপস্থিতিত ইমাদ ৱাছিমে মাত্ৰ ৭ৰ পৰা ১০ আগষ্টলৈকে দলৰ অংশ হ’ব। মন কৰিবলগীয়া যে ছুপাৰচাৰ্জাৰৰ নতুন মালিক হ’ব ভাৰতীয় মিডিয়া গ্ৰুপ ‘ছান গ্ৰুপ’, যিয়ে ১ অক্টোবৰৰ পৰা কাম-কাজৰ দায়িত্ব ল’ব।

ইংলেণ্ডৰ তাৰকা অল ৰাউণ্ডাৰ বেন ষ্ট’কছকো এই দলত মেণ্টৰিঙৰ ভূমিকাত দেখা যাব। তেওঁ কয়, মই দ্য হাণ্ড্ৰেডত খেলা দেখা নাযাব কিন্তু দলৰ সৈতে সময় কটাব। মই মোৰ আৰোগ্যৰ কাম কৰি আছো আৰু এই সময়ছোৱাত দলৰ অংশ হ’ম। ইংলেণ্ডৰ টেষ্ট বেটছমেনৰ অধিকাংশই এই ছিজনত উপলব্ধ হোৱাৰ বিপৰীতে বেগী বলাৰসকলক জিৰণি দিয়া হৈছে।

২০২৫ চনৰ হাণ্ড্ৰেডত প্ৰতিস্থাপন খেলুৱৈ:

লণ্ডন স্পিৰিট:

জেমী স্মিথ আৰু অলি পোপৰ ঠাইত জন চিম্পছন আৰু ডেন ডাউথৱেটে (৫ আগষ্টৰ মেচখনৰ বাবে)

মানচেষ্টাৰ অৰিজিনেল:

ৰাচিন ৰবীন্দ্ৰৰ ঠাইত মাৰ্ক চেপমেন (৬-১৩ আগষ্ট) আৰু মাৰ্চান্ট ডি লেংগেৰ ঠাইত ফাৰহান আহমেদে

এলা মেককাউগানৰ ঠাইত অমুৰুথা সুৰেংকুমাৰ

উত্তৰ চুপাৰচাৰ্জাৰ:

মিচেল ছাণ্টনাৰ (৭-১০ আগষ্ট)ৰ ঠাইত ইমাদ ৱাছিম আৰু বেন দ্বাৰশ্বুইছৰ ঠাইত মহম্মদ আমিৰে

ট্ৰেণ্ট ৰকেটছ:

জৰ্জ লিণ্ডেৰ ঠাইত আকিয়াল হোছেইন (১০-১৪ আগষ্ট)

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

আয়াৰলেণ্ডৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে বাংলাদেশ দললৈ উভতিল শৰ্মিন আখতাৰ, জাহানাৰা আলম | BulletsIn
আই পি এল ২০২৪ঃ সৌৰভ গাংগুলীৰ ১৪ বছৰীয়া অভিলেখ ভংগ কৰিলে ফিলিপ ছল্ট
মেক্স ভাৰ্ষ্টাপেনৰ ইটালীৰ গ্ৰেণ্ড প্ৰি জয়লাভ, মে’ মাহৰ পিছত প্ৰথম সফলতা
দশম অল ইণ্ডিয়া পুলিচ গেমছত আইটিবিপিৰ গৌৰৱ মৌৰ্যৰ স্বৰ্ণ পদক লাভ
পঞ্জাব কিংস আইপিএল ২০২৬-ত প্রথম পরাজয় বহন করেছে যেহেতু রাজস্থান রয়্যালস ২২৩ রান তাড়া করেছে এক থ্রিলার খেলাত

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article সৰুপথাৰৰ চিকিৎসালয় পৰিদর্শন মন্ত্ৰী অশোক সিংঘালৰ
Next Article বক্স অফিচত দপদপনি অব্যাহত ৰাখিছে ‘ছাইয়াৰা’ই
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?