• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Business > আয়কৰ বিভাগে জাৰি কৰিলে আপডেট কৰা আইটিআৰ-১ আৰু আইটিআৰ-২ প্ৰ-পত্ৰ
Business

আয়কৰ বিভাগে জাৰি কৰিলে আপডেট কৰা আইটিআৰ-১ আৰু আইটিআৰ-২ প্ৰ-পত্ৰ

CliQ INDIA
Last updated: July 31, 2025 8:25 am
CliQ INDIA
Share
2 Min Read
SHARE
আপডেট কৰা  প্ৰ-পত্ৰ
আয়কৰ বিভাগে জাৰি কৰিলে আপডেট কৰা আইটিআৰ-১ আৰু আইটিআৰ-২ প্ৰ-পত্ৰ

নতুন দিল্লী ৩০ জুলাই (হি.স.)। আয়কৰ বিভাগে কৰদাতাসকলক ২০২১-২২ আৰু ২০২২-২৩ চনৰ মূল্যায়ন বৰ্ষৰ বাবে আপডেট কৰা আয়কৰ ৰিটাৰ্ণ (আইটিআৰ-ইউ) দাখিল কৰাৰ আন এক সুযোগ দিছে। কৰদাতাই আপডেট কৰা আইটিআৰ দাখিল কৰাৰ সময়সীমা এতিয়া ২৪ মাহৰ পৰা ৪৮ মাহলৈ বৃদ্ধি কৰা হৈছে।

আয়কৰ বিভাগে বুধবাৰে ‘এক্স’ পোষ্টত প্ৰকাশ কৰা এক বিবৃতিত কয় যে বিত্ত আইন, ২০২৫ অনুসৰি কৰদাতাসকলক ২০২১-২২ আৰু ২০২২-২৩ চনৰ মূল্যায়ন বৰ্ষৰ আপডেটেড ৰিটাৰ্ণ (আইটিআৰ-ইউ) দাখিল কৰাৰ সুবিধা আনুষ্ঠানিকভাৱে দিয়া হৈছে। ইয়াৰ দ্বাৰা কৰদাতাসকলে পূৰ্বৰ ৰিটাৰ্ণ শুধৰণি বা সম্পূৰ্ণ কৰাৰ সুযোগ পাব। কিন্তু, এই সুবিধা কেৱল অধিক আয় ঘোষণা কৰাৰ বাবেহে, কৰ হ্ৰাস বা ধন ঘূৰাই পোৱাৰ দাবীৰ বাবে নহয়।

আপডেট কৰা আয়কৰ ৰিটাৰ্ণ (ITR-U) কি

আয়কৰ ৰিটাৰ্ণ (আইটিআৰ-ইউ)-এ কৰদাতাসকলক মামলা হ্ৰাস কৰাৰ লক্ষ্যৰে ভুল বা বাদ পৰা শুধৰণিৰ বাবে স্বেচ্ছামূলক অনুসৰণৰ সুযোগ প্ৰদান কৰে। আয়কৰ বিভাগৰ তথ্য অনুসৰি সংশ্লিষ্ট মূল্যায়ন বৰ্ষৰ শেষৰ পৰা কৰদাতাসকলৰ বাবে আপডেটেড আইটিআৰ দাখিলৰ সময়সীমা ২৪ মাহৰ পৰা ৪৮ মাহলৈ বৃদ্ধি কৰা হৈছে। এতিয়া কৰদাতাসকলে আয়কৰ আইনৰ ১৩৯ (৮এ) ধাৰাত আপডেট কৰা ৰিটাৰ্ণ দাখিল কৰিবলৈ অতিৰিক্ত সময় পাব। এই অতিৰিক্ত সময়ে ব্যক্তিসকলক অধিক কৰ দি পূৰ্বৰ ফাইলিঙত হোৱা ভুল বা বাদ পৰিশোধ কৰাৰ সুযোগ দিয়ে, যদিহে কৰদাতাই ৰিটাৰ্ণ দাখিল কৰা নাই বা ভুলকৈ দাখিল কৰিছে।

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

You Might Also Like

ডলাৰৰ বিপৰীতে টকাৰ অভিলেখ–সৰ্বকালৰ নিম্নতম স্তৰত উপনীত ভাৰতীয় মুদ্ৰা
দুৰ্বল তালিকাভুক্তিৰ সৈতে অম মেটালজিকে হতাশ কৰিলে আই পি অ’ বিনিয়োগকাৰীক
বিশ্বৰ বজাৰত মিশ্ৰিত ব্যৱসায়, এছিয়াৰ বজাৰত উত্থান
এডভান্স এগ্ৰ’লাইফৰ শ্বেয়াৰ বজাৰত শক্তিশালী আত্মপ্ৰকাশ, আই পি অ’ বিনিয়োগকাৰী লাভান্বিত
আৰম্ভণিৰ ব্যৱসায়ত ষ্টক মাৰ্কেট হ্ৰাস, চেন্সেক্স আৰু নিফ্টীৰ পতন | BulletsIn

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ষ্ট’কছ আৰু জাডেজাৰ টেষ্ট ৰেংকিঙত বৃহৎ জাঁপ, অভিষেক শৰ্মা হৈছে ১ নম্বৰ টি-২০ বেটছমেন
Next Article ৰাছিয়াত ভূমিকম্পৰ পিছত চুনামীয়ে ধ্বংস কৰিলে চেভেৰো-কুৰিলস্ক চহৰ, আমেৰিকা আৰু জাপানৰ ঢৌক লৈ ত্ৰাসিত
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?