• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Entertainment > সিদ্ধাৰ্থ মালহোত্ৰা আৰু জাহ্নৱী কাপুৰৰ ‘পৰম সুন্দৰী’ এতিয়া ২৯ আগষ্টত ছবিগৃহত মুক্তি
Entertainment

সিদ্ধাৰ্থ মালহোত্ৰা আৰু জাহ্নৱী কাপুৰৰ ‘পৰম সুন্দৰী’ এতিয়া ২৯ আগষ্টত ছবিগৃহত মুক্তি

CliQ INDIA
Last updated: July 30, 2025 9:00 pm
CliQ INDIA
Share
2 Min Read
SHARE
परम सुंदरी

শীঘ্ৰে ৰূপালী পৰ্দাত দেখা যাব বহু নতুন দম্পতী আৰু ইয়াৰে এটা হ’ল সিদ্ধাৰ্থ মালহোত্ৰা আৰু জাহ্নৱী কাপুৰৰ যুটি। দুয়োকে প্ৰথমবাৰৰ বাবে একেলগে দেখা যাব ‘পৰম সুন্দৰী’ ছবিখনত। এই ছবিখন পূৰ্বে ২৫ জুলাইত মুক্তি পোৱাৰ কথা আছিল যদিও অজয় দেৱগনৰ ‘ছন অৱ চৰ্দাৰ ২’ৰ সৈতে সংঘৰ্ষৰ পৰা হাত সাৰিবলৈ নিৰ্মাতাসকলে আপাততঃ মুক্তিৰ পিছুৱাই দিয়ে। যদিও সেই সময়ত ছবিখনৰ নতুন মুক্তিৰ তাৰিখ ঘোষণা কৰা হোৱা নাছিল, কিন্তু এতিয়া নিৰ্মাতাসকলে নতুন তাৰিখ ঘোষণা কৰিছে, যাৰ ফলত দৰ্শকৰ কৌতুহল আৰু অধিক বৃদ্ধি পাইছে।

দীনেশ বিজানৰ প্ৰডাকচন হাউছ মেডক ফিল্মছৰ বেনাৰত নিৰ্মিত ছবি ‘পৰম সুন্দৰী’ এতিয়া ২৯ আগষ্টত ছবিগৃহত মুক্তি পাবলৈ গৈ আছে। প্ৰডাকচন হাউছে ছ’চিয়েল মিডিয়াত ছবিখনৰ নতুন মোচন পোষ্টাৰ শ্বেয়াৰ কৰি এই কথা ঘোষণা কৰি লিখিছে, দীনেশ বিজনে বছৰৰ আটাইতকৈ হৃদয়স্পৰ্শী প্ৰেম কাহিনী ‘পৰম সুন্দৰী’ লৈ আহিছে। ২৯ আগষ্টৰ পৰা কেৱল চিনেমাগৃহত চাওক।

মে’ মাহত মুক্তি পোৱা ‘পৰম সুন্দৰী’ৰ টিজাৰত সিদ্ধাৰ্থ মালহোত্ৰাই উত্তৰ ভাৰতীয় ল’ৰা পৰমৰ চৰিত্ৰত দেখা পোৱাৰ বিপৰীতে জাহ্নৱী কাপুৰক দক্ষিণ ভাৰতীয় ছোৱালী সুন্দৰী হিচাপে চিনাকি কৰাই দিয়া হৈছিল। সোনু নিগমৰ কণ্ঠত এটি সুন্দৰ গীতৰ আভাসও টিজাৰত দেখা গ’ল। টিজাৰৰ পিছত ছবিখনক লৈ দৰ্শকৰ মাজত প্ৰচণ্ড উত্তেজনা দেখা গ’ল যদিও দৰ্শকে এতিয়াও ছবিখন ডাঙৰ পৰ্দাত আহিবলৈ আৰু অলপ সময় অপেক্ষা কৰিব লাগিব।

‘পৰম সুন্দৰী’ প্ৰযোজনা কৰা দীনেশ বিজনে ইতিমধ্যে ‘স্ত্ৰী-২’ আৰু ‘ছাৱা’ৰ দৰে হিট ছবিৰে নিজৰ যাদু প্ৰদৰ্শন কৰিছে। এইবাৰ তেওঁ দৰ্শকৰ সন্মুখত লৈ আহিছে এক নতুন আৰু হৃদয়স্পৰ্শী প্ৰেম কাহিনী। ছবিখনৰ পৰিচালক তুষাৰ জালোটাৰ। উত্তৰ ভাৰতৰ পৰম আৰু দুটা ভিন্ন সংস্কৃতিৰ হোৱাৰ পিছতো ইজনে সিজনৰ প্ৰেমত পৰা দক্ষিণ ভাৰতীয় এগৰাকী সৌন্দৰ্য্যক কেন্দ্ৰ কৰি কাহিনীটো ঘূৰি আছে। সিদ্ধাৰ্থ আৰু জাহ্নৱীৰ এই ৰোমান্টিক যুটিটোৱে দৰ্শকক লৈ যাব এক অনন্য প্ৰেম যাত্ৰালৈ।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

দুৰ্নিটিৰ অভিযোগত যোৰহাট কোষাগাৰ কাৰ্যালয়ৰ কনিষ্ঠ সহকাৰী গাণনিক গ্ৰেপ্তাৰ
'কফি উইথ কৰণ'ৰ নতুন প্ৰমো মুকলি, আদিত্য-অনন্যাৰ সম্পৰ্কক লৈ ছাৰা আলী খানৰ মন্তব্য
'কেপ্তেইন মিলাৰ'ৰ একচন ভৰ্তি ট্ৰেইলাৰ মুকলি, ধনুষৰ ৰূপৰ চৰ্চা
১২০ বাহাদুৰৰ ট্ৰেইলাৰ মুকলি, ফাৰহান আখতাৰৰ মেজৰ শৈতন সিঙৰ চৰিত্ৰত অভিনয়
নগা চৈতন্য আৰু সামান্থাৰ বিচ্ছেদৰ আঁৰৰ সত্য উন্মোচিত হৈছে

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article হৰদীপৰ ইতিহাস সৃষ্টি– ১৭ বছৰ অনুৰ্ধৰ গ্ৰীক-ৰোমান মল্লযুঁজৰ ১১০ কেজি শাখাত বিশ্ব চেম্পিয়ন
Next Article টি এছ চি ইণ্ডিয়াৰ শ্বেয়াৰ বজাৰত দুৰ্বল প্ৰৱেশ, আই পি অ’ বিনিয়োগকাৰী আৰম্ভণিৰ ব্যৱসায়ত লোকচানৰ সন্মুখীন
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?