• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Sports > ভাৰত-ইংলেণ্ডৰ ১৯ বছৰ অনুৰ্ধৰ দ্বিতীয়খন যুৱ টেষ্ট মেচৰ ড্ৰ’, আয়ুষ ম্হাত্ৰেৰ চমকপ্ৰদ শতক অৰ্জন
Sports

ভাৰত-ইংলেণ্ডৰ ১৯ বছৰ অনুৰ্ধৰ দ্বিতীয়খন যুৱ টেষ্ট মেচৰ ড্ৰ’, আয়ুষ ম্হাত্ৰেৰ চমকপ্ৰদ শতক অৰ্জন

CliQ INDIA
Last updated: July 24, 2025 4:55 pm
CliQ INDIA
Share
3 Min Read
SHARE

চেলমছফৰ্ড, ২৪ জুলাই (হি.স.)। বেন ডকিন্সৰ সুন্দৰ শতক আৰু ৰালফী এলবাৰ্টৰ ১০ উইকেট দখল কৰাৰ পাছতো বুধবাৰে ইংলেণ্ডৰ ১৯ অনুৰ্ধ আৰু ভাৰত ১৯ বছৰ অনুৰ্ধৰ মাজত অনুষ্ঠিত হোৱা দ্বিতীয়খন যুৱ টেষ্ট মেচ ড্ৰ’ত সমাপ্ত হয়। এই ফলাফলৰ লগে লগে দুখন মেচৰ শৃংখলা ১-১ গ’লত ড্ৰ’ত সমাপ্ত হয়।

ইংলেণ্ডৰ হৈ কেণ্টৰ অ’পেনাৰ বেন ডকিন্সে ১৩৬ ৰান সংগ্ৰহ কৰাৰ লগতে এডাম থমাছৰ সৈতে ১৮৮ ৰানৰ অংশীদাৰিত্ব ভাগ কৰে (৯১ ৰান)। ইংলেণ্ডে ৩২৪/৫ ৰানত দ্বিতীয় ইনিংছ ঘোষণা কৰি ভাৰতক ৩৫৫ ৰানৰ লক্ষ্য প্ৰদান কৰে।

কিন্তু ভাৰতৰ পৰা আয়ুষ ম্হাত্ৰেৰ বিস্ফোৰক বেটিঙে ইংলেণ্ডৰ বিজয়ৰ আশাক নষ্ট কৰি পেলালে। ৬৪টা বলত ১২৬ ৰানৰ ধুমুহাময় ইনিংছ খেলিছিল। অভিজ্ঞান কুণ্ডুৱেও (৬৫ ৰান) আক্রমণাত্মক বেটিং কৰি দলটোক চম্ভালিছিল৷

মেচৰ সম্পূৰ্ণ অৱস্থা

প্ৰথম ইনিংছ:

ইংলেণ্ডে প্ৰথমে বেটিং কৰি ৩০৯ ৰান সংগ্ৰহ কৰে, য’ত একাংশ সিঙে ১১৭ ৰান আৰু থমাছ ৰিউৱে ৫৯ ৰান সংগ্ৰহ কৰে। ভাৰতৰ পুষ্পকে ৪ উইকেট দখল কৰে।

ইয়াৰ উত্তৰত ভাৰতে ২৭৯ ৰান সংগ্ৰহ কৰে, য’ত বিহান মালহোত্ৰাই ১২০ ৰান আৰু মাহত্ৰেই ৮০ ৰান সংগ্ৰহ কৰে। ইংলেণ্ডৰ ৰালফী আলবাৰ্টে ৬টা উইকেট দখল কৰে।

দ্বিতীয় ইনিংছ:

ইংলেণ্ডে আক্ৰমণাত্মক বেটিং কৰি ৩২৪/৫ ৰানত ইনিংছ ঘোষণা কৰে, য’ত ডকিন্সে ১৩৬ ৰান আৰু থমাছে ৯১ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ আদিত্য ৰাৱটে ৪টা উইকেট দখল কৰে।

লক্ষ্য খেদিবলৈ ওলাই অহা ভাৰতে প্ৰথম অভাৰতে ১৪ বছৰীয়া বৈভৱ সূৰ্য্যবংশীয়ে ক্লীন বোল্ড হোৱাত বিপৰ্যয়ৰ সন্মুখীন হ’বলগীয়া হয়।

ইয়াৰ পাছতে বিহান মালহোত্ৰাই দৃঢ়তাৰে থিয় দি ইনিংছ চম্ভালিলে আৰু ম্হাত্ৰেই আগ্ৰাসী বেটিং কৰি মাত্ৰ ২৫টা বলত অৰ্ধশতক সম্পূৰ্ণ কৰে আৰু পিছত ৬৪টা বলত শতক অৰ্জন কৰে।

অভিজ্ঞান কুণ্ডুৱেও দুটা ছয় মাৰি ৰানৰ হাৰ বজাই ৰাখি নিজৰ অৰ্ধশতক সম্পূৰ্ণ কৰে। অৱশ্যে ১২৬ ৰান সংগ্ৰহ কৰি ম্হাত্ৰে আউট হয় আৰু কিছু সময়ৰ পাছত কুণ্ডু আৰু ৰাহুল কুমাৰেও পেভিলিয়নলৈ ঘূৰি আহি ইংলেণ্ডক পুনৰ প্ৰত্যাৱৰ্তনৰ আশা জগাই তুলিলে।

কিন্তু ভাৰতীয় লোয়াৰ অৰ্ডাৰে দায়িত্ব ল’লে আৰু যেতিয়া বৰষুণৰ বাবে খেল বন্ধ হৈ গ’ল, তেতিয়া আম্পায়াৰসকলে মেচখন ড্ৰ’ ঘোষণা কৰে।

চমুকৈ স্ক’ৰকাৰ্ড:

ইংলেণ্ডৰ প্ৰথম ইনিংছঃ ৩০৯ (একাংশ সিং ১১৭, ৰেউ ৫৯, পুষ্পক ৪/৭৬)

ভাৰতৰ প্ৰথম ইনিংছঃ ২৭৯ (মালহোত্ৰা ১২০, মাহত্ৰে ৮০, এলবাৰ্ট ৬/৫৩)

ইংলেণ্ডৰ দ্বিতীয় ইনিংছ: ৩২৪/৫ ঘোষণা(ডকিন্স ১৩৬, থমাছ ৯১, ৰাৱাট ৪/৮০)

ভাৰত ২য় ইনিংছ : ২৯০/৬

(মহাত্ৰে ১২৬, কুণ্ডু ৬৫, এলবাৰ্ট ৪/৭৬)

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

You Might Also Like

পিচিবিৰ প্ৰাক্তন অধ্যক্ষ শ্বাহৰিয়াৰ খানৰ ৮৯ বছৰ বয়সত মৃত্যু
মুকালমুৱা লোহাৰকাঠাত নৈশ প্ৰাইজমানি চুড়ান্ত ফুটবল প্ৰতিযোগিতা
মহিলা কোপা আমেৰিকা : পেনাল্টি শ্বুটআউটত আৰ্জেণ্টিনাক পৰাস্ত কৰি ফাইনেলত কলম্বিয়া
কেকেআর বনাম এলএসজি শেষ ওভারের থ্রিলার আইপিএল ২০২৬ প্লেঅফ রেসে কৌশলগত ফাঁক আর বাড়তে থাকা চাপকে উন্মোচন করেছে
কানৱে আৰু হেৰ অৰ্ধশতকেৰে নিউজিলেণ্ডৰ অগ্ৰগতি শক্তিশালী, ৱেষ্ট ইণ্ডিজ দ্বিতীয় ইনিংছ থৰক বৰক

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ৩নং শ্ৰীৰামপুৰ সমষ্টিৰ বিজেপিৰ কাৰ্য্যকৰি সভা
Next Article বক্স অফিচত চমক– ১৫০ কোটিৰ সীমা অতিক্ৰম কৰিলে ‘ছাইয়াৰা’
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?