• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > National > জম্মুৰ পৰা অমৰনাথ অভিমুৰখে ৰাওনা তীৰ্থযাত্ৰীৰ দ্বিতীয় দল
National

জম্মুৰ পৰা অমৰনাথ অভিমুৰখে ৰাওনা তীৰ্থযাত্ৰীৰ দ্বিতীয় দল

CliQ INDIA
Last updated: July 3, 2025 9:55 pm
CliQ INDIA
Share
2 Min Read
SHARE

জম্মু, ০৩ জুলাই (হি.স.)। কটকটীয়া নিৰাপত্তাৰ মাজতে বৃহস্পতিবাৰে জম্মুৰ ভাগৱতী নগৰ অৱস্থান শিবিৰ (বেছ কেম্প)ৰ পৰা দক্ষিণ কাশ্মীৰৰ অমৰনাথ গুহা মন্দিৰলৈ ৰাওনা হয় ৫২০০ৰো অধিক তীৰ্থযাত্ৰীৰ দ্বিতীয়টো দল। অনন্তনাগ জিলাৰ পৰম্পৰাগত ৪৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ নুনৱান-পাহলগাম পথ আৰু গণ্ডাৰবল জিলাৰ ১৪ কিলোমিটাৰ চুটি কিন্তু ঠেক বাল্টাল পথৰ পৰা বৃহস্পতিবাৰৰ পৰা ৩৮ দিনীয়া তীৰ্থযাত্ৰা আৰম্ভ হয়। অহা ৯ আগষ্টত এই যাত্ৰাৰ অন্ত পৰিব।

বিষয়াসকলে জনোৱা মতে, নিৰাপত্তা আৰক্ষী আৰু কেন্দ্ৰীয় অৰ্ধসামৰিক বাহিনীৰ সুৰক্ষাত ১৬৮খন বাহনৰ কনভয়ত ভাগৱতী নগৰৰ ঘাটি শিবিৰৰ পৰা তীৰ্থযাত্ৰীসকল ৰাওনা হয়। বিষয়াসকলে জনোৱা মতে, ইয়াৰ লগে লগে জম্মু বেছ কেম্পৰ পৰা মন্দিৰলৈ যোৱা তীৰ্থযাত্ৰীৰ সংখ্যা ১১,১৩৮ জন হৈছেগৈ। দ্বিতীয়টো তীৰ্থযাত্ৰীৰ ভিতৰত আছে ৪০৭৪ জন পুৰুষ, ৭৮৬ জন মহিলা আৰু ১৯ জন শিশু।

উল্লেখযোগ্য যে ২২ এপ্ৰিলত পেহেলগামত সংঘটিত আক্ৰমণত ২৬ জন লোক নিহত হোৱাৰ ঘটনাৰ পিছতো তীৰ্থযাত্ৰী সকলক তেওঁলোকৰ আস্হাৰ পৰা বিৰত ৰাখিব পৰা নাই বুলি জানিবলৈ দিয়ে। ৰায়পুৰৰ বাসিন্দা হৰিশ কুমাৰে কয়, নিৰীহ আৰু নিৰস্ত্ৰ পৰ্যটকৰ ওপৰত আক্ৰমণ চলোৱা সন্ত্ৰাসবাদী বা পাকিস্তানক আমি ভয় নকৰো। এয়া এক কাপুৰুষালি। পেহেলগামৰ দৰে সন্ত্ৰাসবাদী কাণ্ডৰ জৰিয়তে ভয়ৰ সৃষ্টি কৰি বাবা বৰফনীৰ ওচৰলৈ যোৱাৰ পৰা আমাক বাধা দিব নোৱাৰে।

তেওঁৰ দৰেই কানপুৰৰ পৰা ২০ জনীয়া এটা দল লৈ অমৰনাথলৈ ৰাওনা হোৱা মুখতাৰ সিঙেও কয় যে তেওঁ একেবাৰে ভয় কৰা নাই। তেওঁ কয় যে যাত্ৰাত অংশগ্ৰহণ কৰা তীৰ্থযাত্ৰীৰ সংখ্যা বৃদ্ধিয়ে সন্ত্ৰাসবাদী আৰু পাকিস্তানক এক উপযুক্ত উত্তৰ দিব যে আমি তেওঁলোকক ভয় কৰা নাই।

বাৰ্ষিক তীৰ্থযাত্ৰাৰ বাবে ভাগৱতী নগৰ অৱস্হান শিবিৰ আৰু ইয়াৰ আশে-পাশে নিৰাপত্তাৰ ব্যৱস্থা সক্ৰিয় কৰা হৈছে। জম্মুত ৩৪টা আৱাস কেন্দ্ৰ স্থাপন কৰা হৈছে আৰু তীৰ্থযাত্ৰীসকলক ৰেডিঅ’ ফ্ৰিকুৱেন্সি আইডেন্টিফিকেশন (আৰ এফ আই ডি) টেগ প্ৰদান কৰা হৈছে। যাত্ৰালৈ যোৱা তীৰ্থযাত্ৰীসকলৰ ঠাইতে পঞ্জীয়নৰ বাবে ১২টা কাউণ্টাৰ স্থাপন কৰা হৈছে। এই পৰ্যন্ত ৩.৫ লাখৰো অধিক লোকে তীৰ্থযাত্ৰাৰ বাবে অনলাইন যোগে পঞ্জীয়ন কৰিছে।

—————

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

You Might Also Like

কংগ্ৰেছ চৰকাৰে হিমাচল প্ৰদেশত কৰৰ বোজা বৃদ্ধি কৰিছেঃ জে পি নড্ডা
লোকসভা নিৰ্বাচন–সমগ্ৰ ৰাজ্যতে মুঠ ২৮,৬৫০ টা ভোটকেন্দ্ৰ স্থাপন কৰা হ’ব-অনুৰাগ গোৱেল
ভাৰতত নতুনকৈ কৰোনা আক্ৰান্ত ৭৬১ জন
হিমন্ত বিশ্ব শর্মা ঐতিহাসিক দ্বিতীয় মেয়াদের জন্য প্রস্তুত, আসামত NDA আবার ক্ষমতায়
কুলগাম সংঘৰ্ষত নিহত সন্ত্ৰাসবাদী, আহত এজন সেনা বিষয়া

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article মালিৰ ৭খন চহৰত সন্ত্ৰাসবাদী আক্ৰমণ, তিনিজন ভাৰতীয়ক অপহৰণ, কেন্দ্ৰীয় চৰকাৰৰ উদ্বেগ প্ৰকাশ
Next Article চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰি চল্লিশ বছৰৰ মূৰত আপোন ঘৰখনলৈ উভতি আবেগিক আৰক্ষী জোৱান
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?