• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Crime > মহানগৰীত কুখ্যাত চোৰ গ্ৰেপ্তাৰ | BulletsIn
Crime

মহানগৰীত কুখ্যাত চোৰ গ্ৰেপ্তাৰ | BulletsIn

CliQ INDIA
Last updated: February 13, 2025 5:47 pm
CliQ INDIA
Share
1 Min Read
SHARE

গুৱাহাটী মহানগৰীৰ বশিষ্ঠ আৰক্ষীয়ে এটি গুৰুত্বপূৰ্ণ অভিযানত চুৰি সামগ্ৰীৰ সৈতে জড়িত এজন কুখ্যাত চোৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। বৃহস্পতিবাৰে আৰক্ষীয়ে জনোৱা অনুসৰি, গোপন তথ্যৰ ভিত্তিত বশিষ্ঠ থানাৰ ইজিপিডিৰ এটা দলে পাটাৰকুছি অঞ্চলৰ পৰা কমলপুৰৰ আব্দুল বাপকান আলী (৩৭) নামৰ ব্যক্তিজনক আটক কৰে। তেওঁৰ বাসগৃহত চলোৱা অনুসন্ধানত কেইবাটাও চুৰি সামগ্ৰী উদ্ধাৰ কৰা হয়।

BulletsIn

  • বশিষ্ঠ থানাৰ আৰক্ষীয়ে গোপন তথ্যৰ ভিত্তিত অভিযান চলাই।
  • অভিযুক্ত চোৰজন কমলপুৰৰ আব্দুল বাপকান আলী (৩৭) বুলি চিনাক্ত।
  • পাটাৰকুছি অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰা হয়।
  • তেওঁৰ বাসগৃহত অনুসন্ধান চলাই কেইবাটাও চুৰি সামগ্ৰী উদ্ধাৰ কৰে।
  • উদ্ধাৰ হোৱা সামগ্ৰীৰ ভিতৰত ৱেল্ডিং মেচিন (ভেৰক্স), ইউপিএছ বেটাৰী, পাৱাৰ বেংক (ৰেঞ্জ) আদি আছে।
  • লগতে ভঙা চনী কেমেৰা, ক’লা চিচিটিভি কেমেৰা, ব্ৰডবেণ্ড বক্স (সাইৰা টেক) উদ্ধাৰ।
  • ঘৰ ভাঙিবলৈ ব্যৱহৃত কাটিং ডিচ, তাঁৰ কাটাৰ, স্ক্ৰু ড্ৰাইভাৰ, প্লাইয়াৰ, বিগ হাতুৰী উদ্ধাৰ।
  • দালি ৰং আদি অন্যান্য সামগ্ৰী হিচাপে উদ্ধাৰ কৰা হৈছে।
  • বশিষ্ঠ থানাত অভিযুক্তৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰা হৈছে।
  • আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ব্যক্তিজনক তীব্ৰ জেৰা অব্যাহত ৰাখিছে।

You Might Also Like

১ এপ্ৰিলত বিত্তমন্ত্ৰীয়ে মুকলি কৰিব “নিটি এনচিএইআৰ ৰাজ্যিক অৰ্থনৈতিক মঞ্চ” পৰ্টেল | BulletsIn
এম এছ এম ই মন্ত্ৰালয়ৰ ৰাষ্ট্ৰীয় বঁটা ২০২৪ৰ বাবে যোগ্য সুক্ষ্ম, ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ পৰা আবেদন আমন্ত্ৰণ | BulletsIn
বিজাপুৰত ২৪ লাখ টকাৰ পুৰস্কাৰ ঘোষিত নক্সাল কমাণ্ডাৰ গ্ৰেপ্তাৰ | BulletsIn
পবা বনাঞ্চলৰ’ জীৱকূললৈ প্ৰদূষিত নৈয়ে কঢ়িয়াই আনিছে ভয়ংকৰ বিপদ ঘন্টা | BulletsIn
ওদালগুৰি জিলাৰ ৩ নম্বৰ আমজুলিত নিতৌ বনৰীয়া হাতীৰ তাণ্ডৱ | BulletsIn
TAGGED:BulletsIn

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article পুৱা ৮ বজালৈকে ১৪.৭৯ লাখ ভক্তৰ মহা কুম্ভত পবিত্ৰ স্নান | BulletsIn
Next Article ‘ছাৱা’ ছবিৰ সংগীত উন্মোচনী অনুষ্ঠানত সকলোৰে দৃষ্টি কাঢ়িছিল বিকি কৌশলৰ জেকেট | BulletsIn
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?