• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Regional > মণিপুৰৰ জিৰিবামত সংঘৰ্ষত নিহত ১০ কুকী যুৱক মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাক কেন্দ্ৰ কৰি শিলচৰ মেডিকেল কলেজত উত্তপ্ত পৰিস্থিতি | BulletsIn
Regional

মণিপুৰৰ জিৰিবামত সংঘৰ্ষত নিহত ১০ কুকী যুৱক মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাক কেন্দ্ৰ কৰি শিলচৰ মেডিকেল কলেজত উত্তপ্ত পৰিস্থিতি | BulletsIn

CliQ INDIA
Last updated: November 14, 2024 8:29 pm
CliQ INDIA
Share
1 Min Read
SHARE

মণিপুৰৰ জিৰিবামত নিৰাপত্তা বাহিনীৰ গুলীত নিহত ১০ কুকী যুৱকৰ মৃতদেহ শিলচৰ মেডিকেল কলেজত মৰণোত্তৰ পৰীক্ষাৰ বাবে অনা হয়। ২৪ ঘণ্টা উকলি যোৱাৰ পাছতো চাৰিটা মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন নোহোৱাত ট্ৰাইবেল লোকসকলে শিলচৰ মেডিকেল কলেজৰ মৰ্গৰ সন্মুখত উত্তাল প্ৰতিবাদ কৰে। তেওঁলোকে শীঘ্ৰেই মৰণোত্তৰ পৰীক্ষা কৰাৰ দাবীত শ্লোগান দিয়ে আৰু উত্তেজনা দেখা দিয়ে।

BulletsIn

  • মণিপুৰৰ জিৰিবামত নিৰাপত্তা বাহিনীৰ গুলীত নিহত ১০ কুকী যুৱকৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰ মেডিকেল কলেজলৈ অনা হৈছিল।
  • ইয়াৰে ৬ টা মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হৈছিল।
  • ২৪ ঘণ্টা উকলি যোৱাৰ পাছতো বাকী চাৰিটা মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা হোৱা নাছিল।
  • এই দীৰ্ঘসূত্ৰিতাৰ বাবে কাছাৰৰ ট্ৰাইবেল লোকসকলে শিলচৰ মেডিকেল কলেজৰ মৰ্গৰ সন্মুখত উপস্থিত হৈ প্ৰতিবাদ কৰে।
  • ট্ৰাইবেল লোকসকলে মণিপুৰ পুলিচৰ বিৰোধিতা কৰি শ্লোগান দিয়ে।
  • তেওঁলোকৰ অভিযোগ, মণিপুৰ আৰক্ষীয়ে তেওঁলোকক বন্দুকেৰে ভয় দেখাইছে।
  • প্ৰতিবাদকাৰীসকলৰ দাবী, বাকি চাৰিটা মৃতদেহৰ শীঘ্ৰেই মৰণোত্তৰ পৰীক্ষা কৰা হ’ব লাগে।
  • তেওঁলোকে হুংকাৰ প্ৰদান কৰে, মৰণোত্তৰ পৰীক্ষা নকৰিলে মৃতদেহ জোৰজবৰদস্তি লৈ যাব।
  • ঘটনাৰ খবৰ পাই কাছাৰ আৰক্ষীৰ এটা বৃহৎ দল ঘটনাস্থলীত উপস্থিত হয়।
  • বৰ্তমান শিলচৰ মেডিকেল কলেজত পৰিস্থিতি নিয়ন্ত্ৰণাধীন আছে যদিও চেপা উত্তেজনা আছে।

You Might Also Like

জনজাতি কৰণৰ দাবীত সৰুপথাৰত আটাছুৰ জোঁৰ সমদল
দক্ষিণ ডাকোটাৰ গৱৰ্ণৰ ক্ৰীষ্টি ন’মে আমেৰিকাৰ গৃহ নিৰাপত্তা বিভাগৰ দিব নেতৃত্ব | BulletsIn
গোলাঘাটত শ্ৰী শ্ৰী জগন্নাথ ৰথৰ ওভতনি যাত্ৰা
শিৱসাগৰৰ আমগুৰিত ভয়ঙ্কৰ দুৰ্ঘটনা, নিহত দুই
কলগাছিয়াৰ বিলৰটাৰিত ড্ৰাগছসহ আটক এজন ব্যৱসায়ী | BulletsIn
TAGGED:BulletsIn

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article ২৩ নৱেম্বৰত দিল্লীত ষষ্ঠ একামৰা ক্ৰীড়া সাহিত্য মহোৎসৱ | BulletsIn
Next Article আজি মাজনিশা মহাকালৰ উজ্জয়নীত হৰি-হৰৰ মিলন, শ্ৰী হৰিৰ হাতত অৰ্পণ কৰিব সৃষ্টিৰ দায়িত্ব | BulletsIn
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?