• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Business > চেন্ট্ৰেল বেংক অৱ ইণ্ডিয়াৰ লাভ ৫৭ শতাংশ বৃদ্ধিৰে ৭১৮ কোটি টকা পায়গৈ
Business

চেন্ট্ৰেল বেংক অৱ ইণ্ডিয়াৰ লাভ ৫৭ শতাংশ বৃদ্ধিৰে ৭১৮ কোটি টকা পায়গৈ

CliQ INDIA
Last updated: January 19, 2024 8:41 pm
CliQ INDIA
Share
1 Min Read
SHARE

নতুন দিল্লী, ১৯ জানুৱাৰী (হি.স.)। ৰাজহুৱা খণ্ডৰ কেন্দ্ৰীয় বেংক অৱ ইণ্ডিয়াই চলিত বিত্তীয় বৰ্ষ ২০২৩-২৪ৰ তৃতীয় ত্ৰৈমাসিকৰ ফলাফল ঘোষণা কৰিছে। অক্টোবৰ-ডিছেম্বৰ ত্ৰৈমাসিকত বেংকটোৰ লাভ ৫৭ শতাংশ বৃদ্ধি পাই ৭১৮ কোটি টকা হৈছে। যোৱা বিত্তীয় বৰ্ষৰ একে সময়ছোৱাত বেংকটোৰ লাভ ৪৫৮ কোটি টকা আছিল।

ভাৰতীয় কেন্দ্ৰীয় বেংকে শুকুৰবাৰে শ্বেয়াৰ বজাৰত অৱগত কৰে যে চলিত বিত্তীয় বৰ্ষ ২০২৩-২৪ ত্ৰৈমাসিকত ৫৭ শতাংশ বৃদ্ধি পাই ৭১৮ কোটি টকা হৈছে। ইয়াৰ বাবেই বিগত বিত্তীয় বৰ্ষ ২০২২-২৩ৰ একেটা ত্ৰৈমাসিকত বেংকটোৱে ৪৫৮ কোটি টকা লাভ কৰিছিল। বেংকটোৰ তথ্য অনুসৰি এই সময়ছোৱাত মুঠ আয় ৯,১৩৯ কোটি টকালৈ বৃদ্ধি পাইছে, যিটো যোৱা বিত্তীয় বৰ্ষৰ একে সময়ছোৱাত ৭,৬৩৬ কোটি টকা আছিল।

বেংকটোৰ তথ্য অনুসৰি শুদ্ধ আয় হ্ৰাস পাই ৩,১৫২ কোটি টকা হয়গৈ, যিটো বিগত বিত্তীয় বৰ্ষৰ একে সময়ছোৱাত ৩,২৮৫ কোটি আছিল। তৃতীয় ত্ৰৈমাসিকত বেংকৰ মুঠ নন-পাৰফৰ্মিং এচেটছ (এনপিএ) মুঠ ঋণৰ ৪.৫০ শতাংশলৈ হ্ৰাস পোৱাৰ বিপৰীতে যোৱা বিত্তীয় বৰ্ষৰ একে সময়ছোৱাত এনপিএ মুঠ ঋণৰ ৮.৮৫ শতাংশ আছিল। ইয়াৰ উপৰিও চলিত বিত্তীয় বৰ্ষ ২০২৩-২৪ৰ ডিছেম্বৰ ত্ৰৈমাসিকত বেংকটোৰ নিকা এনপিএও ১.২৭ শতাংশলৈ হ্ৰাস পাইছে, যিটো যোৱা বিত্তীয় বৰ্ষৰ একে সময়ছোৱাত ২.০৯ শতাংশ আছিল।

হিন্দুস্থান সমাচাৰ/প্ৰজেশ/মনোজ

You Might Also Like

শ্বেয়াৰ বজাৰত এল টি লিফ্টৰ জোৰদাৰ তালিকাভূক্তি, লাভত আই পি অ’ বিনিয়োগকাৰী
বুলিয়ন বজাৰত সোণৰ চমক হ্ৰাস, ৰূপৰ মূল্য অপৰিৱৰ্তিত | BulletsIn
ইডিৰ ২১ জুলাইত বেটিং এপ গোচৰত গুগল আৰু মেটাক চমন
ঘৰুৱা বুলিয়নৰ বজাৰত সোণৰ দৰ বৃদ্ধি, ৰূপৰো বাঢ়িল দাম | BulletsIn
আৰম্ভণিৰ ব্যৱসায়ত শ্বেয়াৰ বজাৰত চাপ, চেন্সেক্স আৰু নিফটি হ্ৰাস

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article মহানগৰীত ড্ৰাগছ সহ দুজন সৰবৰাহকাৰী গ্ৰেপ্তাৰ
Next Article মহাকাশৰ দিশত অগ্ৰসৰ তুৰস্ক, ছুইডেন আৰু ইটালী
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?