নতুন দিল্লী, ১০ ডিছেম্বৰ (হি.স.)। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কণ্ঠশিল্পী কৈলাশ খেৰক তেওঁৰ নতুন গীত ‘কাশী স্তুতি’ৰ বাবে প্ৰশংসা কৰিছে। লগতে মোদীয়ে অমৰ আৰু অক্ষয় কাশীৰ গৌৰৱলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি কয় যে ভক্তিৰে ভৰা এই গীতটিৰ উপস্থাপন মনোমোহা।
কৈলাশ খেৰৰ ওপৰত নিজৰ মতামত প্ৰকাশ কৰি ভক্তিৰে ভৰা আপোনাৰ উপস্থাপন মনোমোহা। জয় বাবা বিশ্বনাথ!”
হিন্দুস্থান সমাচাৰ/অনুপ/মনোজ/অৰবিন্দ
