• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Sports > ৬৭ তম সৰ্বভাৰতীয় ৰেলৱে ভলীবল চেম্পিয়নশ্বিপ সমাপ্ত
Sports

৬৭ তম সৰ্বভাৰতীয় ৰেলৱে ভলীবল চেম্পিয়নশ্বিপ সমাপ্ত

CliQ INDIA
Last updated: December 13, 2023 8:30 pm
CliQ INDIA
Share
1 Min Read
SHARE

গুৱাহাটী, ১৩ ডিছেম্বৰ (হি.স.)। উত্তৰ-পূব সীমান্ত ৰেলৱে ক্ৰীড়া সংস্থা (এনএফআৰএছএ)ৰ দ্বাৰা আয়োজিত ৬৭তম সৰ্বভাৰতীয় ৰেলৱে ভলীবল চেম্পিয়নশ্বিপ, ২০২৩-২০২৪ যি ০৭ ডিছেম্বৰৰ পৰা আৰম্ভ হৈছিল, ১২ ডিছেম্বৰ, ২০২৩ তাৰিখে সমাপ্ত হয়। সামৰণি অনুষ্ঠানত উত্তৰ পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধকশ্ৰী চেতন কুমাৰ শ্ৰীবাস্তৱে এনএফআৰএছএৰ সভাপতি আৰু অন্যান্য জ্যেষ্ঠবিষয়াবৰ্গৰ উপস্থিতিত বিজয়ী আৰু ৰানাৰ্ছ-আপসকলক পুৰস্কাৰ আৰু ট্ৰফী প্ৰদান কৰে।

এই প্ৰতিযোগিতাখনত সমগ্ৰ দেশতে বিস্তৃত হৈ থকা ভাৰতীয় ৰে’লৱেৰ বিভিন্ন সংমণ্ডল/পিএছইউৰ পৰা মুঠ ৩০০ জন খেলুৱৈৰে গঠিত মুঠ ২০টা দলে অংশগ্ৰহণ কৰে। লগতে, প্ৰতিযোগিতাখন পৰিচালনা কৰাৰ বাবে ভাৰতীয় ৰে’লৱেৰ বিভিন্ন সংমণ্ডলৰ মুঠ ২২ জন মেচ বিষয়া উপস্থিত থাকে। ছেমি ফাইনেলত দক্ষিণ পশ্চিম ৰেলৱেই ইণ্টিগ্ৰেল কোচ ফেক্টৰীক পৰাস্ত কৰে আৰু উত্তৰ ৰেলৱেই দক্ষিণ মধ্য ৰেলৱেক পৰাস্ত কৰি ফাইনেলত স্থান দখল কৰে। ফাইনেলত দক্ষিণ পশ্চিম ৰেলৱেই উত্তৰ ৰেলৱেক ৩-১ গ’লত পৰাস্ত কৰি চেম্পিয়নৰ খিতাপ অৰ্জন কৰে।

দক্ষিণ পশ্চিম ৰে’লৱেৰ অশ্বল ৰায় আৰু লিব্ৰো আৰু শেহতীয়াকৈ সমাপ্ত এছিয়ান গেমছ, ২০২৩ ত ভাৰতক প্ৰতিনিধিত্ব কৰা উত্তৰ ৰেলৱেৰ ৰোহিত কুমাৰে এই প্ৰতিযোগিতাখনত চমৎকাৰ প্ৰদৰ্শনৰ জৰিয়তে তেওঁলোকৰ উপস্থিতি চিহ্নিত কৰে। লগতে, জুনিয়ৰ ৱৰ্ল্ড ভলীবল চেম্পিয়নশ্বিপ আৰু জুনিয়ৰ এছিয়ান চেম্পিয়নশ্বিপ, ২০২২ত অংশগ্ৰহণ কৰা উত্তৰ ৰেলৱেৰ সমীৰে দক্ষিণ ৰেলৱেৰ অৰ্জুন বঁটা প্ৰাপ্ত কপিল দেৱৰ সৈতে এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছিল।

হিন্দুস্থান সমাচাৰ/আলোক/মনোজ

You Might Also Like

লিডছ টেষ্টত পৰাজয়ৰ সন্দৰ্ভত গিলে কয়- আমাৰ পৰিকল্পনা আছিল ৪৩০-৪৩৫ৰ লক্ষ্য দিয়া, নিম্ন ক্ৰমে হতাশ কৰিছিল
আইচিচিত বৃহৎ পৰিৱৰ্তন: মুখ্য কাৰ্যবাহী জিঅ’ফ এলাৰ্ডিছৰ পদত্যাগ | BulletsIn
ভাৰত-ইংলেণ্ডৰ ১৯ বছৰ অনুৰ্ধ টেষ্ট ড্ৰ’, হামজা শ্বেখৰ শতকৰ সহায়তপৰাজয়ৰ পৰা ৰক্ষা পৰিল ইংৰাজ দল
দোহা ডাইমণ্ড লীগ ২০২৪: শীৰ্ষস্থানত জেকব ৱাডলেজ , নীৰজ চোপ্ৰা দ্বিতীয়
দিল্লী প্ৰিমিয়াৰ লীগঃ পুৰণি দিল্লী ৬ৰ বাবে এতিয়া প্ৰতিখন মেচ ফাইনেলৰ দৰে

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article প্ৰধানমন্ত্ৰী আবাস গৃহ নিৰ্মাণত খেলিমেলি–গেটত তলা ওলমাই হিতাধিকাৰীৰ পলায়ন
Next Article ‘এনিমেল’ ছবিখনৰ ধুমুহাৰ মাজতো দৃঢ়তাৰে থিয় দিছে ‘ছেম বাহাদুৰ’
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?