• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Sports > হকী ইণ্ডিয়াই অহা ৭ নৱেম্বৰত উদযাপন কৰিব ভাৰতীয় হকীৰ ১০০ বছৰীয়া জয়ন্তী
Sports

হকী ইণ্ডিয়াই অহা ৭ নৱেম্বৰত উদযাপন কৰিব ভাৰতীয় হকীৰ ১০০ বছৰীয়া জয়ন্তী

CliQ INDIA
Last updated: November 1, 2025 5:51 am
CliQ INDIA
Share
3 Min Read
SHARE

– ভাৰতীয় হকীৰ ১০০ সোণালী বছৰৰ কাউণ্টডাউন আৰম্ভ, ৫০০ৰো অধিক জিলাত অনুষ্ঠিত হ’ব ইভেণ্ট

নতুন দিল্লী, ৩১ অক্টোবৰ (হি.স.)। ভাৰতীয় হকীয়ে ১৯২৫ চনৰ ৭ নৱেম্বৰত আন্তঃৰাষ্ট্ৰীয় হকী ফেডাৰেচন (এফআইএইচ)ৰ সৈতে সংযোগ লাভ কৰে। এই তাৰিখটোৱে ভাৰতীয় ক্ৰীড়া ইতিহাসত জাতীয় গৌৰৱৰ কাহিনী চিহ্নিত কৰে। ইয়াৰ তিনি বছৰৰ পাছত ১৯২৮ চনৰ আমষ্টাৰডাম অলিম্পিকত ভাৰতে বিশ্বৰ আগত নিজৰ শক্তি প্ৰদৰ্শন কৰি প্ৰথমটো সোণৰ পদক লাভ কৰি হকীৰ ভাৰতৰ সোণালী যুগৰ আৰম্ভণি ঘটায়।

এই এশ বছৰত ভাৰতীয় হকীয়ে বহু উত্থান-পতন দেখিবলৈ পাইছে, সোণালী দিন, কঠিন সময়, তাৰ পিছত নতুন ঢৌ। ১৯২৮ চনৰ পৰা ১৯৫৯ চনলৈকে সোণালী যুগ ভাৰতৰ ক্ৰীড়া পৰিচয় হৈ পৰিল। ১৯৮০ আৰু ৯০ দশকে ইয়াক পৰীক্ষা কৰিছিল, আৰু তাৰ পিছত আহিল এক নৱজাগৰণ— টকিঅ’ ২০২০ত ঐতিহাসিক ব্ৰঞ্জৰ পদক আৰু পেৰিছ ২০২৪ত আন এক প’ডিয়ামত স্থান লাভ কৰি দলটোক পুনৰ সজীৱ কৰি তুলিলে। ১৯৭৫ চনৰ বিশ্বকাপ জয় আৰু এছিয়ান গেমছত পুৰুষ-মহিলা উভয়ৰে অগণন সাফল্যই এই ক্ৰীড়াক ভাৰতীয় মনোভাৱৰ প্ৰতীক কৰি তুলিছে।

এতিয়া ২০২৫ চনৰ ৭ নৱেম্বৰত সমগ্ৰ ৰাষ্ট্ৰই এই গৌৰৱময় যাত্ৰা উদযাপন কৰিব। নতুন দিল্লীৰ মেজৰ ধ্যান চান্দ ৰাষ্ট্ৰীয় ষ্টেডিয়ামত অনুষ্ঠিত হ’ব মূল অনুষ্ঠানটো বিশেষ প্ৰদৰ্শনীমূলক খেলৰ পৰা আৰম্ভ হ’ব: ক্ৰীড়া মন্ত্ৰী একাদশ বনাম হকী ইণ্ডিয়া মিক্সড একাদশ। এই মেচত পুৰুষ আৰু মহিলা খেলুৱৈয়ে একেলগে খেলিব, যিয়ে খেলবিধত সমতা আৰু অন্তৰ্ভুক্তিৰ প্ৰতীক হিচাপে পৰিগণিত হ’ব। এই উপলক্ষে হকী কিংবদন্তিসকলক সন্মান জনোৱা হ’ব। ভাৰতীয় হকীৰ ১০০ বছৰ শীৰ্ষক এখন স্মৃতিগ্ৰন্থ মুকলি কৰা হ’ব, আৰু আমষ্টাৰডামৰ পৰা পেৰিছলৈ নামৰ এখন বিশেষ ফটো প্ৰদৰ্শনীয়ে ধ্যান চান্দৰ কলাৰ পৰা আধুনিক নায়কৰ আত্মালৈকে ভাৰতৰ হকী যাত্ৰাৰ বুৰঞ্জী লিখিব।

এই উদযাপন কেৱল দিল্লীতে সীমাবদ্ধ নাথাকিব। ৫০০ খনতকৈও অধিক জিলাত এইবোৰে অনুৰণন ঘটাব, য’ত ১০০০ৰো অধিক মেচ খেলা হ’ব আৰু স্কুলৰ দলৰ পৰা আৰম্ভ কৰি তৃণমূল পৰ্যায়ৰ যুৱক, জ্যেষ্ঠ খেলুৱৈ, আৰু সম্প্ৰদায়ৰ দললৈকে প্ৰায় ৩৬,০০০ খেলুৱৈয়ে অংশগ্ৰহণ কৰিব। ই হৈ পৰিব স্মৃতি, আনন্দ, আৰু নতুন সংকল্পৰ ৰাষ্ট্ৰীয় উদযাপন।

হকী ইণ্ডিয়াৰ সভাপতি ড০ দিলীপ টিৰ্কিয়ে কয়, এই শতবাৰ্ষিকী আমাৰ হকীৰ আত্মাৰ উদযাপন—আমাৰ নায়ক, আমাৰ অধ্যৱসায় আৰু আমাৰ নৱজাগৰণৰ প্ৰতীক। আমি ১০০ বছৰ উদযাপন কৰাৰ লগে লগে আমি আমাৰ অতীতক শ্ৰদ্ধাঞ্জলি জনাইছো আৰু আগন্তুক প্ৰজন্মৰ বাবে নতুন সপোন বোৱাইছো।

সাধাৰণ সম্পাদক ভোলা নাথ সিঙে লগতে কয় যে হকী সদায় ভাৰতৰ জনসাধাৰণৰ খেল হৈ আহিছে। এই উদযাপন প্ৰতিজন অনুৰাগী, প্ৰতিজন খেলুৱৈ, প্ৰতিজন প্ৰশিক্ষকৰ বাবে যিয়ে এই আত্মাক জীয়াই ৰাখিছিল। আমি ৫০০ খনতকৈও অধিক জিলাত এই উৎসৱ উদযাপন কৰাৰ সময়ত আমি কেৱল ইতিহাস উদযাপন কৰা নাই—আমি ভাৰতীয় হকীৰ অহা এশ বছৰৰ ভেটি স্থাপন কৰিছো।

৭ নৱেম্বৰ ওচৰ চাপি অহাৰ লগে লগে সমগ্ৰ দেশৰ ষ্টেডিয়াম, বিদ্যালয় আৰু খেলপথাৰসমূহ সজাই তোলা হৈছে—গৌৰৱ, স্মৃতি আৰু নবীকৃত শক্তিৰ এই ঐতিহাসিক উদযাপনৰ বাবে সাজু। এটা শতিকা পাৰ হৈ গ’ল, নতুন যুগ আৰম্ভ হ’বলৈ ওলাইছে।

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

লিয়নেল মেছিৰ দুটা গ’লৰ ফলত আৰ্জেণ্টিনাৰ ভেনিজুৱেলাক ৩-০ গ’লত পৰাজিত
হকী ইণ্ডিয়া লীগ ২০২৬: বেদান্ত কলিংগা লেন্সাৰ্ছৰ সঞ্জয় আৰু আৰ্থাৰ ভান ডৰেন সহ অধিনায়ক হিচাপে নিযুক্ত
পিকেএলঃ ইৰাণৰ আমিৰমোহম্মদ জাফৰদানেছৰ ইউ মুম্বাক ৰোমাঞ্চকৰ জয় প্ৰদান
হিৰো হকী ইণ্ডিয়া লীগত ভাৰতত ৪ কোটি ১০ লাখৰো অধিক দৰ্শক আকৰ্ষিত | BulletsIn
ইউ এছ অ’পেন ২০২৫ : পুৰুষৰ একক শাখাৰ পৰা আঁতৰিল নিক কিৰ্গিঅ’ছ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দলৈ মুখ্যমন্ত্ৰীৰ জন্মদিনৰ শুভেচ্ছা
Next Article ফিল্ম ৰিভিউ: পৰেশ ৰাৱালৰ অভিনয় আৰু পৰিচালকৰ সাহসৰ ‘দ্য তাজ ষ্ট’ৰী’ত হৃদয় জয়
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?