• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Sports > মহছিন নকৱীৰ পৰা এছিয়া কাপৰ ট্ৰফী গ্ৰহণ কৰিবলৈ অস্বীকাৰ ভাৰতৰ
Sports

মহছিন নকৱীৰ পৰা এছিয়া কাপৰ ট্ৰফী গ্ৰহণ কৰিবলৈ অস্বীকাৰ ভাৰতৰ

CliQ INDIA
Last updated: September 29, 2025 3:45 pm
CliQ INDIA
Share
2 Min Read
SHARE

নতুন দিল্লী, ২৯ ছেপ্টেম্বৰ (হি.স.)। এছিয়া কাপৰ ফাইনেলত পাকিস্তানক ৫ উইকেটত পৰাস্ত কৰাৰ পাছতো ভাৰতে এছিয়ান ক্ৰিকেট কাউন্সিলৰ সভাপতি তথা পাকিস্তানৰ গৃহমন্ত্ৰী মহছিন নাকৱীৰ পৰা ট্ৰফী গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰে।

সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত টিম ইণ্ডিয়াই অভিলেখ নৱমবাৰৰ বাবে এছিয়া কাপত জয়লাভ কৰে। কিন্তু মেচৰ পিছৰ উপস্থাপন অনুষ্ঠানটো বিতৰ্কৰ মাজত ডুব গৈছিল। পাকিস্তানী দলটোৱে চূড়ান্ত বলটো ব’ল কৰাৰ পাছত প্রায় এঘণ্টা পলম কৰে প্রেজেণ্টেচন অনুষ্ঠানত৷ ইফালে ট্ৰফী আৰু পদক প্ৰদানৰ বাবে উপস্থিত থাকে মহছিন নাকভি।

উপস্থাপক ছাইমন ডাউলে নাকভিয়ে পাকিস্তানী খেলুৱৈক ৰানাৰ্ছ আপৰ পদক প্ৰদান কৰিব বুলি ঘোষণা কৰিছিল যদিও তাৰ পৰিৱৰ্তে বাংলাদেশৰ আমিনুল ইছলামে খেলুৱৈসকলক এই পদক প্ৰদান কৰে। নকভিয়ে কেৱল পাকিস্তানৰ অধিনায়ক ছলমান আঘাকহে ৰানাৰ্ছ আপৰ চেক গতাই দিলে।

ইয়াৰ পিছত ডালে বুজাই দিলে যে ভাৰতীয় খেলুৱৈসকলে পদক বা ট্ৰফী দুয়োটাকে গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰাৰ ফলত অনুষ্ঠানটো হঠাতে শেষ কৰিবলৈ বাধ্য হয়। ইয়াৰ পিছত ভাৰতীয় খেলুৱৈসকলে কেৱল চেম্পিয়নছৰ বেনাৰ লৈ উদযাপন কৰা দেখা গ’ল।

মন কৰিবলগীয়া যে ফাইনেলৰ পূৰ্বেও সংবাদ মাধ্যমৰ বাতৰিয়ে দাবী কৰিছিল যে ভাৰতীয় দলটোৱে পাকিস্তান ব’ৰ্ডৰ মুৰব্বীগৰাকীৰ পৰা ট্ৰফী গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিব। প্ৰতিযোগিতাখনৰ সময়ত ভাৰতীয় খেলুৱৈসকলে পাকিস্তানী খেলুৱৈৰ সৈতে খেলৰ পিছৰ হেণ্ডচেক এৰাই চলিছিল। আনকি সূৰ্যকুমাৰ যাদৱেও টছত পাকিস্তানী অধিনায়ক ছলমানক সম্ভাষণ জনোৱা নাছিল। ফাইনেলৰ পাছত তিলক বৰ্মা আৰু ৰিংকু সিঙেও হাত মিলোৱাৰ পৰা বিৰত থাকে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

বিশ্ব পেৰা এথলেটিকছ চেম্পিয়নশ্বিপত ঐতিহাসিক প্ৰদৰ্শনৰ বাবে প্ৰধানমন্ত্ৰীৰ ভাৰতীয় দলটোক অভিনন্দন
গুৱাহাটী টেষ্টঃ প্ৰথম দিনৰ খেল শেষ, দক্ষিণ আফ্ৰিকাৰ ৬ উইকেটত ২৪৭ ৰান সংগ্ৰহ
ফিফাই প্ৰকাশ কৰে লিগেল হেণ্ডবুক ২০২৪ সংস্কৰণ | BulletsIn
ৱৰ্ল্ড এথলেটিকছৰ ফিল্ড এথলীট অৱ দ্য ইয়েৰ ২০২৫ৰ বাবে মনোনীত খেলুৱৈ নাম ঘোষণা
বিশ্ব আৰ্চাৰী চেম্পিয়নশ্বিপ ২০২৫ৰ প্ৰথম দিনটোত ভাৰতৰ দুটা পদক নিশ্চিত

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article দুৰ্গা সপ্তমীৰ শুভেচ্ছা জ্ঞাপন অসমৰ মুখ্যমন্ত্ৰীৰ
Next Article বক্স অফিচত শাসন অব্যাহত ৰাখিছে ‘অ’ জি’
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?