• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Sports > ভাৰত বনাম ইংলেণ্ডৰ ১৯ বছৰ অনুৰ্ধ যুৱ টেষ্ট ২য় দিন: একাংশ সিঙৰ শতক অৰ্জনৰ পিছত ভাৰতৰ স্থিৰ আৰম্ভণি
Sports

ভাৰত বনাম ইংলেণ্ডৰ ১৯ বছৰ অনুৰ্ধ যুৱ টেষ্ট ২য় দিন: একাংশ সিঙৰ শতক অৰ্জনৰ পিছত ভাৰতৰ স্থিৰ আৰম্ভণি

CliQ INDIA
Last updated: July 22, 2025 3:25 pm
CliQ INDIA
Share
2 Min Read
SHARE

চেলমছফৰ্ড, ২২ জুলাই (হি.স.)। একাংশ সিঙৰ আগ্ৰাসী শতকৰ বাবেই ইংলেণ্ডে প্ৰথম ইনিংছত ৩০৯ ৰান সংগ্ৰহ কৰে, যাৰ প্ৰতিক্ৰিয়া স্বৰূপে ভাৰতৰ ১৯ বছৰ অনুৰ্ধ দলে দ্বিতীয়খন যুৱ টেষ্ট মেচৰ দ্বিতীয় দিনৰ শেষলৈকে এটা উইকেটৰ বিনিময়ত ৫১ ৰান সংগ্ৰহ কৰে। বৰষুণৰ বাবে দিনটোৰ খেলত প্ৰভাৱ পৰাত মাত্ৰ ২৮.৩ অভাৰহে বল কৰিব পৰা যায়।

ষ্টাম্পৰ সময়ত আয়ুষ মহেত্ৰে ২০ ৰান আৰু বিহান মালহোত্ৰা ৬ ৰানেৰে ক্ৰীজত উপস্থিত আছিল। বৰ্তমান ইংলেণ্ডৰ স্ক’ৰতকৈ ২৫৮ ৰান পিছ পৰি আছে ভাৰত।

প্ৰথম দিনাই ৬৬ ৰান সংগ্ৰহ কৰি অপৰাজিত হৈ উভতি অহা একাংশ সিঙে অধিনায়ক থমাছ ৰ্যু (৫৯)ৰ সৈতে ষষ্ঠ উইকেটৰ বাবে ৯০ ৰানৰ গুৰুত্বপূৰ্ণ অংশীদাৰিত্ব গঢ়ি তুলিছিল। দ্বিতীয় দিনা একাংশই ১৫৫টা বলত ১১৭ ৰানৰ উজ্জ্বল ইনিংছ খেলিছিল, য’ত ১৪টা চাৰি আৰু ৩টা ছয় আছিল।

নৱম উইকেটৰ বাবে তেওঁ জেমছ মিণ্টো (৪৬)ৰ সৈতে এক গুৰুত্বপূৰ্ণ অংশীদাৰিত্ব ভাগ কৰিছিল । মিণ্টোৱে ৮৯টা বলত এটা ছয় আৰু ছয়টা চাৰি কোবায়।

ভাৰতৰ হৈ লেগ স্পিনাৰ নমন পুষ্পকে সৰ্বাধিক সফল বলিং কৰি ৭৬ ৰানত ৪টা উইকেট দখল কৰে। ইয়াৰ উপৰিও আদিত্য ৰাৱট আৰু আৰ এছ অম্বৰিছে দুটাকৈ উইকেট দখল কৰে। হেনিল পেটেল আৰু বিহান মালহোত্ৰাই এটাকৈ উইকেট লাভ কৰে।

ভাৰতৰ আৰম্ভণি আছিল আগ্ৰাসী। অ’পেনাৰ বৈভৱ সূৰ্যবংশীয়ে এলেক্স গ্ৰীণৰ অভাৰত এটা চাৰি আৰু দুটা ছয় কৰে যদিও গ্ৰীনে তেওঁক এ এম ফ্ৰেঞ্চৰ হাতত কেচ ধৰাই ২০ ৰানত পেভিলিয়নলৈ প্ৰেৰণ কৰে। ইয়াৰ পিছত বৰষুণে খেলত বাধা দি দিনটোৰ খেল শেষ বুলি ঘোষণা কৰা হয়।

চমু নম্বৰ:

ইংলেণ্ডৰ ১৯ বছৰ অনুৰ্ধ দল: ৩০৯ অল আউট (৮১.৩ অভাৰত)(একাংশ সিং ১১৭, থমাছ ৰিয়ু ৫৯; নমন পুষ্পক ৪/৭৬)

ইণ্ডিয়া অনূৰ্ধ্ব-১৯: ৫১/১ (৯ অভাৰত)(আয়ুষ মহত্ৰে ২৪*, বিহান মালহোত্ৰা ৬*; এলেক্স গ্ৰীণ ১/৩৪)

হিন্দুস্থান সমাচাৰ / মনোজ কুমাৰ শইকীয়া

You Might Also Like

আইএছএছএফ জুনিয়ৰ বিশ্বকাপঃ কাইলৈৰ পৰা ​​নতুন দিল্লীত পদকৰ যুঁজ আৰম্ভ
আইপিএল ২০২৬: বৰষুণে KKR বনাম PBKS খেলখন আধাতে ৰখিলে, পঞ্জাব কিংসৰ সুবিধা, কলকাতাৰ দুৰ্দশা অব্যাহত
হংকং অ’পেন ২০২৫: ছেমি ফাইনেলত সাতৱিক-চিৰাগ
নিউজিলেণ্ডে শ্ৰীলংকাক ৬১ ৰানত পৰাস্ত কৰি প্ৰতিযোগিতাৰ পৰা বাহিৰ কৰিলে, যিহেতু ছেন্টনাৰ আৰু ৰবীন্দ্ৰাই ছেমিফাইনেলৰ আশা পুনৰুজ্জীৱিত কৰিলে।
ৰাইজিং ষ্টাৰ এছিয়া কাপৰ বাবে ঘোষণা ভাৰতীয় দল: জিতেশ শৰ্মা অধিনায়ক, বৈভৱ সূৰ্য্যবংশীৰ সুযোগ লাভ

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article মৰিগাঁও জিলা ছাত্ৰ সন্থাৰ উদ্যোগত কৃতি ছাত্ৰ-ছাত্ৰীক অভিনন্দন জ্ঞাপন
Next Article বক্স অফিচত ১০০ কোটিৰ সীমা অতিক্ৰম কৰিলে ‘ছাইয়াৰা’ই
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?