• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Sports > দ্য হাণ্ড্ৰেড: ছেম কৰণ আৰু কক্সৰ জোৰত অভেল ইনভিনচিবলছৰ চমকপ্ৰদ জয়
Sports

দ্য হাণ্ড্ৰেড: ছেম কৰণ আৰু কক্সৰ জোৰত অভেল ইনভিনচিবলছৰ চমকপ্ৰদ জয়

CliQ INDIA
Last updated: August 19, 2025 4:20 pm
CliQ INDIA
Share
2 Min Read
SHARE

লণ্ডন, ১৯ আগষ্ট (হি.স.)। দ্য হাণ্ড্ৰেডত অভাল ইনভিনচিবলছে নিজৰ জয়ৰ অভিযান অব্যাহত ৰাখি সোমবাৰে চাউদাৰ্ণ ব্ৰেভক ৭ উইকেটত পৰাস্ত কৰি ছিজনৰ ভিতৰত পাঁচটা উইকেটৰ ভিতৰত চতুৰ্থটো জয় লাভ কৰে। এই মেচখনত জৰ্ডান কক্স আৰু ছেম কাৰানৰ শক্তিশালী ইনিংছৰ উপৰিও ৰছিদ খানৰ বলিঙে নিৰ্ণায়ক ভূমিকা পালন কৰিছিল।

প্ৰথমে বেটিং কৰি চাউদাৰ্ণ ব্ৰেভৰ আৰম্ভণি অতি বেয়া। অষ্ট্ৰেলিয়াৰ বেগী বলাৰ জেছন বেহৰেণ্ডৰ্ফে অধিনায়ক জেমছ ভিন্স আৰু লুছ ডু প্ল’ক সস্তাতে আউট কৰে। ইয়াৰ পিছত টম কাৰানে ল’ৰী ইভান্সক আউট কৰি ব্ৰেভক অধিক হেঁচা প্ৰয়োগ কৰে। ইফালে, ৰছিদ খানে সুন্দৰ প্ৰত্য়াৱৰ্তন কৰি মাত্ৰ পাঁচটা বলত তিনিটা উইকেট দখল কৰে। তেওঁ প্ৰথমে জেছন ৰয় আৰু মাইকেল ব্ৰেচৱেলক একেৰাহে বলত আউট কৰে আৰু তাৰ পিছত জেমছ ক’লছক এল বি ডব্লিউ আউট কৰি ব্ৰেভক ৪৪/৬ লৈ আনে।

অৱশ্যে হিল্টন কাৰ্টৰাইট আৰু জৰ্ডান থম্পছনে নিম্ন ক্ৰমত মূল্যৱান ৰান সংযোজন কৰে। দুয়োজনে ক্ৰমে সপ্তম আৰু অষ্টম উইকেটৰ বাবে গুৰুত্বপূৰ্ণ অংশীদাৰিত্ব খেলি দলটোক ১৩৩ ৰানলৈ লৈ যায়। অৱশেষত ছেম কাৰানে দুটা উইকেট দখল কৰি তেওঁলোকৰ ইনিংছ সমাপ্ত কৰে।

লক্ষ্য খেদি খেদি অভেল ইনভিনচিবলছৰ আৰম্ভণি থৰক বৰক কৰিছিল যেতিয়া ক্ৰেগ অভাৰটনে উইল জেকছ আৰু টাৱাণ্ডা মুয়েক আগতীয়াকৈ আউট হৈছিল। কিন্তু ইয়াৰ পিছত জৰ্ডান কক্স আৰু ছেম কাৰানে দায়িত্ব লয়। কক্সে নিজৰ উৎকৃষ্ট ছন্দ অব্যাহত ৰাখি একেৰাহে চতুৰ্থখন মেচত ৰান সংগ্ৰহ কৰি দ্ৰুত শ্বটৰ জৰিয়তে অৰ্ধশতক অৰ্জন কৰে। কাৰানেও আকৰ্ষণীয় শ্বট খেলি ছয় মাৰি নিজৰ অৰ্ধশতক সম্পূৰ্ণ কৰে।

যদিও কক্সক মিলছে আউট কৰিছিল, তেতিয়ালৈকে মেচখন প্ৰায় শেষ হৈছিল। অধিনায়ক ছেম বিলিংছে অহাৰ লগে লগে তিনিটা ফোৰ মাৰি কাৰানে বিজয়ী শ্বটটো খেলি ১১টা বল বাকী থকা অৱস্থাত মেচখনৰ অন্ত পেলায়। এই জয়ৰ সৈতে অভাল ইনভিনচিবলছ পইণ্ট টেবুলৰ শীৰ্ষত দৃঢ়তাৰে আছে।

চমু স্ক’ৰকাৰ্ড:

চাউদাৰ্ণ ব্ৰেভ – ১৩৩ (৯৮ বল, হিল্টন কাৰ্টৰাইট ৪২; ৰছিদ খান ৩/২০, ছেম কাৰাণ ৩/২১)

অভেল ইনভিনচিবলছ – ১৩৪/৩ (৮৯ বল, জৰ্ডান কক্স ৫৬, ছেম কাৰাণ ৫০*; ক্ৰেগ অভাৰটন ২/২১)

ফলাফল: অভেল ইনভিনচিবলছৰ ৭ উইকেটত জয়লাভ।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া

You Might Also Like

অলিম্পিকৰ ব্ৰঞ্জৰ পদক বিজয়ী ড° ভিছে পেজৰ মৃত্যুত হকী ইণ্ডিয়াৰ শোক প্ৰকাশ
টি-২০ বিশ্বকাপৰ বাবে আফগানিস্তানৰ দল ঘোষণা, গুলবাদিন আৰু নবীনৰ প্ৰত্যাবৰ্তন
গুজৰাট টাইটানছ বনাম দিল্লী কেপিটেলছৰ খেল: আইপিএল ২০২৬ৰ দৌৰত উত্তেজনাময় যুঁজ, দিল্লীত শুভমন গিলে নেতৃত্বত উচ্চ পৰ্য্যায়ৰ মেচ
আইচিচিৰ মাহৰ শ্ৰেষ্ঠ খেলুৱৈ বঁটাৰ দৌৰত মহম্মদ চিৰাজ, হেনৰী আৰু ছিলছ
টি-২০ বিশ্বকাপ কোৱালিফায়াৰৰ সময়ত সংঘটিত হোৱা ঘটনাৰ বাবে অষ্ট্ৰিয়াৰ ক্ৰিকেটৰ ইজৰাইল ক্ৰিকেটৰ ওচৰত ক্ষমা প্ৰাৰ্থনা | BulletsIn

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article শ্ৰীৰামপুৰত ইউপিপিএল দলৰ মহিলা কৰ্মীক লৈ সভা
Next Article অধ্যাপকৰ চৰিত্ৰত অভিনয় কৰা '৩ ইডিয়টছ' খ্যাতি অভিনেতা অচ্যুতা পটদাৰৰ মৃত্যু
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?