• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Sports > ছুপাৰ কাপৰ পূৰ্বে পঞ্জাৱ এফ চিৰ গ’লৰক্ষক আৰ্শদীপ সিঙক চুক্তিবদ্ধ
Sports

ছুপাৰ কাপৰ পূৰ্বে পঞ্জাৱ এফ চিৰ গ’লৰক্ষক আৰ্শদীপ সিঙক চুক্তিবদ্ধ

CliQ INDIA
Last updated: October 26, 2025 11:36 pm
CliQ INDIA
Share
3 Min Read
SHARE

নতুন দিল্লী, ২৬ অক্টোবৰ (হি.স.)। ভাৰতীয় গ’লৰক্ষক আৰ্শদীপ সিঙক চুক্তিবদ্ধ কৰাৰ কথা ঘোষণা কৰি পঞ্জাৱ এফ চিয়ে নিজৰ গ’লৰক্ষক লাইনআপ আৰু অধিক শক্তিশালী কৰি তুলিছে ৷ ২৮ বছৰীয়া খেলুৱৈগৰাকীয়ে ক্লাবটোৰ সৈতে এবছৰৰ বাবে চুক্তিবদ্ধ হৈছে। হায়দৰাবাদ এফ চিৰ পৰা দলটোত যোগদান কৰা তেওঁ ২৭ অক্টোবৰত অনুষ্ঠিত হ’বলগীয়া এ আই এফ এফ ছুপাৰ কাপ ২০২৫ (গোকুলাম কেৰালা এফ চিৰ বিৰুদ্ধে)ৰ প্ৰথমখন মেচৰ পূৰ্বে দলটোৰ বাবে এক বৃহত দৃঢ়তা হ’ব বুলি আশা কৰা হৈছে।

পঞ্জাৱ অঞ্চলত আৰ্শদীপৰ কেৰিয়াৰ গভীৰভাৱে শিপাই আছে৷ তেওঁ এআইএফএফ এলিট একাডেমীত ফুটবল প্ৰশিক্ষণ গ্ৰহণ কৰে আৰু পৰৱৰ্তী সময়ত মিনাৰ্ভা পঞ্জাৱৰ সৈতে পেছাদাৰী কেৰিয়াৰ আৰম্ভ কৰে।

২০১৬-১৭ ছিজনত ছিনিয়ৰ দললৈ উন্নীত হোৱাৰ পিছত ২০১৭-১৮ ছিজনত ঐতিহাসিক আই-লীগ বিজয়ী দলৰ অংশ আছিল। মিনাৰ্ভাৰ সৈতে থকা সময়ছোৱাত তেওঁ এ এফ চি চেম্পিয়নছ লীগ কোৱালিফায়াৰ আৰু এ এফ চি কাপ দুয়োটাতে গুৰুত্বপূৰ্ণ মেচ খেলিছিল, যাৰ ফলত তেওঁ কেৰিয়াৰৰ আৰম্ভণিতে আন্তঃৰাষ্ট্ৰীয় অভিজ্ঞতা লাভ কৰিছিল।

আই এছ এলত প্ৰমাণ কৰিলে সামৰ্থতা

২০১৯ চনত ইণ্ডিয়ান ছুপাৰ লীগ (আই এছ এল)ত যোগদান কৰা আৰ্শদীপে তিনিটা ভিন্ন ক্লাবৰ হৈ ব্যতিক্ৰমীভাৱে ভাল প্ৰদৰ্শন আগবঢ়ায়। তেওঁ অডিছা এফ চিৰ সৈতে তিনিটা ছিজন কটায়। নৰ্থইষ্ট ইউনাইটেড এফ চিৰ বিৰুদ্ধে আই এছ এলত অভিষেক ঘটায় আৰু তিনি বছৰীয়া কাৰ্যকালত ৩৩খন মেচত অংশগ্ৰহণ কৰে। ২০২২-২৩ ছিজনত তেওঁ এফ চি গোৱাৰ হৈ ১৭টা গ’ল খেলিছিল। ইয়াৰ পিছত ২০২৪-২৫ ছিজনত হায়দৰাবাদ এফ চিত যোগদান কৰে।

পঞ্জাৱৰ গ’লৰক্ষক ইউনিটক শক্তিশালী কৰিব-টপলিয়াটিছ

পঞ্জাব এফ চিৰ কাৰিকৰী সঞ্চালক নিকোলাওছ টপলিয়াটিছে কয় যে, পাঞ্জাব এফ চিয়ে আৰ্শদীপক চুক্তিবদ্ধ কৰি গৌৰৱ অনুভৱ কৰিছে। তেওঁ আমাৰ গ’লৰক্ষক ইউনিটক শক্তিশালী কৰিব আৰু স্থানীয় প্ৰতিভা হিচাপে আমাৰ ব্যৱস্থাত উল্লেখযোগ্য অৱদান আগবঢ়াব। তেওঁৰ ফুটবল সংস্কৃতি আৰু অঞ্চলটোৰ আশাৰ বিষয়ে সম্যক বুজাবুজি আছে। আমি নিশ্চিত যে তেওঁ খেলপথাৰৰ ভিতৰত আৰু বাহিৰত দলটোৰ বাবে প্ৰভাৱশালী ভূমিকা পালন কৰিব।

ৰাজ্যখনক প্ৰতিনিধিত্ব কৰাটো প্ৰতিজন খেলুৱৈৰ সপোন – আৰ্শদীপ সিঙে এক বিবৃতিত কয়, প্ৰতিজন খেলুৱৈয়ে নিজৰ ৰাজ্যক প্ৰতিনিধিত্ব কৰাৰ সপোন দেখে, আৰু মোৰ বাবে পঞ্জাৱ এফ চিৰ সৈতে সেই সপোন বাস্তৱায়িত হৈছে। মই হোছিয়াৰপুৰ অঞ্চলৰ মহিলপুৰৰ পৰা আহিছো, য’ত মই সৰুৰে পৰা পাঞ্জাৱীসকলৰ ক্ৰীড়াৰ প্ৰতি থকা আকৰ্ষণৰ সাক্ষী হৈছো। এতিয়া যেতিয়া মই মোৰ ৰাজ্যৰ একমাত্ৰ শীৰ্ষ স্তৰৰ ক্লাবটোক প্ৰতিনিধিত্ব কৰিছো, ই এটা মোৰ বাবে গৌৰৱৰ মুহূৰ্ত।

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

প্ৰথম খিতাপ লাভৰ পথত ১৬ বছৰীয়া কাৰ্তিক সিং, আইজিপিএল দিল্লী-এনচিআৰত তিনিটা শ্বটৰ অগ্ৰগতি
পেৰিছ অলিম্পিকত দুটাকৈ পদক লাভ কৰি ঘৰলৈ উভতিল মনু ভাকৰ, উষ্ম আদৰণি | BulletsIn
অপৰাজিত কিংবদন্তি বক্সাৰ টেৰেন্স ক্ৰফৰ্ডৰ অৱসৰ ঘোষণা
বিশাখাপট্টনম টেষ্টঃ ভাৰতে ভাল আৰম্ভণি
সতেজ প্ৰতিভা সন্ধানৰ সুন্দৰ মঞ্চ খেলো ইণ্ডিয়া

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article যোৰহাটৰ লিচুবাৰীত গাড়ীৰ পৰা চোৰে নিলে প্ৰায় ১৩ লাখ টকাৰ গহণা, লক্ষাধিক নগদ ধন
Next Article অহা সপ্তাহত প্ৰাথমিক বজাৰত মাত্ৰ ৩ টা কোম্পানীৰ আই পি অ’ মুকলি
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?