• English
  • Hindi
  • Punjabi
  • Marathi
  • German
  • Gujarati
  • Urdu
  • Telugu
  • Bengali
  • Kannada
  • Odia
  • Assamese
  • Nepali
  • Spanish
  • French
  • Japanese
  • Arabic
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
Notification
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Home
  • Noida
  • Breaking
  • National
    • New India
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
  • Noida
  • Breaking
  • National
  • International
  • Entertainment
  • Crime
  • Business
  • Sports
CliQ INDIA Sites > CliQ INDIA Assamese > Sports > কে এছ চি এৰ নৱনিযুক্ত সভাপতি ভেংকটেশ প্ৰসাদৰ চিন্নাস্বামী ষ্টেডিয়ামলৈ আই পি এল আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি
Sports

কে এছ চি এৰ নৱনিযুক্ত সভাপতি ভেংকটেশ প্ৰসাদৰ চিন্নাস্বামী ষ্টেডিয়ামলৈ আই পি এল আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ঘূৰাই অনাৰ প্ৰতিশ্ৰুতি

CliQ INDIA
Last updated: December 8, 2025 5:20 pm
CliQ INDIA
Share
3 Min Read
SHARE

নতুন দিল্লী, ০৮ ডিচেম্বৰ (হি.স.)। কৰ্ণাটক ৰাজ্যিক ক্ৰিকেট সন্থাৰ নৱনিৰ্বাচিত সভাপতি তথা ভাৰতৰ প্ৰাক্তন বেগী বলাৰ ভেংকটেশ প্ৰসাদে আই পি এল আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটক এম চিন্নাস্বামী ষ্টেডিয়ামলৈ ঘূৰি অহাটো নিশ্চিত কৰাৰ লগতে কৰ্ণাটক ক্ৰিকেটৰ সামগ্ৰিক উন্নয়নক অগ্ৰাধিকাৰ দিয়াৰ প্ৰতিশ্ৰুতি দিছে।

প্ৰসাদৰ নিৰ্বাচনৰ লগে লগে কেএছচিএৰ বাবে এক নতুন অধ্যায়ৰ আৰম্ভণি। উল্লেখযোগ্য যে যোৱা ৪ জুনত ৰয়েল চেলেঞ্জাৰছ বেংগালুৰুৰ আই পি এল ২০২৫ৰ জয়ৰ স্মৃতিত অনুষ্ঠিত বিজয় যাত্ৰাৰ সময়ত চিন্নাস্বামী ষ্টেডিয়ামত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল আৰু ১১জন লোকৰ প্ৰাণ কাঢ়িছিল। এই ঘটনাৰ পিছতে কেএছচিএ তদাৰকীৰ আওতালৈ আহে।

ইয়াৰ পূৰ্বে ২০১০ চনৰ পৰা ২০১৩ চনলৈ কেএছচিএৰ উপ-সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰসাদে ভাৰতৰ হৈ ৩৩খন টেষ্ট আৰু ১৬১খন এদিনীয়া খেল খেলিছিল। তেওঁ কয় যে নিৰ্বাচনত গ্ৰাস কৰা তেওঁৰ টিম গেম চেঞ্জাৰছ পেনেলৰ লক্ষ্য হৈছে সংস্থাটোৰ মনোযোগ ক্ৰিকেটলৈ ঘূৰাই অনা আৰু চিন্নাস্বামী ষ্টেডিয়ামৰ প্ৰধান আন্তঃৰাষ্ট্ৰীয় স্থান হিচাপে সুনাম ঘূৰাই অনা।

ছ’চিয়েল মিডিয়া প্লেটফৰ্মত প্ৰসাদে লিখিছে, কে এছ চি এৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰি মই সন্মানিত অনুভৱ কৰিছো। আই পি এল আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট চিন্নস্বামী ষ্টেডিয়ামলৈ ঘূৰি অহা আৰু সকলো স্তৰতে কৰ্ণাটক ক্ৰিকেটৰ উন্নয়নৰ বাবে মই প্ৰতিশ্ৰুতিবদ্ধ। দলীয় কাম, স্বচ্ছতা, আৰু নিষ্ঠাৰ দ্বাৰা আমি নিশ্চিতভাৱে আমাৰ লক্ষ্যত উপনীত হ’ম। মোৰ ওপৰত বিশ্বাস স্থাপন কৰা প্ৰতিজন সদস্যক ধন্যবাদ।

ভাৰতীয় প্ৰাক্তন ক্ৰিকেটাৰ সুজিত সোমসুন্দৰাম দেওবাৰে কে এছ চি এৰ উপ-সভাপতি নিৰ্বাচিত হোৱাৰ বিপৰীতে সন্তোষ মেনন পুনৰ সম্পাদক পদলৈ উভতি আহে। ইয়াৰ পূৰ্বে ২০১৯ চনৰ পৰা ২০২২ চনলৈকে এই পদত অধিষ্ঠিত আছিল মেননে। বি.এন. মধুকৰ কোষাধ্যক্ষ নিৰ্বাচিত হোৱাৰ বিপৰীতে তেওঁৰ প্ৰতিদ্বন্দ্বী কে.এন. শান্ত কুমাৰ পেনেলে যুটীয়া সম্পাদকৰ পদ লাভ কৰে।

কে এছ চি এৰ নিৰ্বাচনত ঘনিষ্ঠ প্ৰতিদ্বন্দ্বিতা দেখা গ’ল। কেইবাখনো মনোনয়ন পত্ৰ নাকচ হোৱাৰ লগতে উচ্চ ন্যায়ালয়ৰ এটা গোচৰে নিৰ্বাচনী পৰিৱেশ আৰু অধিক উত্তপ্ত কৰি তুলিলে। দেওবাৰে ১৩০৭টা ভোটদান কৰা হয়, যিটো ২০১৩ চনৰ ১৩৫১টা ভোটৰ ৰেকৰ্ডতকৈ অলপ কম।

ভেংকটেশ প্ৰসাদে ৭৪৯টা ভোট লাভ কৰাৰ বিপৰীতে তেওঁৰ প্ৰতিদ্বন্দ্বী কে.এন. শান্ত কুমাৰে লাভ কৰে ৫৮৮ ভোট। প্ৰসাদ পেনেলত ২০১০ চনৰ পৰা ২০১৩ চনৰ ভিতৰত ক্ৰমে কে এছ চি এৰ সভাপতি আৰু সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰা প্ৰাক্তন ভাৰতীয় কিংবদন্তি অনিল কুম্বলে আৰু জাভাগল শ্ৰীনাথৰ সমৰ্থনো আছিল।

উপ-সভাপতি পদৰ বাবে সোমসুন্দৰে ডি বিনোদ শিৱপ্পাক ৫৮৮টা ভোটত পৰাস্ত কৰি ৭১৯টা ভোট লাভ কৰে। সন্তোষ মেননে সম্পাদক পদৰ বাবে ৬৭২টা ভোট লাভ কৰি ই. জয়ৰাম (৬৩২)। মধুকৰে কোষাধ্যক্ষ পদৰ বাবে ৭৩৬টা ভোট লাভ কৰি এম. বিনয় (৫৭১)ক পৰাজিত কৰে। যুটীয়া সম্পাদক পদৰ বাবে ৬৬৯টা ভোট লাভ কৰি বি.কে. ৰবিয়ে এ.ভি. শশীধৰ (৬৩৮)ৰ পৰাস্ত কৰে।

পৰিচালন সমিতিৰ আজীৱন সদস্য পদ দুটালৈ ভি.এম. মঞ্জুনাথ (৬৯০ ভোট) আৰু শৈলেশ এন পোলে (৬১৮ ভোট) নিৰ্বাচিত হয়। বেংগালুৰু জ’নৰ পৰা প্রাক্তন ক্ৰিকেটাৰ কল্পনা ভেংকটাচৰ (৭৬৪ ভোট), অবিনাশ বৈদ্য (৬৯১), আৰু আশীষ অমৰলালে (৭০৩) উপলব্ধ তিনিখন আসন লাভ কৰে।

हिन्दुस्थान समाचार / অৰৱিন্দ

You Might Also Like

উইম্বলডন ২০২৫: কোৱালিফায়াৰ অলি টাৰ্ভেটক পৰাস্ত কৰি আলকাৰাজৰ তৃতীয় ৰাউণ্ডত প্ৰৱেশ
এছিয়ান ২০ বছৰ অনুৰ্ধ এথলেটিকছঃ ৩০০০ মিটাৰ ষ্টীপলচেজত ভাৰতীয় দলৰ আধিপত্য, একতা, ৰণবীৰৰ স্বৰ্ণ জয়
আজিৰ পৰা এম পি ষ্টেট শ্বুটিং একাডেমীত অল ইণ্ডিয়া জিভি মাভালংকাৰ শ্বুটিং চেম্পিয়নশ্বিপ
বিশ্ব এথলেটিকছ ঐতিহ্য সংগ্ৰহত অন্তৰ্ভুক্ত নীৰজ চোপ্ৰাৰ প্ৰতিযোগিতামূলক সা-সামগ্ৰী | BulletsIn
ভাৰতীয় দলত কোহলী আৰু ৰোহিতৰ উপস্থিতি নতুন কথা নহয় যদিও দলটো অধিক শক্তিশালী হ’ব : বাভুমা

Sign Up For Daily Newsletter

Be keep up! Get the latest breaking news delivered straight to your inbox.
[mc4wp_form]
By signing up, you agree to our Terms of Use and acknowledge the data practices in our Privacy Policy. You may unsubscribe at any time.
Share This Article
Facebook Whatsapp Whatsapp Telegram Copy Link Print
Share
What do you think?
Love0
Sad0
Happy0
Angry0
Wink0
Previous Article বকোত সংঘটিত এক ভয়াৱহ পথ দুৰ্ঘটনা
Next Article গৌৰৱ খান্না ‘বিগ বছ ১৯’ বিজয়ী
Leave a Comment Leave a Comment

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Stay Connected

FacebookLike
XFollow
InstagramFollow
YoutubeSubscribe
- Advertisement -
Ad imageAd image

Latest News

ভাৰতীয় শ্বেয়াৰ বজাৰত টকাৰ মূল্য হ্ৰাস আৰু খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত মুকলি হ’ল ৰঙা ৰং
Business
May 23, 2026
মহাৰাষ্ট্ৰৰ পদক্ষেপৰ পিছতে কেন্দ্ৰই কংগ্ৰেছ শাসিত ৰাজ্যসমূহক বিমান ইন্ধনৰ ওপৰত কৰ হ্ৰাস কৰিবলৈ আহ্বান জনায়
National
May 23, 2026
উচ্চতম ন্যায়ালয়ে আৰ্থিকভাৱে উন্নত অ’বিচি পৰিয়ালৰ বাবে সংৰক্ষণৰ সুবিধা অব্যাহত ৰখাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰে
National
May 23, 2026
লক্ষ্ণৌ ছুপাৰ জায়ান্টছ আৰু পঞ্জাৱ কিংছে ২০২৬ চনৰ আই পি এলৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে।
Sports
May 23, 2026

//

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

We are rapidly growing digital news startup that is dedicated to providing reliable, unbiased, and real-time news to our audience.

Sign Up for Our Newsletter

Sign Up for Our Newsletter

Subscribe to our newsletter to get our newest articles instantly!

Follow US

Follow US

© 2026 cliQ India. All Rights Reserved.

CliQ INDIA Assamese
  • English – अंग्रेज़ी
  • Hindi – हिंदी
  • Punjabi – ਪੰਜਾਬੀ
  • Marathi – मराठी
  • German – Deutsch
  • Gujarati – ગુજરાતી
  • Urdu – اردو
  • Telugu – తెలుగు
  • Bengali – বাংলা
  • Kannada – ಕನ್ನಡ
  • Odia – ଓଡିଆ
  • Assamese – অসমীয়া
  • Nepali – नेपाली
  • Spanish – Española
  • French – Français
  • Japanese – フランス語
  • Arabic – فرنسي
Welcome Back!

Sign in to your account

Username or Email Address
Password

Lost your password?